Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ভাৰতীয় অৰ্থনীতিৰ বৃদ্ধি তিনি শতাংশ হ্ৰাসৰ পূৰ্বাভাস

publisher by publisher
July 29, 2021
in India, News
Reading Time: 1 min read
0
ভাৰতীয় অৰ্থনীতিৰ বৃদ্ধি তিনি শতাংশ হ্ৰাসৰ পূৰ্বাভাস
3
SHARES
32
VIEWS
ShareShareShareShare

যোৱা এপ্ৰিলত আন্তৰ্জাতিক মুদ্ৰা নিধি (আইএম‌এফ)ৰ তৰফৰ পৰা প্ৰকাশ কৰা পূৰ্বাভাসত কোৱা হৈছিল যে ২০২২-২৩ বিত্তীয় বৰ্ষত ভাৰতীয় অৰ্থনীতিৰ বৃদ্ধিৰ হাৰ ১২.৫ শতাংশ হ’ব । সেই সময়ত দেশত কৰ’নাৰ ডেল্টা প্ৰজাতিৰ সংক্ৰমণে বৰ্তমানৰ দৰে মাধমাৰ শোধোৱা নাছিল; কিন্তু ইয়াৰ পাছত দেশত কৰ’নাৰ দ্বিতীয় সংক্ৰমণৰ আগমন ঘটে আৰু অগণন লোকৰ ক’ভিডৰ সংক্ৰমণত মৃত্যু হয় ।

ADVERTISEMENT

কৰ’নাৰ ব্যাপক সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ প্ৰায়বোৰ ৰাজ্য‌ই পুনৰ তলাবন্ধৰ লগতে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিবলৈ বাধ্য হয় । ক’ভিডৰ এনে ভয়াবহ আঘাতৰ প্ৰতি লক্ষ্য ৰাখি চলিত মাহত আইএম‌এফে ভাৰতৰ আৰ্থিক বৃদ্ধিৰ সন্দৰ্ভত পূৰ্বাভাস সলনি কৰিলে । আইএম‌এফৰ মুখ্য অৰ্থনীতিবিদ গীতা গোপীনাথে কালি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ২০২২ বিত্তীয় বৰ্ষত ১২.৫ শতাংশৰ পৰিৱৰ্তে ৯.৫ শতাংশ হোৱাৰ সম্ভাৱনা আছে ।

RelatedPosts

বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

১০ মাহত ১.৪৩ লাখ কোটি টকা অনুদান আৰু ঋণ লাভ কৰিলে পাকিস্তানে !

Petrol Price Hikes in Pakistan : পাকিস্তানত বৃদ্ধি পালে ইন্ধনৰ মূল্য

অৰ্ধবাৰ্ষিক ৱৰ্ল্ড ইক’ন’মিক আউটলুক সন্মিলনত আইএম‌এফৰ মুখ্য অৰ্থনীতিবিদ গোপীনাথে কয়, ‘বিশ্বৰ বহু দেশত অৰ্থনৈতিক পুনৰুদ্ধাৰৰ গতি মন্থৰ হৈছে । নতুনকৈ সংক্ৰমণৰ ঢৌ অহাৰ ফলত এই ঘটনা সংঘটিত হৈছে । সবাতোকৈ উল্লেখযোগ্যভাৱে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে ভাৰতত । সেয়েহে ভাৰতৰ আৰ্থিক বিকাশৰ পূৰ্বৰ পূৰ্বাভাস সলনি কৰা হৈছে । মাৰ্চ-মে’ত কৰ’নাৰ দ্বিতীয় ঢৌত আঘাতৰ প্ৰতি লক্ষ্য ৰাখি আৰ্থিক বিকাশৰ হাৰ কৰ্তন কৰা হৈছে ।

অৱশ্যে সমগ্ৰ বিশ্বতে সংক্ৰমণ বৃদ্ধিৰ ফলত একে অৱস্থা প্ৰত্যক্ষ হৈছে । এছিয়াৰ ভাৰত বাদেও ইন্দোনেছিয়া আৰু মালয়েছিয়াতো আৰ্থিক ক্ষেত্ৰত একে প্ৰৱণতা প্ৰত্যক্ষ হৈছে । আমেৰিকাতো পুনৰ সংক্ৰমণ বৃদ্ধি ঘটনা আমি দেখা পাইছো । এয়া আমাৰ বাবে উদ্বেগৰ বিষয় । ভৱিষ্যতে পৰিস্থিতি কোন দিশে গতি কৰে তাৰ প্ৰতিও নজৰ ৰখা হ’ব ।’

উল্লেখ্য যে কেৱল আইএম‌এফে নহয়, কৰ’না পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় সকলোবোৰ অৰ্থনৈতিক সংস্থাই ভাৰতৰ আৰ্থিক বিকাশৰ হাৰৰ পূৰ্বাভাসত কৰ্তন কৰিবলৈ বাধ্য হৈছে । ভাৰতীয় ৰিজাৰ্ভ বেংকেও পূৰ্বাভাস প্ৰকাশ কৰি কৈছে যে ২০২২ বৰ্ষত ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ হাৰ ৯.৫ শতাংশ হ’ব ।

ইফালে, ২০২২ বৰ্ষৰ বিকাশৰ হাৰ কৰ্তন কৰিলেও আইএম‌এফে ২০২১ৰ বিত্তীয় বৰ্ষত ভাৰতৰ আৰ্থিক বিকাশৰ হাৰ ছয় শতাংশ হ’ব । আইএম‌এফৰ প্ৰাথমিক অনুমান অনুসৰি, ২০২২ বিত্তীয় বৰ্ষত ভাৰতৰ আৰ্থিক বিকাশৰ হাৰ পূৰ্বে নিৰ্ধাৰণ কৰা ১২.৫ শতাংশৰ তুলনাত তিনি শতাংশ হ্ৰাস পাই ৯.৫ শতাংশ হোৱাৰ সম্ভাৱনা আছে । কৰ’না অতিমাৰীৰ কাৰণত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) প্ৰায় ১০ শতাংশ সংকুচিত হ’ব পাৰে বুলি পূৰ্বে আইএম‌এফে মত প্ৰকাশ কৰিছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Gita GopinathIMF
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d