Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

    Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

বিজেপি সাংসদ সদস্য, তৃণমূল বিধায়ক প্ৰতিষেধক গ্ৰহণ কৰা প্ৰথম ৰাজনীতিবিদ

publisher by publisher
January 16, 2021
in COVID-19, India, News, Politics
Reading Time: 1 min read
0
বিজেপি সাংসদ সদস্য, তৃণমূল বিধায়ক প্ৰতিষেধক গ্ৰহণ কৰা প্ৰথম ৰাজনীতিবিদ
2
SHARES
16
VIEWS
ShareShareShareShare

উত্তৰ প্ৰদেশৰ গৌতমবুদ্ধ নগৰৰ বিজেপিৰ নেতা  মহেশ শৰ্মাই ক’ভিড-১৯ সংক্ৰমণৰ বাবে ইনকুলেছন গ্ৰহণ কৰা ভাৰতৰ প্ৰথম ৰাজনৈতিক নেতা । তেওঁ সাংসদ স্বাস্থ্যকৰ্মী হিচাপে আজি কৰ’না প্ৰতিষেধক গ্ৰহণ কৰে ।

ADVERTISEMENT

প্ৰতিষেধক গ্ৰহণ কৰা ডাঃ শৰ্মা এজন প্ৰশিক্ষণপ্ৰাপ্ত চিকিৎসক । তেওঁ নইডা চেক্টৰ ২৭ত দিনৰ ১১ বজাত প্ৰতিষেধক গ্ৰহণ কৰে । ৬১ বছৰীয়া অৱসৰপ্ৰাপ্ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছত ৩০ মিনিটৰ বাবে পৰ্যৱেক্ষণত ৰখা হয় ।

RelatedPosts

কামৰূপ মহানগৰত এনডিএৰ অগ্ৰগতি

বিজয় উৎসৱৰ প্ৰস্তুতিত ব্যস্ত বিজেপি মুখ্য কাৰ্যালয়

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

ডাঃ শৰ্মাই টুইট কৰে, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ বৃহত্তম টিকা প্ৰদান কাৰ্যসূচী আৰম্ভ কৰাৰ লগতে ক’ভিড-১৯ৰ অন্ত সূচনা আৰম্ভ হৈছে । এজন চিকিৎসক হিচাপে মই প্ৰতিষেধক গ্ৰহণ কৰিলো । মই সম্পূৰ্ণ সুস্থ অনুভৱ কৰিছো । প্ৰতিষেধকটো সম্পূৰ্ণ নিৰাপদ আৰু আপোনালোক সকলোৱে গ্ৰহণ কৰা উচিত ।’

कोरोना के अंत की शुरुआत आज मा. प्रधानमंत्री @narendramodi जी ने विश्व के सबसे बड़े टीकाकरण अभियान का शुभारंभ करके की|

एक डॉक्टर के नाते मुझे भी कोरोना वैक्सीन लगाई गयी| पूरी तरह से अच्छा महसूस कर रहा हूँ| वैक्सीन पूरी तरह से सुरक्षित है, आप सभी भी लगवाएं| #LargestVaccineDrive pic.twitter.com/yErR0E9mZ3

— Dr. Mahesh Sharma (मोदी का परिवार) (@dr_maheshsharma) January 16, 2021

সূত্ৰ অনুসৰি, পশ্চিমবংগৰ পূৰ্ব বৰ্ধমান জিলাৰ তৃণমূল কংগ্ৰেছৰ বিধায়ক ৰবীন্দ্ৰনাথ চেট্টাৰ্জীয়েও ৰোগীৰ কল্যাণ কমিটিৰ অংশ হিচাপে প্ৰতিষেধক গ্ৰহণ কৰে ।

অপূৰণীয় ক’ভিড প্ৰতিষেধকৰ দাবীৰ লগতে প্ৰথম পৰ্যায়ত কোনখিনি লোকে প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব সেইটোও লক্ষ্যণীয় আছিল ।

প্ৰধানমন্ত্ৰী মোদীয়ে সোমবাৰে কৰ’না ভাইৰাছ প্ৰতিষেধক প্ৰদান কৰাৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ স’তে হোৱা বৈঠকত সকীয়াই দিছিল যে ৰাজনৈতিক নেতাসকলে যাতে প্ৰথম শাৰিত জপিয়াই নপৰে । তেওঁলোকৰ পাল অহালৈ অপেক্ষা কৰা উচিত ।

চৰকাৰে প্ৰথম পৰ্যায়ৰ প্ৰতিষেধক প্ৰদানৰ বাবে অগ্ৰাধিকাৰৰ এখন তালিকা প্ৰস্তুত কৰি দিছিল । য’ত এক কোটি স্বাস্থ্যকৰ্মী, দুই কোটি ফ্ৰণ্টলাইন কৰ্মী যেনে আৰক্ষী, অসামৰিক বাহিনীসকল অন্তৰ্ভুক্ত হ’ব । তেওঁলোকৰ বাবে প্ৰতিষেধক বিনামূলীয়া হ’ব ।

আনহাতে, দ্বিতীয় পৰ্যায়ত ৫০ ৰ উৰ্দ্ধৰ আৰু ৫০ ৰ তলৰ কিন্তু আন ৰোগত আক্ৰান্ত যেনে মধুমেহ, উচ্চৰক্তচাপজনিত লোকসকলক প্ৰতিষেধক প্ৰদান কৰা হ’ব ।

প্ৰধানমন্ত্ৰী মোদীৰ এই নিৰ্দেশিকাই তেলেংগানাৰ স্বাস্থ্যমন্ত্ৰী এটালা ৰাজেন্দৰক প্ৰেৰিত কৰিলে । তেওঁ কৈছিল যে তেওঁৰ ৰাজ্যত প্ৰথম প্ৰতিষেধক তেঁৱে গ্ৰহণ কৰিব । কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণাৰ পাছত তেওঁ প্ৰতিষেধক গ্ৰহণ নকৰে বুলি জনায় আৰু ইয়াৰ দ্বাৰা তেওঁ স্বাস্থ্যকৰ্মীসকলৰ বাবে পথ মুকলি কৰিছে বুলিও কয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BJPcovid vaccinationMahesh SharmaNarendra ModiRabindranath ChatterjeeTrinamool Congress
publisher

publisher

Related Posts

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ
News

May 5, 2026
Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ
News

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

May 5, 2026
Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d