Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

পূৱ কোকৰাঝাৰ জনজাতি সমষ্টিত একো উন্নতি হোৱা নাইঃ লৰেঞ্চ ইছলাৰী

publisher by publisher
March 21, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
পূৱ কোকৰাঝাৰ জনজাতি সমষ্টিত একো উন্নতি হোৱা নাইঃ লৰেঞ্চ ইছলাৰী
12
SHARES
118
VIEWS
ShareShareShareShare

অসম বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দলসমূহ। এই ক্ষেত্রত পিছ পৰি ৰোৱা নাই প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দল। সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত ৩০ নং পূৱ কোকৰাঝাৰ জনজাতি সমষ্টিৰ ইউপিপিএল দলৰ মনোনীত প্ৰাৰ্থী লৰেঞ্চ ইছলাৰীয়ে কয়, ‘ইয়াত ৩০ বছৰ ধৰি প্ৰমিলা ৰাণী ব্ৰহ্ম বিধায়িকা আৰু মন্ত্রী হৈ আছিল ৰাইজে নিজেই দেখিছে তেওঁ কৃষি দপ্তৰৰ মন্ত্রী আছিল কিন্তু পূৱ কোকৰাঝাৰ সমষ্টিত একো উন্নতি নকৰিলে। তেওঁ বনমন্ত্রী আছিল কিন্তু তাতে বসবাস কৰা লোকসকলক একো সুবিধা প্রদান নকৰিলে । লগতে পিছ পৰা জাতি জনগোষ্ঠীৰ বাবেও একো কাম নকৰিলে । যাৰ পৰিপ্ৰেক্ষিতত এইবাৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু ইউপিপিএলক পূৱ কোকৰাঝাৰ জনজাতি সমষ্টিত জয়যুক্ত কৰিব ।’

ADVERTISEMENT

তেওঁ লগতে কয়, ‘আমাৰ বিটিআৰ অঞ্চলত বহুতো সমস্যা আছে। এতিয়া বহুতো স্কুল প্ৰাদেশিকিকিত হোৱা নাই লগতে বহুতো মহাবিদ্যালয় চৰকাৰী হোৱা নাই। চৰকাৰী তথ্য মতে, ১১ হেজাৰ অতিৰিক্ত শ্ৰেণীকোঠাৰ প্ৰয়োজন আছে। কিছুমান স্কুলত এতিয়াও এজন শিক্ষকে পাঠদান চলাই আছে। বহু স্কুলত বিজ্ঞান আৰু গণিতৰ শিক্ষকৰ অভাৱ। মই বিধায়ক হৈ আহিলে এইবোৰ ক্ষেত্রত বেছি গুৰুত্ব দিম যিহেতু মই এজন ছাত্র নেতা আছিলো ।’

RelatedPosts

Resignation from uppl:ইউপিপিএলৰ বিধায়ক ভূপেন বড়োৰ পদত্যাগ

UPPL Candidate List Announced:এনডিএলৈ অপেক্ষা নকৰি ইউপিপিএলৰ সাতজনীয়া প্ৰথমখন তালিকা প্রকাশ

প্রমোদৰ দিল্লী যাত্ৰাই ইউপিপিএলক সুৰক্ষিত কৰিব নে সংকুচিত?

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্রত প্ৰাৰ্থীগৰাকীয়ে কয়, ‘মই যেতিয়া এবছুত আছিলো তেতিয়া কৈছিলো যে, বৰ্তমানৰ জনজাতিকৰণ থকা জনগোষ্ঠীৰ ক্ষতি নোহোৱাকৈ ছয় জনগোষ্ঠীৰ তথা কোচৰাজবংশীৰ জনজাতিকৰণ কৰিলে আমাৰ একো আপত্তি নাই আৰু মই এতিয়াও এই স্থিতিতেই অটল আছো ।’

ডি ভোটাৰৰ ক্ষেত্রত তেওঁ ইছলাৰীয়ে কয়, আমাৰ দলে বেংগলীসকলৰ ডি ভোটাৰ লগতে এনআৰচিৰ সমস্যা আছে এই ক্ষেত্ৰত সদায় মাত মাতি যাব। হাগ্ৰামা মহিলাৰীয়ে আৰু কেতিয়াও বিটিআৰত চৰকাৰ গঠন কৰিব নোৱাৰে।’

তেওঁ নিজৰ দলৰ কৰ্মীসকলক ধৰি ৰাখিবলৈ বাৰে বাৰে কৈ আছে যে, অসম বিধানসভা নির্বাচনৰ পাছত বিটিআৰত বিপিএফৰ চৰকাৰ হ’ব, এই বুলি কটাক্ষ কৰে লৰেঞ্চ ইছলাৰীয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Lawrence IslaryUPPL
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d