Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

Abhishek Bachchan and Aishwarya Rai Bachchan property  : অভিষেক নে ঐশ্বৰ্য , কাৰ সম্পত্তিৰ পৰিমাণ বেছি ?

publisher by publisher
November 13, 2022
in Entertainment, News
Reading Time: 1 min read
0
Abhishek Bachchan and Aishwarya Rai Bachchan property  : অভিষেক নে ঐশ্বৰ্য , কাৰ সম্পত্তিৰ পৰিমাণ বেছি ?
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

ক্ষতিপূৰণ বিচাৰি আদালতৰ দ্বাৰস্থ তাৰকা দম্পতী

Aishwarya Rai Bachchan has suddenly dropped her title ‘Bachchan’ from her name: নিজৰ নামৰ পৰা হঠাৎ ‘বচ্চন’ উপাধি বাদ ঐশ্বৰ্যৰ !

Bachchan Family : অভিনয়ত দুর্দান্ত পাৰদর্শী !

Abhishek Bachchan and Aishwarya Rai Bachchan property  :

২০০৭ চনত প্ৰাক্তন বিশ্ব সুন্দৰী ঐশ্বৰ্য ৰায়ক অমিতাভ-জয়াৰ একমাত্ৰ পুত্ৰ অভিষেক বচ্চনে পত্নী হিচাপে বৰণ কৰিছিল । সেইসময়ত বলীউডৰ এই হাই প্ৰফাইল বিয়াখনক লৈ দেশজুৰি চৰ্চা হৈছিল । অৱশ্যে বৰ্তমানেও বচ্চন পৰিয়ালৰ এই যুটিক লৈ চৰ্চা অব্যাহত থাকে । সম্প্ৰতি নেটিজেনসকল ব্যস্ত হৈ পৰিছে এই দুই তাৰকাৰ সম্পত্তিৰ হিচাপক লৈ । অৰ্থাৎ কাৰ কিমান সম্পত্তি আছে সেইলৈ অনুৰাগীসকলে ব্যস্ত হৈ পৰা দেখা গৈছে ।

ADVERTISEMENT

অভিষেক-ঐশ্বৰ্য প্ৰথম দেখা হৈছিল ১৯৯৭ চনত । খবৰ অনুসৰি অভিনেতা ববী দেউলে দুয়োকে প্ৰথম সাক্ষাৎ কৰাই দিছিল । অৱশ্যে সেইসময়ত দুয়ো বেলেগ বেলেগ সম্পৰ্কত বান্ধ খাই আছিল । বিশেষকৈ সেইসময়ত ঐশ্বৰ্য চালমন খানৰ সৈতে সম্পৰ্কত বান্ধ খাই আছিল আৰু অভিষেকৰ কৰিস্মা কাপুৰৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল যদিও দুয়োৰে মাজত বিচ্চেদ আৰম্ভ হৈছিল ।

বিচ্চেদৰ যন্ত্ৰণাত থকা অভিষেক লাহে লাহে ঐশ্বৰ্যৰ প্ৰতি আসক্ত হৈছিল । পুনৰ দুয়ো তিনি বছৰৰ পিছত অৰ্থাৎ ২০০০ চনত নিৰ্মাণ হোৱা ‘’ ঢাই অক্সৰ প্ৰেম কি ‘’ নামৰ ছবিখনত দুয়ো একেলগে চুক্তিবদ্ধ হয় আৰু দুয়োৰে মাজত প্ৰেমৰ গুণগুণনি আৰম্ভ হয় । কিছু বছৰৰ পিছত অৰ্থাৎ ২০০৭ চনত অমিতাভ-জয়াই দুয়োকে বিবাহ পাশত আৱদ্ধ কৰি বান্ধি পেলায় ।

এতিয়া সৰ্বত্ৰে চৰ্চা হোৱা বিষয়টো হৈছে বলীউডত এই অভিনেতাদ্বয়ৰ কোন বেছি সফল ?

পাৰিশ্ৰমিকৰ ক্ষেত্ৰত দেখা যায় যে , ঐশ্বৰ্যই অভিষেকতৈ বহুত বেছি পাৰিশ্ৰমিক লাভ কৰে । আনকি দুয়ো একেলগে কৰা ছবিতো ঐশ্বৰ্যই অভিষেকতকৈ বেছি পাৰিশ্ৰমিক লাভ কৰে । এইলৈ বিভিন্ন সময়ত অভিষেকে আক্ষেপ কৰাও দেখা যায় ।
২০১৮ চনত এটা সাক্ষাৎকাৰত অভিষেকে মুকলিকৈ কৈছিল যে , তেওঁলোকে এই পৰ্যন্ত একেলগে ন খন ছবিত অভিনয় কৰিছে । কিন্তু তাৰভিতৰত আঠখন ছবিত ঐশ্বৰ্যই অভিষেককৈ বেছি পাৰিশ্ৰমিক লাভ কৰিছে ।

যেনেকৈ ‘পিকু’ ছবিত ইৰফান খান আৰু অমিতাভ বচ্চনতকৈ দীপিকা পাডুকনে বেছি পাৰিশ্ৰমিক পাইছিল । আচলতে ছবিৰ ক্ষেত্ৰত থকা ব্ৰেণ্ড ভেল্যুৰ ওপৰতে অভিনেতাৰ পাৰিশ্ৰমিক নিৰ্ভৰ কৰে । বলীউডৰ তাৰকাৰ ভিতৰত ঐশ্বৰ্যৰ পাৰিশ্ৰমিক বহুখিনি বেছি ।

জীৱনৰ বেছিভাগ ছবিতে অভিনেত্ৰীগৰাকী সফল হোৱাৰ লগতে হলীউডৰ ছবিতো ঐশ্বৰ্যই অভিনয় কৰি আহিছে । তেনেক্ষেত্ৰত নিসন্দেহে ঐশ্বৰ্যৰ সম্পত্তিৰ পৰিমাণ অভিষেকতৈ বেছি হ’ব । ইফালে প্ৰাপ্ত তথ্য অনুসৰি ঐশ্বৰ্যৰ বিদেশতো বহু সম্পত্তি আছে । কিছুদিন পূৰ্বে বিদেশৰ সম্পত্তিৰ হিচাপ দাখিল কৰিবলৈ অভিনেত্ৰীগৰাকীক আৰক্ষীয়ে থানালৈ মাতি পঠোৱাৰ কথাও সংবাদ মাধ্যমত প্ৰকাশ হৈছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Abhishek BachchanAishwarya Rai Bachchan
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d