Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Anil Ambani : বিদেশত ৯৬৪৭কোটি টকা বিনিয়োগ উদ্যোগপতিৰ : পেণ্ড’ৰা পেপাৰ্চ প্ৰতিবেদনত চাঞ্চল‍্যক তথ্য ফাদিল

নিজকে দেউলীয়া ঘোষণা কৰা অনিল আম্বানীৰ বিদেশত ১৮টা কোম্পানী

publisher by publisher
October 5, 2021
in India, News
Reading Time: 1 min read
0
Anil Ambani : বিদেশত ৯৬৪৭কোটি টকা বিনিয়োগ উদ্যোগপতিৰ : পেণ্ড’ৰা পেপাৰ্চ প্ৰতিবেদনত চাঞ্চল‍্যক তথ্য ফাদিল
2
SHARES
20
VIEWS
ShareShareShareShare

চীন চৰকাৰৰ দ্বাৰা নিয়ন্ত্রিত তিনিটা বেংকৰ স’তে বিবাদত লিপ্ত হােৱা অনিল আম্বানীয়ে ২০২০ ফেব্ৰুৱাৰীত লণ্ডনৰ এখন আদালতত দাবী কৰি কৈছিল যে তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ শূন্য। কিন্তু নিজকে দেউলীয়া ঘােষণা কৰা কেইজন ভাৰতীয় উদ্যোগপতিৰ বিদেশত ১৮টা কোম্পানীত হেজাৰ হেজাৰ কোটি টকা বিনিয়ােগ কৰাৰ চাঞ্চল্যকৰ তথ্য পােহৰলৈ আহিছে।

ADVERTISEMENT

অনিল আম্বানী আৰু তেওঁৰ সহযােগীৰ নিউ জার্চি, ব্রিটিছ ভার্জিন আইলেণ্ডছ (বি ভি আই) আৰু চাইপ্রাছত ১৮টা বিদেশী কোম্পানী আছে।

RelatedPosts

১৭ হাজাৰ কোটি টকাৰ জালিয়াতিৰ অভিযোগ, অনিল আম্বানীক ইডিৰ চমন

Pandora Papers : কৰ ফাঁকি দিছে শচীনে ! ভাৰতৰ ছয় নেতাৰো নাম অন্তৰ্ভুক্ত ‘পেণ্ডোৰা পেপার্ছ’-ত

ফৰাচী ন্যায়াধীশে তদন্ত কৰিব বিতৰ্কিত ৰাফেল বিমান ক্ৰয় চুক্তি

ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ প্রতিবেদনৰ তথ্য অনুসৰি, অনিল আম্বানীৰ এই গুপ্ত বিদেশী কোম্পানীৰ তথ্য পেণ্ড’ৰা পেপাৰ্ছৰ জৰিয়তে পােহৰলৈ আহিছে। ২০০৭ৰ পৰা ২০১০ সময়ছােৱাত স্থাপিত এই ১৮টা কোম্পানীৰ সাতটাই ঋণ গ্রহণ কৰিছিল আৰু কমেও ১.৩ বিলিয়ন ডলাৰ অর্থাৎ ভাৰতীয় মূল্যত ৯৬৪৭.৩ কোটি টকাৰ বিনিয়ােগ কৰিছিল।

পেণ্ড’ৰা পেপাছৰ তথ্য অনুসৰি ভাৰতীয় উদ্যোগপতি অনিল আম্বানীৰ নিউ জার্চিত আঠটা কোম্পানী আছে। একেদৰে ব্রিটিছ ভার্জিনআইলেণ্ডছত সাতটা কোম্পানী আম্বানী আৰু তেওঁৰ সহযােগীয়ে প্রতিষ্ঠা কৰিছিল।

আনহাতে, চাইপ্রাচত আম্বানী আৰু সহযােগীৰ আছে আন তিনিটা কোম্পানী। এইদৰে বিদেশত ভাৰতীয় দেউলীয়া উদ্যোগপতিজনে প্রতিষ্ঠা কৰিছিল মুঠ ১৮টা কোম্পানীক নিউ জার্চিত অনিল আম্বানীৰ নিজৰ নামতে আছে তিনিটাকৈ কোম্পানী। এই কোম্পানীকেইটা তেওঁ ২০০৭ৰ ডিচেম্বৰৰ পৰা ২০০৮ৰ জানুৱাৰীৰ ভিতৰত প্রতিষ্ঠা কৰিছিল। আন কোম্পানীকেইটাত আম্বানীৰ ব্যৱসায়িক সহযােগী আছিল।

উল্লেখ্য যে পেণ্ড’ৰা পেপাছে শেহতীয়াভাৱে বিশ্বৰ অগণন ধনাঢ্য ব্যক্তিৰ বিত্তীয় লেনদেন, বিনিয়ােগ, কৰফাকি আদিৰ সন্দৰ্ভত চাঞ্চল্যকৰ তথ্য পােহৰলৈ আহিছে। বিশ্বৰ ১১৭খন দেশৰ ৬০০ৰাে অধিক সাংবাদিক আৰু ১৪০ সংবাদ মাধ্যমে কে’বা মাহ ধৰি তদন্ত চলাই পেণ্ড’ৰা পেপাৰ্ছ প্রতিবেদন যুগুত কৰিছিল। বিবিচি আৰু গার্জিয়ান সংবাদপত্রই পেণ্ড’ৰা পেপাৰ্ছ তদন্তত নেতৃত্ব দিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Anil AmbaniPandora Papers
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d