Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

বিয়াৰ বাবে অতিক্ৰম কৰিছিল ৫৬৫ কিলােমিটাৰ দূৰত্ব

পঢ়ক সবিশেষ

publisher by publisher
March 4, 2021
in India, News
Reading Time: 1 min read
0
বিয়াৰ বাবে অতিক্ৰম কৰিছিল ৫৬৫ কিলােমিটাৰ দূৰত্ব
5
SHARES
52
VIEWS
ShareShareShareShare

বুদ্ধিমতী আৰু ৰূপৱতী, এই দুয়ােটা উপমাই তেওঁৰ স’তে সকলাে সময়তে ৰজিতা খােৱা। গণিতৰ সকলাে কঠিন সমস্যা পৰীক্ষাৰ বহীত নিমিষতে সমাধান কৰিব পাৰিছিল। কেৱল গণিতেই নহয়; ইংৰাজী, ভূগােল, ইতিহাস, দেশৰ সংবিধান আদি প্রায় সকলাে বিষয়তে তেওঁৰ জ্ঞান ঈর্ষণীয়। বিভিন্ন পত্রিকাৰ পাতত তেওঁৰ অবাধ বিচৰণৰ সমান্তৰালকৈ সামাজিক মাধ্যমতাে তেওঁ অতি পৰিচিত মুখ।

ADVERTISEMENT

EZm0hBTXgAAOyFeইনষ্টাগ্ৰামত তেওঁক দেখিলে যিকোনাে লােকেই টিক্টক তাৰকা বা বলিউদৰ নায়িকা বুলি ভুল কৰিব পাৰে। কিন্তু এইবােৰৰ স’তে তেওঁৰ কোনাে সম্পর্ক নাই। এই সুন্দৰী যুৱতী আচলতে বিহাৰৰ এগৰাকী আইপিএছ বিষয়া। নৱজ্যোৎ ছিমি নামৰ এই আৰক্ষী বিষয়াগৰাকীয়ে ২০২০ত আইপিএছ পৰীক্ষাত উত্তীর্ণ হৈছিল। ইয়াৰ পূর্বে নৱজ্যোতে পিচিএছ। (পঞ্জাৱ চিভিল ছাৰ্ভিচ) বিষয়াৰূপে চাকৰিত যােগ দিছিল।

RelatedPosts

কাটিহাৰৰ ভয়ংকৰ পথ দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালক দুই লাখ টকাৰ এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

Assam Assembly Election:এটা পর্যায়ত নির্বাচন অনুষ্ঠিত হোৱাৰ সুযোগত বিহাৰ-পশ্চিমবংগৰ পৰা ২৬শ বাহন আমদানি

Guwahati:মহানগৰীত বিহাৰৰ কুখ্যাত ডকাইত দল আৰক্ষীৰ জালত

13পঞ্জাৱৰ এক অনুসূচীত জাতিৰ পৰিয়ালত জন্ম নৱজ্যোতৰ। পিতৃ আছিল এটা ৰাষ্ট্ৰীয়কৃত বেংকৰ বিষয়া। মাতৃ এগৰাকী গৃহিণী। অনুসূচীত জাতিৰ হােৱা বাবে শৈশৱত তেওঁ প্রতিবেশী,বন্ধু-বান্ধৱৰ পৰা প্ৰায়েই কটাক্ষৰ সন্মুখীন হৈছিল। সেই বাবেই তেওঁ শৈশৱৰ পৰা চৰকাৰী উচ্চপদত চাকৰি কৰাৰ সপােন দেখিছিল। পঞ্জাৱৰ এখন বেচৰকাৰী স্কুলত অধ্যয়ন কৰাৰ পাছত নৱজ্যোতে লুধিয়ানাৰ বাবা যশােৱন্ত সিং দন্ত মহাবিদ্যালয়ৰ পৰা স্নাতক হয়।

