Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

    মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

    মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!

    কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

    কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

    কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

‘দ্য শ্ব মাষ্ট গো অন’,প্লাষ্টাৰ কৰা হাতেৰেই শ্বুটিংত আহি উপস্থিত অভিষেক

publisher by publisher
August 26, 2021
in Entertainment
Reading Time: 1 min read
0
‘দ্য শ্ব মাষ্ট গো অন’,প্লাষ্টাৰ কৰা হাতেৰেই শ্বুটিংত আহি উপস্থিত অভিষেক
2
SHARES
19
VIEWS
ShareShareShareShare

কিছুদিনৰ আগতে চেন্নাইত দৃশ্যগ্ৰহণ কৰি থকাৰ সময়ত আহত হৈছিল অভিনেতা অভিষেক বচ্চন । তেওঁক হাতত আঘাতপ্ৰাপ্ত হোৱাৰ বাবে মুম্বাইৰ লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

ADVERTISEMENT

হাড় ভঙাৰ কাৰণে অভিনেতাগৰাকীৰ হাত প্লাষ্টাৰ কৰা হৈছিল। কিন্তু তেওঁ বৰ্তমান অস্ত্ৰোপচাৰৰ পাছত সুস্থ হৈ আছে। বৃহস্পতিবাৰে প্লাষ্টাৰ কৰা হাতেৰে শ্বুটিংৰ ছেটত উপস্থিত হৈছিল অভিনেতাগৰাকী ।

RelatedPosts

Bachchan Family : অভিনয়ত দুর্দান্ত পাৰদর্শী !

Abhishek Bachchan and Aishwarya Rai Bachchan property  : অভিষেক নে ঐশ্বৰ্য , কাৰ সম্পত্তিৰ পৰিমাণ বেছি ?

এইবাৰ ‘দ্য কাশ্মীৰ ফাইলছ’ক প্রশংসা অভিষেক বচ্চনৰ

বৃহস্পতিবাৰে ইনষ্টাগ্ৰামত নিজৰ এখন ফটো প’ষ্ট কৰিলে অভিষেক বচ্চনে। ফটোখনত অভিনেতাজনক তেওঁৰ সোঁ হাতত প্লাষ্টাৰ কৰা দেখুওৱা হৈছে। কেপিছনত তেওঁ লিখিছে, ‘যোৱা বুধবাৰে চেন্নাইত শ্বুটিং কৰাৰ সময়ত এক দুৰ্ঘটনাৰ কৱলত পৰিলোঁ ।

হাত ভাঙি গ’ল। অস্ত্ৰোপচাৰৰ দ্বাৰা হাতখন ভাল হৈছে। অস্ত্ৰোপচাৰৰ পাছত এতিয়া ঠিক আছে। এতিয়া মই চেন্নাইলৈ উভতি আহিলোঁ আৰু পুনৰ কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। কিয়নো কথাত কোৱা হয় যে শ্ব মাষ্ট গো অন।’

https://www.instagram.com/p/CTAc-JZpjI_/?utm_source=ig_embed&ig_rid=9a017539-0644-456b-b41c-c822c4df4f52

লগতে ধেমালিৰ সুৰত তেওঁ কলে যে,’মোৰ দেউতাই কয় মৰ্ড কো দর্দ নাহি হোতা,’ কিন্তু এইবাৰ অলপ লাগিছিল। যি সকলে তেওঁৰ শাৰীৰিক অৱস্থাৰ সময়ত তেওঁৰ সুস্বাস্থ্যৰ কামনা কৰিছিল অভিনেতাজনে তেওঁলোকক ধন্যবাদ জনাইছিল ।

অভিষেকক শেষবাৰৰ বাবে অনুৰাগ বসুৰ ছবি লুডোত কেইমাহমান আগতে দেখা গৈছিল। দৰ্শকসকল তেওঁৰ প্ৰদৰ্শনত প্ৰভাৱিত হৈছিল। অভিষেকে পাছত পৰিচালক তুষাৰ জালোটাৰ ছবি দাসৱীত মুখ্য চৰিত্ৰত অভিনয় কৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Abhishek Bachchan
publisher

publisher

Related Posts

এতিয়া ছিমৰনৰ দিন নাই: কাজল
News

এতিয়া ছিমৰনৰ দিন নাই: কাজল

April 25, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ
News

সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

April 21, 2026
২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!
News

২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

April 20, 2026
জেলত কি শিকিলে ৰাজপালে?
News

জেলত কি শিকিলে ৰাজপালে?

April 12, 2026
সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ
News

সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

April 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d