Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু

    Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

    অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

    ৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত

    Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ লোমহর্ষক ডকাইতি কাণ্ডৰে জড়িত দুই ডকাইত আৰক্ষীৰ জালত

    Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

মৃত্যুৰ সংখ্যাও উদ্বেগজনক : কেন্দ্র

দেশত হ্রাস পালেও ক'ভিড সংক্ৰমণৰ বর্ধিত প্রৱণতা উত্তৰ-পূবত

publisher by publisher
July 9, 2021
in Assam, India, News
Reading Time: 1 min read
0
মৃত্যুৰ সংখ্যাও উদ্বেগজনক : কেন্দ্র
3
SHARES
30
VIEWS
ShareShareShareShare

ক’ভিড পৰিস্থিতিক লৈ উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যসমূহ অধিক সতর্ক হােৱাৰ প্ৰয়ােজন আছে। বৃহস্পতিবাৰে কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রণালয়ে ইউনিছেফৰ সহযােগত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে আয়ােজন কৰা এক অনলাইন মিডিয়া মত বিনিময় অনুষ্ঠানত মন্ত্রণালয়ৰ যুটীয়া সচিব লৱ আগৰৱালাই দাঙি ধৰা তথ্যত এনে উদ্বেগজনক ছবি প্রতিফলিত হয়।

ADVERTISEMENT

তেওঁ কয় যে দেশজুৰি ক’ভিড আক্রান্তৰ সংখ্যা হ্রাস হােৱাৰ সময়তে উত্তৰ-পূর্বাঞ্চলত সংক্ৰমণৰ বর্ধিত প্ৰৱণতা এক উদ্বেগৰ বিষয় হৈ পৰিছে। উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভিতৰত সংক্ৰমণৰ প্রাবল্য থকা ৰাজ্যসমূহ একাদিকক্রমে হৈছে অসম, মণিপুৰ, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, অৰুণাচল প্রদেশ, ছিকিম আৰু নগালেণ্ড।

RelatedPosts

Child Mental Health : বিশ্বত প্ৰতি সাত শিশুৰ এটি আক্ৰান্ত হৈছে মানসিক সমস্যাত

মানৱ শৰীৰত আৰম্ভ হৈছে বুষ্টাৰ প্ৰতিষেধকৰ পৰীক্ষামূলক প্ৰয়োগ

সঠিকভাবে মাস্ক পৰিধান কৰিছে দেশৰ মাত্ৰ ১৪ শতাংশ লোকে, চৰকাৰী ৰিপৰ্টত পোৱা গৈছে এই তথ্য

দেশত বর্তমান মুঠ সংক্ৰমণৰ সংখ্যা চাৰি লাখ ৬০ হেজাৰ ৭০৪জন। ইয়াৰে ভিতৰত অসমত ২৩,৩৭১জন সংক্রমিত হৈছে। মণিপুৰৰ দৰে এখন সৰু ৰাজ্যতে আক্রান্তৰ সংখ্যা ৬,৫৩৪। আনহাতে, মেঘালয়ত ৪,২২৩, ত্ৰিপুৰাত ৪,২১১, মিজোৰামত ৩,৯৬০, অৰুণাচল প্রদেশত ৩,৩৬৩, ছিকিমত ১,৯৭৫ আৰু নগালেণ্ডত এই পর্যন্ত আক্ৰান্তৰ সংখ্যা ১,০৭০জন বুলি তেওঁ তথ্য দাঙি ধৰে।

তেওঁ কয় যে বিগত ২৪ ঘণ্টাত অসমত আক্রান্ত হৈছে ২,২৮৯জন। মণিপুৰত বিগত ২৪ ঘণ্টাত ৭৬০জন আক্রান্ত হৈছে। মেঘালয়ত ৩৫৪, ত্ৰিপুৰাত ৪০৭, মিজোৰামৰ দৰে সৰু ৰাজ্যত ৫৪৮, অৰুণাচল প্রদেশত ৪০৪জন বিগত ২৪ ঘণ্টাত আক্রান্ত হৈছে।

এইসমূহ তথ্য দাঙি ধৰি আগৰৱালাই কয় যে উত্তৰ-পূর্বাঞ্চলত ৰাজ্যসমূহৰ মৃত্যুৰ সংখ্যাও এক চিন্তনীয় বিষয় হৈ আছে। অসমত বিগত ২৪ ঘণ্টাত মৃত্যুৰ সংখ্যা ২৬জন, মণিপুৰত ১১জন বুলি আঙুলিয়াই দি তেওঁ কয় যে অসমৰ উপৰি মেঘালয়, মিজোৰাম, ত্ৰিপুৰাৰ দৰে উত্তৰ-পূর্বাঞ্চলৰ সৰু ৰাজ্যতাে মৃত্যুৰ সংখ্যা যথেষ্ট বেছি।

