Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

জেতুকাৰ ঔষধি গুণ

publisher by publisher
February 21, 2021
in Lifestyle
Reading Time: 1 min read
0
জেতুকাৰ ঔষধি গুণ
69
SHARES
685
VIEWS
ShareShareShareShare

★জেতুকা হাতৰ তলুৱাত বান্ধিলে হাতৰ ছালৰ খজুৱতি নাশ হয়। ছাল কুমতীয়ে নাখায়। তলুৱা নিমজ আৰু উজ্জ্বল হয়। ভৰিৰ তলুৱাত সানিলে তলুৱাৰ খৰ-খজুলি, আচিনাই আদি নহয়।

ADVERTISEMENT

★জেতুকা নখত ব্যৱহাৰ কৰিলে নখচুকীয়া, নখ খৰ, নখ ফটা, নখৰ চুকত বিষ হোৱা, ফুলি যোৱা আদি ৰোগ নাশ হয়।

RelatedPosts

বডিলোচন কিনাৰ সময়ত এই তিনিটা কথা মনত ৰাখিব 

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিতৌ মূল আহাৰৰূপে ভাত গ্ৰহণ কৰে নে? জানি লওক ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা 

★জেতুকা চুলিত ব্যৱহাৰ কৰিলে চুলি পকা বন্ধ হয়, চুলি ক’লা হয়, উফি নহয়, চুলিৰ বিভিন্ন ৰোগ ভাল হয়।

61avQ1eCPEL. SX466★জেতুকাৰ ৰস শৰীৰৰ গা-মুখ, কঁকাল, পিঠিত ঘঁহিলে ছাল মসৃণ হয়, ঘামচি নহয়।

★ব’হাগ বিহুৰ প্ৰথম দিনা জেতুকাৰ পাত খুন্দি ভৰিৰ পতাত সানিলে বছৰটোৰ ভিতৰত বসন্ত ৰোগ নহয়। ঘামচি হ’লে, ৰঙা হৈ খজুৱালে জেতুকাৰ ৰস দুচামুচ, হালধিৰ ৰস এচামুচ মিহলাই এবাটি পানীত মিহলাই গা-ধুব লাগে। ঘামচি নাইকিয়া হ’ব আৰু আনুসংগিক লক্ষণবোৰ কমি যাব।

★পায়োৰিয়া হৈ দাঁতৰ আলু ফুলি বিষ হ’লে জেতুকাৰ পাত ২৫০ মি:গ্ৰাম পানীত সিজাই পাঁচ গ্রাম, খয়েৰৰ লগত মিহলাই দাঁতত সানিলে ৰোগ আৰোগ্য হয়।

henna hair oil★কাণ পকি পূঁজ ওলালে জেতুকাৰ পাতৰ ৰস দুটোপাল পৰিমাণে দিনে দুবাৰকে তিনি চাৰি দিন দিলে ৰোগ গুচে।

★চকু নমা বা কনজাংটিভাইটিছ হ’লে জেতুকা পাত থেতালি সেই পাত পানীত অলপ সময় উতলাই চেঁচা হ’লে সেই পানীৰে চকু ধুব লাগে। দিনে দুই-তিনিবাৰ।

★জণ্ডিচ হ’লে জেতুকা ফুলৰ ৰস দুই চামুচ উলিয়াই তাত দহ চামুচ উলিয়াই তাত দহ চামুচ চাউল ধোৱা পানী মিহলাই মিশ্ৰণটো দিনে এবাৰকৈ পাঁচ-ছয় দিন খালে ৰোগটো আৰোগ্য হয়।

91W4yuQzRL. SL1500★শুক্রমেহ আৰোগ্য কৰিবলৈ জেতুকা পাতৰ ৰস এচামুচ, গৰুৰ গাখীৰ এচামুচ পৰিমাণে মিহলাই তাত দুচামুচ পৰিষ্কাৰ পানী দি দিনে এবাৰকৈ সাত দিন খাব লাগে।

