Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

    Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

    বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

    Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে

    Meghalaya:মেঘালয়ত মানৱতাক ভূলুণ্ঠিত কৰা মৰ্মান্তিক ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

দিছপুৰত পুনৰ অগপ-বিজেপি মিত্ৰজোঁটৰ চৰকাৰ : অতুল বৰা

publisher by publisher
January 5, 2021
in Assam, India, News
Reading Time: 1 min read
0
দিছপুৰত পুনৰ অগপ-বিজেপি মিত্ৰজোঁটৰ চৰকাৰ : অতুল বৰা
5
SHARES
50
VIEWS
ShareShareShareShare

4102f1bc bcb5 4143 ab98 c52745a279f5

ADVERTISEMENT

সদ্যসমাপ্ত বিটিচি নিৰ্বাচনত এটা বিগ জিৰো পোৱা কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই আগন্তুক অসম বিধান সভাৰ নিৰ্বাচনতো এটা বিগ জিৰো লাভ কৰিব । অনাগত দিনত দিছপুৰত পুনৰ অগপ-বিজেপিৰ মিত্ৰজোঁটৰেই চৰকাৰ হ’ব । এয়া সম্পূৰ্ণ নিশ্চিত । এই দাবী অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ । আজি অসম গণ পৰিষদৰ অন্তৰ্গত বৰপেটা বিধান পৰিষদৰ উদ্যোগত জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত বিশাল জাতীয় ঐক্য সমাৰোহত অংশগ্ৰহণ কৰে সভাপতি বৰাই ।

RelatedPosts

Pawan Khera Pressmeet in Barpeta:বৰপেটা প্ৰেছ ক্লাৱত এআইচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ পৱন খেৰাৰ গুৰুত্বপূৰ্ণ সংবাদমেল

Barpeta:বৰপেটাত আছাদুদ্দিন ওৱেছিৰ জনসভা

AGP Election Manifesto Launched:আমবাৰীত অসম গণ পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি

অসম আন্দোলনৰ দুৰ্গ হিচাপে বৰপেটা জিলাক অভিহিত কৰি সভাপতি বৰাই কয়, ‘অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ এইখন বৰপেটা জিলাৰে বীৰ সন্তান । জাতীয়বাদৰ বৰভেঁটি গঢ়োতা অম্বিকাগিৰি ৰায়চৌধুৰীৰো পূণ্যভূমি এইখন বৰপেটা । অথচ দীৰ্ঘকাল শাসনত থকা কংগ্ৰেছে ৰাজ্যখনৰ সাতামপুৰুখীয়া শান্তি-সম্প্ৰীতি সদায় বিঘ্নিত কৰি আহিছে । বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলৰ কল্যাণ বা উন্নয়ন যিদৰে কংগ্ৰেছে নিবিচাৰে সেইদৰে তেওঁলোকৰ পৰম মিত্ৰ দল এআইইউডিএফেও নিবিচাৰে b70512de 0905 4553 ad65 c51560d1506b 1

‘লগতে তেওঁ কয়, ‘দৰাচলতে আগৰ ব্যৱসায়ী বদৰুদ্দিন আজমলে ৰাজ্যৰ ধৰ্মীয় সংখ্যালঘুসকলৰ মুখত তলা চাবি মাৰি থৈ সদায় তেওঁলোকৰ মুখবন্ধ কৰি ৰাখিব খুজিছে । সেইবাবে এআইইউডিএফ দলৰ প্ৰতীক চিহ্ন তলাচাবি ।’তাৎপৰ্যপূৰ্ণভাৱে কংগ্ৰেছ-এআইইউডিএফৰ মাজত মিত্ৰতা হ’লে আসনক লৈ দুয়োটা দলৰ নেতা কৰ্মীৰ মাজত প্ৰচণ্ড কাজিয়া হ’ব বুলি তীব্ৰ কটাক্ষ কৰি সভাপতি অতুল বৰাই দৃঢ়তাৰে কয়, ‘বৰপেটাৰ সু-সন্তান গুৰু প্ৰসাদ দাসে ৰেলৰ ভেকুৱাম ব্ৰেক আৱিস্কাৰ কৰিছিল সেয়েহে বৰপেটাৰ পৰাই বিশেষকৈ ধৰ্মীয় সংখ্যালঘু ৰাইজে কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাৰ ৰেলখনত ব্ৰেক মাৰি দিব লাগিব ।