main qimg dd4b584bd1021fe1a97d171fe24b5f97ইয়াৰ পাছত তেওঁ দন্ত চিকিৎসকৰূপে কর্মত নিয়ােজিত হয়। অৱশ্যে নৱজ্যোতৰ স্বপ্ন আছিল আইপিএছ হােৱাৰ। সেয়ে দন্ত চিকিৎসকৰূপে দায়িত্ব পালনৰ সমান্তৰালকৈ তেওঁ কেন্দ্রীয় লােকসেৱা আয়ােগৰ পৰীক্ষাৰ বাবে প্রস্তুতি অব্যাহত ৰাখিছিল। নতুন দিল্লীত তেওঁ ব্যক্তিগত শিক্ষকৰ সহায়াে লয়। প্রথম প্রচেষ্টাতে আইপিএছ হােৱাটো কোনাে মুখৰ কথা নহয়। ২০১৬ তেওঁ প্রথমে পিচিএছ বিষয়া হয়।

main qimg b23b13fdf51e361d3850a4d308a21b7aচিকিৎসা সেৱা ত্যাগ কৰি তেওঁ প্রশাসনিক পদত যােগ দিয়ে। তাৰ পাছৰ হছৰতে নৱজ্যোতে আইপিএছ। পৰীক্ষাত উত্তীর্ণ হয়। সমগ্র দেশত তেওঁ ৭৩৪ নম্বৰ স্থান পায়। সম্প্রতি তেওঁ পাটনাত কৰ্মৰত হৈ আছে। এগৰাকী আৰক্ষী বিষয়া হােৱা সত্ত্বেও নৱজ্যোতক দেখিলে বলিউদৰ নায়িকা বুলিয়ে ভুল হ’ব পাৰে। বিশেষকৈ বিভিন্ন সাজ-সজ্জাৰে ফটো উঠাৰ চখাে তেওঁৰ আছে।

154926052 267223081470254 5232064831829137708 nঅপূর্ব সুন্দৰী নৱজ্যোতক দেখিলে কোনেও নক’ব যে তেওঁ প্ৰকৃততে এগৰাকী আৰক্ষী বিষয়াহে। কাৰণ তেওঁৰসৌন্দর্য এগৰাকী বলিউদৰ নায়িকা হােৱাৰ বাবে যথেষ্ট। এই অপূর্ব ৰূপৱতী আইপিএছ বিষয়াগৰাকীয়েই সম্প্রতি নিজৰ প্ৰেম আৰু বিবাহৰ বাবে বিশেষ চৰ্চাৰ কেন্দ্রবিন্দু হৈ পৰিছিল।২০১৫ৰ ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়া তুষাৰ ছিংলাৰ স’তে প্ৰেমৰ সম্পর্ক গঢ়ি উঠিছিল নৱজ্যোতৰ।

sddefaultআইএএছ বিষয়া ছিংলা সম্প্রতি পশ্চিমবংগত নিয়ােজিত হৈ আছে। যােৱা ভেলেন্টাইন ডেৰ দিনা প্রেমিকক কাষত পােৱাৰ বাবেই নৱজ্যোতে পাটনাৰ পৰা ৫৬৫ কিলােমিটাৰ পথ অতিক্ৰম কৰি পশ্চিমবংগৰ উলুবেড়িয়াত উপস্থিত হৈছিল। দীর্ঘদিন ধৰিয়েই তেওঁলােকৰ প্ৰেমৰ শুভ পৰিণতিত বাধাৰ সৃষ্টি কৰি আহিছিল নিজ নিজ কর্মই। সেয়ে বিবাহপাশত আবদ্ধ হােৱাৰ বাবেই নৱজ্যোতে ভেলেন্টাইন ডেত আহি প্রেমিক তুষাৰৰ কাৰ্যালয়ত উপস্থিত হয়।

a099cd36a15e94df032bcd1396d7a685তাতেই দুয়াে আদালতত বিবাহৰ পঞ্জীয়ন কৰায়। অৱশ্যে কামৰ চাপত এই পর্যন্ত তেওঁলােকে কোনাে অনুষ্ঠানৰ আয়ােজন কৰিব পৰা নাই। কিছুদিন পূর্বে নৱজ্যোৎ ব্যস্ত আছিল বিহাৰৰ নিৰ্বাচনত। এতিয়া প্রেমিক তুষাৰ ব্যস্ত হৈ আছে। পশ্চিমবংগৰ আগন্তুক নির্বাচনক কেন্দ্ৰ কৰি। নির্বাচনৰ পাছতে দুয়াে ধুমধামেৰে বিবাহৰ আয়ােজন কৰিব বুলি সংবাদ মাধ্যমক জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BiharIPS OfficerNavjot Simi
publisher

publisher

Related Posts

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়
Assam

খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d