Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

ইংলণ্ডত প্রথমে প্রতিষেধক দিয়া হ’ব চাৰি লাখ ২৫ হেজাৰ প্রবীণক

publisher by publisher
December 7, 2020
in COVID-19, News
Reading Time: 1 min read
0
ইংলণ্ডত প্রথমে প্রতিষেধক দিয়া হ’ব চাৰি লাখ ২৫ হেজাৰ প্রবীণক
1
SHARES
5
VIEWS
ShareShareShareShare

ইংলণ্ডৰ সাধাৰণ ৰাইজক উৎসাহিত কৰিবলৈ কৰ’না প্রতিষেধক ল’বলৈ সাজু হৈছে ৰাণী দ্বিতীয় এলিজাবেথ আৰু স্বামী প্রিন্স ফিলিপ। দেশখনৰ চৰকাৰী সূত্ৰৰ খবৰ অনুসৰি ৮০ বছৰ অথবা তাতকৈ অধিক বয়সৰ লােকসকলৰ মাজত অগ্রাধিকাৰ ভিত্তিত ৰাণী আৰু প্রিন্সক কৰ’না প্রতিষেধক প্রদান কৰা হ’ব। অৱশ্যে প্রতিষেধকৰ বাবে আন পাঁচজনৰ দৰে তেওঁলােক দুগৰাকীয়েও অপেক্ষা কৰিব লাগিব। প্রিন্স ফিলিপতকৈ পূর্বে ৯৪ বছৰ বয়সীয়া ৰাণী দ্বিতীয় এলিজাবেথক প্রথমে প্রতিষেধক প্রদান কৰা হ’ব। ইয়াৰ বাবে দুটামান সপ্তাহ অপেক্ষা কৰিলেই হ’ব; কিন্তু তেওঁৰ ৯৯ বছৰ বয়সীয়া স্বামী প্রিন্স ফিলিপে কেতিয়া প্রতিষেধক ল’ব এতিয়াও চূড়ান্ত হােৱা নাই। অৱশ্যে দুয়ােকে প্রতিষেধক ল’বলৈ তেওঁলােকৰ ব্যক্তিগত চিকিৎসকে পৰামর্শ প্রদান কৰিছে।

ADVERTISEMENT

ইফালে, প্রিন্স ফিলিপ তথা ৰাণী এলিজাবেথ দুয়াে প্রতিষেধক মুকলিমূৰীয়াকৈ ল’ব নে নাই সেই নিশ্চিত হােৱা নাই। প্রধানমন্ত্রী ৰবিছ জনছনৰ চৰকাৰৰ এটি অংশই বিচাৰিছে ৰাণী এলিজাবেথ আৰু স্বামী প্রিন্স ফিলিপে মুকলি মূৰীয়াকৈ প্রতিষেধক গ্রহণ কৰক। এনে কৰিলে প্রতিষেধক সম্পর্কে সাধাৰণ মানুহৰ ভয় কিছু হলেও হ্রাস পাব। অৱশ্যে এই বিষয়ত ৰাজ পৰিয়ালৰ সন্মতি লাভ কৰা হৈছে নে নাই সেই সন্দৰ্ভত এতিয়াও জানিব পৰা হােৱা নাই।ৰাজ পৰিয়ালৰ সূত্ৰৰ খবৰ মতে যুৱৰাজ চার্লছ আৰু তেওঁৰ পুত্র উলিয়ামে প্রতিষেধক লােৱাৰ সিদ্ধান্ত লৈছে। প্রতিষেধক ল’লেও সেয়া আগন্তুক বৰ্ষৰ প্রথমৰ ফালেহে সম্ভৱ হ’ব।

RelatedPosts

২২ দিনৰ অন্তত অৱশেষত তিৰুৱনন্তপুৰম বিমানবন্দৰৰ পৰা স্থানান্তৰ হ’ল ব্ৰিটিছ এফ-৩৫বি যুদ্ধ বিমান

England:এতিয়াৰে পৰা শিশুসকলৰ ওপৰত হাত উঠাব নোৱাৰিব !

Cabinet Secretary resigns after MP in England:সাংসদৰ পাছত এইবাৰ কেবিনেট সচিবে কৰিলে পদত্যাগ, সংকটত ষ্টৰ্মাৰ চৰকাৰ

চৰকাৰী সূত্ৰৰ খবৰ অনুসৰি সম্ভৱতঃ সিদ্ধান্ত লােৱা মতে স্বাস্থ্য কেন্দ্রবিলাকত প্রথমে অতিকৈ বয়ােজ্যেষ্ঠ লােকসকলকহে প্রতিষেধক দিয়া হ’ব। এই সংখ্যা প্রায় চাৰি লাখ ২৫ হেজাৰ হ’ব। ইয়াৰ পাছত ১৫ লাখ স্বাস্থ্যকর্মীক প্রতিষেধক দিয়া হ’ব। তৃতীয় পর্যায়ত ৮০ বছৰ বয়সৰ অধিক প্রায় ৩৩ লাখ লােকক প্রতিষেধক দিয়া হ’ব। চতুর্থ পর্যায়ত ১৫ লাখ সমাজকর্মীক প্রতিষেধক দিয়া হ’ব। পঞ্চম পর্যায়ত ৭৫ বছৰৰ অধিক বয়সৰ লােকসকলক প্রতিষেধক দিয়া হ’ব। এই সংখ্যা হ’ব প্রায় ২২ লাখ। ষষ্ঠ পর্যায়ত ৬৫ বছৰৰ অধিক বয়সৰ ৩৪ লাখ লােকক প্রতিষেধক দিয়া হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: corona vaccinesEnglandQueen Elizabeth
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d