অসম গণ পৰিষদ দলে অসম চুক্তি অনুসৰি ১৯৭১ চনক ভিত্তিবৰ্ষ হিচাপে মানি সেই অনুসৰি জাতি, বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকক ভাৰতীয় নাগৰিক হিচাপে মৰ্যদা কৰে ।’সভাপতি বৰাই যথেষ্ট আক্ষেপেৰে কয় যে, কংগ্ৰেছ-এআইইউডিএফৰ ঔৰসত জন্ম হোৱা তথাকথিত নতুন ৰাজনৈতিক দলে অসম গণ পৰিষদক সমালোচনাৰ লক্ষ্য কৰি লৈছে । আজমলৰ চান্দাৰে জন্ম হোৱা এনে দলে অৱশ্যে ৰাজনৈতিক পথাৰত বিশেষ আগুৱাব পৰা নাই ।

57556ab2 f487 48d2 a7bf 6b9adc63502c

মাজে সময়ে কংগ্ৰেছেও ইফাল সিফাল কৰিব খোজে । কিয়নো বিটিচি নিৰ্বাচনত দুয়োটা দলৰ ফলাফল বিগ জিৰো । সেয়েহে এইবোৰ দেখি শুনি বদৰুদ্দিন আজমলে মনত বৰ বেজাৰ পাইছে । কালি সংবাদমেল পাতি এআইইউডিএফে ক্ষোভ প্ৰকাশ কৰিছে । তাকে দেখি বাংলাদেশৰ বিখ্যাত শিল্পী মমতাজৰ বিখ্যাত গীতটোৰ কলি ” ফাইট্টা যায়, বুকটা ফাইট্টা যায়” গাবলৈ আজমলে আৰম্ভ কৰিছে । যদি ৰাজ্যৰ ধৰ্মীয় সংখ্যালঘু জনতাই উন্নতি বিচাৰে তেন্তে কংগ্ৰেছ আৰু এআই ইউ ডিএফৰ সংগ এৰিব লাগিব ।

তেওঁ লগতে কয়, ‘মহাপুৰুষ শংকৰদেৱে প্ৰতিষ্ঠা কৰা নামঘৰৰ লাইখুটা চান্দসাইয়ে পুতিছিল । নামঘৰ অসমীয়া সংস্কৃতিৰ বৰভেটি আৰু এয়াই হৈছে অসমীয়া জাতিৰ আদৰ্শৰ চানেকি, ধৰ্মনিৰপেক্ষতাৰ প্ৰতীক । অসম গণ পৰিষদ দলেও এই আদৰ্শ তথা ধৰ্মনিৰপেক্ষতাত বিশ্বাস কৰে । বৰপেটা জিলাখন তাৰেই এক নিদৰ্শন । বৰপেটা সদৰ সমষ্টিকে ধৰি জিলাখনৰ প্ৰায়কেইটা সমষ্টিত দলটোৰ শিপা এতিয়াও শক্তিশালী হৈ আছে ।’অসম গণ পৰিষদ দললৈ নিতৌ নতুন তেজৰ আমদানি হৈ আছে । বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিৰ আগমন ঘটি আছে এই দলটোলৈ ।9cf90e34 8164 438d 9ab9 0806fc4c32e3

এয়া অসম গণ পৰিষদৰ বাবে আশাৰ খবৰ । যাৰ বাবে অসম গণ পৰিষদৰ সভাবোৰ এতিয়া লোকে লোকাৰণ্য হৈ পৰিছে বুলিও মহন্ত ব্য কৰে সভাপতি বৰাই ।আজিৰ এই সভাত দলৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ফণীভূষণ চৌধুৰী, বৰপেটা সমষ্টিৰ অসম গণ পৰিষদৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসসহ কুমাৰ দীপক দাস, নুৰুল হুচেইন, ভূপেন ৰায়, মনোৰঞ্জন দাস,আক্ৰাম হুচেইন, দিলীপ পাটগিৰি, মনোজ শইকীয়া, ড: তপন দাস, কল্পনা পাটোৱাৰী, ৰঞ্জিত ডেকা প্ৰমুখ্যে অসম মহিলা পৰিষদ, অসম যুৱ পৰিষদ, অসম ছাত্ৰ পৰিষদৰ বিষয়ববীয়া উপস্থিত থাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AgpAtul BoraBarpeta
publisher

publisher

Related Posts

আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!
News

আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

May 1, 2026
Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে
News

Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

May 1, 2026
Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’
News

Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

May 1, 2026
বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি
India

বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

May 1, 2026
Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে
News

Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে

May 1, 2026
Meghalaya:মেঘালয়ত মানৱতাক ভূলুণ্ঠিত কৰা মৰ্মান্তিক ঘটনা
News

Meghalaya:মেঘালয়ত মানৱতাক ভূলুণ্ঠিত কৰা মৰ্মান্তিক ঘটনা

May 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d