★জৰায়ু স্থানচ্যুত হ’লে জেতুকা পাতৰ ৰস দুচামুচকৈ দিনে এবাৰকৈ দহ-বাৰ দিন খাব লাগে।
কান্ধৰ বিষত জেতুকাৰ দুচামুচ ৰস উলিয়াই খাটি সৰিয়হৰ তেল আধা চামুচ মিহলাই মালিচ কৰিলে তিনি-চাৰি দিনৰ ভিতৰত বিষ কমি যায়।

★শৰীৰৰ দুৰ্গন্ধ, ঘাম আদিৰ পৰা পৰিত্ৰাণ পাবলৈ জেতুকা পাতৰ ৰস পাঁচ চামুচ পৰিমাণে আধা বাল্টি পানীত মিশ্ৰণ কৰি গা-ধুব লাগে। পাঁচ-ছয় দিন পৰ্যন্ত এনেদৰে গা-ধুলে শৰীৰৰ দুৰ্গন্ধ, ঘাম আদি কমি যাব।

e9b1994fae6706a4e2fa35a455f1f6e5★মুখৰ ভিতৰত ঘা হোৱা, জিভাত ফোঁহা উঠি আদি সমস্যাত জেতুকাৰ কেইখিলামান পাত চোবাই ৰস খালে ভাল হয়।

★ৰাতি টোপনি নাহে, বহু ৰাতিলৈকে অস্বস্তিকৰ পৰিৱেশত থাকিব লাগে। তেনে অৱস্থাত জেতুকা পাতৰ ৰস মাত্ৰ এচামুচ উলিয়াই তাত আধা চামুচ মৌজোল মিহলাই কিছুদিন খোৱাৰ অভ্যাস কৰিলে সমস্যা আঁতৰ হয়। ৰাতি শুবলৈ যোৱাৰ সময়ত ব্যৱহাৰ কৰিব। দ্বিতীয়তে- বিছ খিলামান জেতুকাৰ পাত গাৰুৰ তলত থৈ দিলে একে কাম কৰে।

★বহু মহিলা আৰু পুৰুষৰ ভৰিৰ পোৰণি, ভৰিৰ বিষ আদি সমস্যাৰ উদ্ভৱ হোৱা দেখা যায়। ভৰিত পোৰণিৰ লগতে ভৰি কুট-কুটোৱা, জিনজিনোৱা, বিষ হোৱা আদি লক্ষণত জেতুকা পাতৰ ৰস প্রস্তুত কৰি সানিব লাগে। দিনে দুই-তিনিবাৰ পাঁচ-ছয় দিন।

how to apply henna csp60878332 bdspn 1★মূত্র পাথৰি ৰোগত জেতুকা পাতৰ ৰস চাৰি-পাঁচ চামুচ পৰিমাণে দিনে এবাৰকৈ পোন্ধৰ দিন খাব লাগে।

★মৃগীৰোগত জেতুকাৰ পাতৰ দুচামুচ ৰস এচামুচ গৰুৰ গাখীৰ মিহলাই দিনে এবাৰকৈ এসপ্তাহ কাল খুৱালে অসুখটো নিৰাময় হয়।

★উচ্চ ৰক্তচাপত জেতুকাৰ পাতৰ ৰস কপালত সানিব লাগে আৰু পাত খুন্দি মূৰত ভৰণ দিলে ভাল হয়।

616 Zrzs9OL★জেতুকাৰ পাতৰ ৰস আৰু শিলিখাৰ ৰস সম পৰিমাণে লৈ মূৰ ধুলে চুলিসৰা বন্ধ হয়।

★মূৰৰ বিষত জেতুকা পাতৰ ৰস আধা চামুচ খালে বিষ কমে।
★জেতুকা পাতৰ ৰস দিনে এবাৰকৈ পোন্ধৰদিন খালে তেজ পৰিষ্কাৰ হয়। পৰিমাণ দুচামুচ।

Maruthani plant2

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BenefitsHealthHenna Plant
publisher

publisher

Related Posts

ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল
Lifestyle

May 3, 2026
সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ
Lifestyle

সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

May 2, 2026
কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক
Lifestyle

কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

May 1, 2026
গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক
Lifestyle

গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

April 28, 2026
সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?
Lifestyle

সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

April 28, 2026
অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ
Lifestyle

অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d