বিগত সাত সপ্তাহত দেশজুৰি সংক্ৰমণৰ হাৰ হ্রাস পাইছে, সেই সময়ত মৃত্যুৰ সংখ্যা সৰু ৰাজ্যসমূহত শূন্য হ’ব লাগিছিল বুলি কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে আশা কৰিছিল যদিও এনে হােৱা নাই। আগৰৱালাই কয় যে দেশত প্রতি ১০ লাখত সংক্রমিতৰ সংখ্যা ২২,২৫৩জন। অথচ মণিপুৰৰ দৰে সৰু ৰাজ্যত ৰাষ্ট্ৰীয় হাৰতকৈ অধিক সংক্রমণ, অৰুণাচলতাে সংক্ৰমণৰ ঘটনা ৰাষ্ট্ৰীয় হাৰতকৈ অধিক।

ছিকিমৰ দৰে সৰু ৰাজ্যত ৰাষ্ট্ৰীয় গড়তকৈ ৫০ শতাংশ সংক্ৰমণৰ ঘটনা। এই পৰিস্থিতি উদ্বেগজনক। এইদৰে মন্তব্য কৰি আগৰৱালাই এই ক্ষেত্ৰত সংবাদ মাধ্যমে সচেতনতা বৃদ্ধিৰ বাবে উল্লেখযােগ্য ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি কয়।।

দেশজুৰি কিছুমান নির্দিষ্ট স্থানতে এতিয়া সংক্রমণ মাত্রাধিক্য হৈ আছে। দেশৰ ৯০খন জিলাত প্রতিদিনে সংক্ৰমণৰ সংখ্যা বাঢ়ি আছে। উদ্বেগৰ বিষয়টো হ’ল ইয়াৰে ১৪খন জিলাই উত্তৰ-পূবৰ। ৯০খন জিলাৰ পৰাই দেশৰ মুঠ সংক্রমিত ভিতৰত ৮০ শতাংশ নতুন সংক্ৰমণৰ ঘটনা ঘটি আছে।

ইয়াৰে ভিতৰত আছে অসমৰ নখন জিলা মণিপুৰৰ দুখন,মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাৰ এখনকৈ জিলা। আগৰৱালাই এইদৰে কয়। তেওঁ দাঙি ধৰা আন এক তথ্য অনুসৰি ২৯ জুনৰ পৰা পাঁচ জুলাইলৈ এটা সপ্তাহত ভাৰতৰ ৭৩খন জিলাত ১০ শতাংশতকৈ অধিক সংক্রমণৰ হাৰ পৰিলক্ষিত হৈছে।

সেই ৫৭খন জিলাৰ ভিতৰত উত্তৰ-পূর্বাঞ্চলৰে ৪৭খন জিলা। ইয়াৰে ভিতৰত আছে অৰুণাচলৰ ১৮খন, মণিপুৰৰ নখন, মেঘালয়ৰ ছখন, ত্ৰিপুৰাৰ চাৰিখন, নগালেণ্ডৰ তিনিখন, অসমৰ দুখন আৰু মিজোৰামৰ এখন জিলা। এই পৰিস্থিতিৰ কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে পুনৰীক্ষণ কৰি আছে বুলি আগৰৱালাই কয়।

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ক’ভিডৰ দ্বিতীয় পালি টিকাকৰণত গুৰুত্ব দিয়াৰ প্ৰয়ােজন আছে বুলি কয় কেন্দ্রীয় স্বাস্থ্য যুটীয়া সচিবজনে। তদুপৰি ক’ভিডৰ প্ৰথমশাৰীৰ যােদ্ধাৰাে টিকাকৰণত গুৰুত্ব দিব লাগিব ৰাজ্যই।

একেদৰে ৪৫ বয়সৰ ঊর্ধ্বৰ সকলােকে টিকাকৰণত গুৰুত্ব আৰােপ কৰিব লাগিব বুলি আগৰৱালাই কয়। তেওঁ স্পষ্ট কৰে যে ক’ভিডৰ দ্বিতীয় টৌৰ এতিয়াও অন্ত পৰা নাই। সেয়েহে সকলােৱে সজাগ-সর্তক হৈ থকা অত্যন্ত প্রয়ােজনীয়।

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ক্ষেত্ৰত ক’ভিড মােকাবিলাৰ প্ৰতি থকা ভৌগােলিক তথা অন্যান্য প্রত্যাহ্বানৰ কথাও উল্লেখ কৰি তেওঁ কয় যে কেন্দ্রীয় চৰকাৰে এই ৰাজ্যসমূহলৈ সম্পূর্ণ সহযােগিতা আগবঢ়াইছে। আজিৰ এই মত বিনিময়ত ১৩০জনতকৈ অধিক সাংবাদিকে অংশ লয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Lav AgarwalUNICEF
publisher

publisher

Related Posts

Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু
News

April 25, 2026
Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি
News

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

April 25, 2026
অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম
News

অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

April 25, 2026
৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত
News

৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত

April 25, 2026
Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ লোমহর্ষক ডকাইতি কাণ্ডৰে জড়িত দুই ডকাইত আৰক্ষীৰ জালত
News

Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ লোমহর্ষক ডকাইতি কাণ্ডৰে জড়িত দুই ডকাইত আৰক্ষীৰ জালত

April 25, 2026
Bank Licence Cancelled:আৰবিআইয়ে বাতিল কৰিলে পেটিএম পেমেণ্টছ বেংকৰ অনুজ্ঞা পত্ৰ
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d