Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

মানৱ শৰীৰত আৰম্ভ হৈছে বুষ্টাৰ প্ৰতিষেধকৰ পৰীক্ষামূলক প্ৰয়োগ

publisher by publisher
May 25, 2021
in COVID-19, India, News
Reading Time: 1 min read
0
মানৱ শৰীৰত আৰম্ভ হৈছে বুষ্টাৰ প্ৰতিষেধকৰ পৰীক্ষামূলক প্ৰয়োগ
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Arvind kejriwal:অৱশেষত সুৰা কেলেংকাৰীত দোষমুক্ত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল

‘চান্তাক্লজৰ ভিডিঅ’ত খ্ৰীষ্টান আৱেগক আঘাত ’: আপ নেতাৰ বিৰুদ্ধে এফআইআৰ শ্বাহ আৰক্ষীৰ

Arvind Kejriwal:প্রার্থী ক্ৰয় কৰাৰ অভিযোগ আপৰ,ওলোটাই অভিযোগ বিজেপিৰো

প্ৰতিষেধকৰ বিষয়ত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে নৰেন্দ্ৰ মোদী চৰকাৰে । ভাৰত বায়’টেকে প্ৰস্তুত কৰা প্ৰতিষেধক ক’ভেক্সিনৰ দুটা ড’জৰ পাছত পুনৰ বুষ্টাৰ ড’জ মানৱ শৰীৰত পৰীক্ষামূলক প্ৰয়োগ কৰাৰ অনুমতি দিলে কেন্দ্ৰ‌ই । এই বিষয়ত আজি সকৰাত্মক সংকেত দিছে ড্ৰাগ কণ্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়াই । প্ৰতিষেধক গ্ৰহণ কৰা লোকসকলৰ কৰ’নাৰ বিৰুদ্ধে অধিক সুৰক্ষা প্ৰদান কৰিবৰ বাবে এই পৰীক্ষামূলক প্ৰয়োগত অনুমোদন দিয়া হৈছে ।

ADVERTISEMENT

দেশজুৰি প্ৰতিষেধকৰ নাটনিয়ে দেখা দিছে । প্ৰতিষেধকৰ অভাৱত বহু ৰাজ্যত টিকাকৰণ প্ৰক্ৰিয়াত ব্যাঘাত জন্মিছে । সেয়ে ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলৰ টিকাকৰণৰ নাম নথিভুক্তকৰণৰ নীতিত পৰিৱৰ্তন আনিলে কেন্দ্ৰ‌ই । এতিয়াৰে পৰা ক’উইন বা আৰোগ্য সেতু মোবাইল এপত নাম নথিভুক্ত কৰাৰ লগতে চৰকাৰী টিকাকৰণ কেন্দ্ৰত গৈও প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব । প্ৰতিষেধকৰ অপচয় ৰোধ কৰিবৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জনায় কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ।

বিগত এক মে’ৰ পৰা আৰম্ভ হৈছে ১৮-৪৪ বছৰ বয়সৰ লোকসকলৰ টিকাকৰণ অভিযান । আগৰ পৰা নাম নথিভুক্ত কৰি ৰখাৰ পূৰ্বৰ নিয়মত কোনো সাল-সলনি অনা নাই । নতুন নিয়ম অনুসৰি কোনো লোকে চৰকাৰী টিকাকেন্দ্ৰত গৈও প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব ।

কেন্দ্ৰ‌ই জনায়, বিগত তিনি সপ্তাহত বহু টিকাকৰণ কেন্দ্ৰত দেখা গৈছে, নাম নথিভুক্ত কৰি বহু লোকে শেষ পৰ্যায়ত প্ৰতিষেধক গ্ৰহণ কৰিবলৈ নাযায় । ফলত প্ৰতিষেধকৰ অপচয় হয় । তেনে ক্ষেত্ৰত কোনো ব্যক্তিয়ে প্ৰত্যক্ষভাৱে চৰকাৰী টিকাকেন্দ্ৰত গৈ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আবেদন জনাব পাৰিব । তেতিয়া অনুপস্থিত ব্যক্তিৰ প্ৰতিষেধক ব্বৱহাৰ কৰিব পৰা যাব ।

