Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

হিমবাহ পাশ্চাদপসৰণৰ বাবে এণ্টাৰ্কটিকাৰ বিশ্বৰ সৰ্ববৃহৎ তুষাৰখণ্ড ভাঙি পৰে

publisher by publisher
May 20, 2021
in News
Reading Time: 1 min read
0
হিমবাহ পাশ্চাদপসৰণৰ বাবে এণ্টাৰ্কটিকাৰ বিশ্বৰ সৰ্ববৃহৎ তুষাৰখণ্ড ভাঙি পৰে
11
SHARES
110
VIEWS
ShareShareShareShare

স্পেনিছ দ্বীপপুঞ্জৰ আকাৰৰ এটা তুষাৰখণ্ড এণ্টাৰ্কটিকাৰ উপকূলত ভাঙি পৰে । উপগ্ৰহ আৰু বিমানৰ পৰা গ্ৰহণ কৰা পৰিমাপ অনুযায়ী এইটো বিশ্বৰ বৃহত্তম তুষাৰ খণ্ড ।

ADVERTISEMENT

ইউৰোপীয়ান স্পেছ এজেন্সিয়ে জনায় যে, আইচবাৰ্গ এ-৭৬ এণ্টাৰ্কটিকাৰ ৰোন আইচ ছেল্ফৰ পশ্চিম দিশৰ পৰা ভাঙি পৰিছে আৰু ই এতিয়া ৱেডেল সাগৰত উটি আছে । তুষাৰখণ্ডটোৰ দৈৰ্ঘ্য ১৭০ কিলোমিটাৰ (১০৫ মাইল) আৰু প্ৰস্থ ২৫ কিলোমিটাৰ (১৫ মাইল) । ই নিউয়ৰ্কৰ আইলেণ্ডতকৈ বৃহৎ আৰু পোৱেট্ৰ’ ৰিক’ৰ অৰ্ধ আকাৰৰ সমান ।

RelatedPosts

সমাধান ওলাল এন্টার্কটিকাৰ ‘ৰক্তপ্রপাত’ৰ

ভয়াৱহ ভৱিষ্যতৰ দিশে এন্টার্কটিক উপ-দ্বীপ

Space:মহাকাশত ক্রমাৎ বৃদ্ধি পাইছে ই-আৱৰ্জনা

অন্যান্য গ্ৰহৰ তুলনাত এণ্টাৰ্কটিকাৰ তুষাৰখণ্ড দ্ৰুত উষ্ণ হ’বলৈ লৈছে । ফলত, বিশেষকৈ ৱেডেল সাগৰৰ আশে-পাশে বৰফ আৰু ইয়াৰ আচ্ছাদন গলিবলৈ লৈছে লগতে হিমবাহৰ পাশ্চাদপসৰণ ঘটিছে । হিমবাহ পাশ্চাদপসৰণ ঘটাৰ সময়ত বৰফৰ কিছু অংশ বিচ্ছিন্ন হৈ যায় আৰু একবাৰে ভাঙি নাযোৱা বা ভূ-খণ্ডত খুন্দা নমাৰা পৰ্যন্ত বিচ্ছিন্নভাৱে উটি থাকে ।

চলিত মাহৰ আৰম্ভণিতে ‘নেছাৰ’ত প্ৰকাশিত এক গৱেষণা অনুসৰি, ১৯৮০ ৰ তুলনাত সমুদ্ৰ পৃষ্ঠ প্ৰায় ন ইঞ্চি বৃদ্ধি পাইছে আৰু ইয়াৰ এক চতুৰ্থাংশ বৃদ্ধি পাইছে গ্ৰীণলেণ্ডৰ হিমবাহ গলন আৰু এণ্টাৰ্কটিকা হিম খণ্ডৰ বাবে ।

১৫ খন দেশৰ ৮৪ জন বিজ্ঞানীয়ে গৱেষণাত এই সিদ্ধান্তত উপনীত হয় যে, গ্ৰীণহাউচ গেছ নিঃসৰণ হ্ৰাস কৰা আৰু জলবায়ু পৰিৱৰ্তন লেহেমীয়া কৰাৰ যি উচ্চাকাংক্ষী ৰাষ্ট্ৰীয় লক্ষ্য আছে, সেই সমূহ সমুদ্ৰ পৃষ্ঠ বৃদ্ধি হোৱাত বাধা দিবৰ বাবে যথেষ্ট নহয় ।

যদি দেশসমূহে পেৰিছ চুক্তিত উল্লেখিত পূৰ্ববৰ্তী প্ৰতিশ্ৰুতিসমূহ পালন কৰে, হিমবাহ আৰু বৰফৰ গলনে সমুদ্ৰ পৃষ্ঠ দ্ৰুত হাৰত বৃদ্ধি কৰিব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AntarcticaEuropean Space AgencyNature
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

April 29, 2026
গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা
News

গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

April 29, 2026
ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
News

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

April 29, 2026
WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ
News

WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

April 29, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
News

Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

April 29, 2026
PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
News

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d