নতুন নিৰ্দেশ অনুযায়ী, টিকাকেন্দ্ৰত অব্যৱহৃত প্ৰতিষেধক থাকিলে তাৎক্ষণিকভাৱে নতুন প্ৰতিষেধক প্ৰাপকসকলৰ নাম নথিভুক্ত কৰি প্ৰতিষেধক দিব পাৰিব । অৱশ্যে প্ৰাথমিকভাৱে এই সেৱা চৰকাৰী টিকাকেন্দ্ৰতে উপলব্ধ হ’ব ।

স্বাস্থ্য মন্ত্ৰণালয়ে জনায়, ক’ভেক্সিনৰ পৰীক্ষামূলক প্ৰয়োগত অংশগ্ৰহণকাৰীসকলে প্ৰতিষেধক গ্ৰহণ কৰা ইতিমধ্যে ছমাহ পাৰ হৈ গৈছে । সেইসকলৰ ১৯২ জন স্বেচ্ছাসেৱীৰ (১৮-৫৫ বছৰ) উপৰত দেশৰ ন টা কেন্দ্ৰত বুষ্টাৰ ড’জ দি তাৰ প্ৰভাৱ লক্ষ্য কৰা হ’ব ।

দিল্লীৰ এইমছত আৰম্ভণিৰ পৰাই ক’ভেক্সিনৰ পৰীক্ষামূলক প্ৰয়োগৰ দায়িত্বত সঞ্জয় ৰায় জড়িত হৈ আছে । তেওঁ কয়, ‘বুষ্টাৰ ড’জৰ অৰ্থ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু এধাপ বুষ্টিং বা বৃদ্ধি কৰা । ছয়-আঠ মাহ পাছত বা এবছৰৰ পাছত কোনো ক’ভেক্সিন প্ৰাপকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি আহিলে, পুনৰ বৃদ্ধি কৰিবৰ বাবে বুষ্টাৰ ড’জ গ্ৰহণ কৰিব পাৰিব । বুষ্টাৰ ড’জে কাম কৰিব‌ও পাৰে বা নকৰিব‌ও পাৰে ।’

তেওঁ লগতে জনায় যে, বুষ্টাৰ ড’জ প্ৰদান কৰিবলগীয়া লোকসকলক ছমাহ পৰ্যৱেক্ষণত ৰখা হ’ব । পৰীক্ষামূলক প্ৰয়োগত ইতিবাচক ফল লাভ কৰিলে বুষ্টাৰ ড’জ প্ৰদান কৰা হ’ব ।

ৰাজ্যসমূহক প্ৰতিষেধক প্ৰস্তুতকাৰীসকলৰ পৰা প্ৰত্যক্ষভাৱে প্ৰতিষেধক ক্ৰয় কৰাৰ অনুমোদন পত্ৰ প্ৰদান কৰিছে কেন্দ্ৰ‌ই । সোমবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দাবী জনায় যে, দিল্লী চৰকাৰে প্ৰত্যক্ষভাৱে প্ৰতিষেধক বিক্ৰী কৰাৰ বাবে ফাইজাৰ, মডাৰ্নাই আপত্তি দৰ্শাইছে । তেওঁলোকৰ অভিযোগ, বেচৰকাৰী ঔষধ সংস্থাসমূহে ব্যৱসায়িক স্বাৰ্থৰ বাবে ৰাজ্যসমূহক প্ৰতিষেধক বিক্ৰী কৰিব বিচৰা নাই ।

স্বাস্থ্য মন্ত্ৰণালয়ৰ যুগ্ম সচিব লব আগৰৱালে কয়, ‘কিমান পৰিমাণৰ প্ৰতিষেধক আছে, কিমান সৰবৰাহৰ বাবে সক্ষম, তাৰ ওপৰতেই সংস্থাসমূহৰ সিদ্ধান্ত নিৰ্ভৰ কৰিছে ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Arvind KejriwalCovaxinDCGILav AgarwalSanjay Ray
publisher

publisher

Related Posts

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

September 27, 2026
ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d