Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    ১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে

    দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক

    তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস

    শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ

    ৰেল-মেট্ৰ’-ইণ্টাৰনেট বন্ধ কৰি উচ্চতম ন্যায়ালয়ত নিঃচর্ত ক্ষমা বিচাৰিলে গৃহ মন্ত্রণালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ফৰাচী ন্যায়াধীশে তদন্ত কৰিব বিতৰ্কিত ৰাফেল বিমান ক্ৰয় চুক্তি

publisher by publisher
July 4, 2021
in India, News
Reading Time: 1 min read
0
ফৰাচী ন্যায়াধীশে তদন্ত কৰিব বিতৰ্কিত ৰাফেল বিমান ক্ৰয় চুক্তি
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ পৰা বৰ্তমানৰ বিজেপি চৰকাৰলৈ প্ৰতিৰক্ষা ক্ষেত্ৰত বিতৰ্ক-চৰ্চাৰ কেন্দ্ৰবিন্দুত থকা ৰাফেল যুঁজাৰু বিমান ক্ৰয় কাণ্ড‌ই নতুন পাক লৈছে । ২০১৬ৰ বহু বিলিয়ন ডলাৰৰ বিনিময়ত ভাৰত চৰকাৰৰ ৰাফেল ক্ৰয়ৰ তদন্তৰ দায়িত্ব এইবাৰ এজন ফৰাচী ন্যায়াধীশক অৰ্পণ কৰা হৈছে । বিতৰ্কিত ৰাফেল যুদ্ধ বিমান চুক্তিক কেন্দ্ৰ কৰি উত্থাপিত দুৰ্নীতিৰ অভিযোগৰ তদন্ত কৰিব ফ্ৰান্সে ।

ADVERTISEMENT

ফ্ৰান্সৰ ৰাষ্ট্ৰীয় বিত্তীয় অপৰাধ বিচাৰ সম্পৰ্কীয় কাৰ্যালয়ে (পি এন এফ) এই কথা সদৰী কৰি কয় যে ভাৰতলৈ ২০১৬ত বিক্ৰী কৰা বিতৰ্কিত বহু বিলিয়ন মূল্যৰ ৰাফেল যুঁজাৰু বিমান ক্ৰয় চুক্তিত দুৰ্নীতি সংঘটিত হোৱাৰ সন্দেহৰ তদন্ত কৰা হ’ব । এই বিমানক লৈ ভাৰত চৰকাৰ আৰু ফৰাচী বিমান নিৰ্মাতা কোম্পানী ডাছাওৰ মাজত ৩৬খন যুঁজাৰু বিমানৰ বিনিময়ত ৭.৮ বিলিয়ন ইউৰ’ (৯.৩ বিলিয়ন মাৰ্কিন ডলাৰ)ৰ লেনদেন হৈছিল ।

দীৰ্ঘদিন এই ক্ৰয়-বিক্ৰয়ক লৈ দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ আহিছে । পি এন এফে আৰম্ভণিতে এই বিক্ৰীৰ তদন্ত কৰিবলৈ অস্বীকাৰ কৰিছিল । তথ্য প্ৰমাণৰ অভাৱৰ অজুহাত দেখুৱাই ২০১৮ত ৰাফেল চুক্তিক লৈ তদন্তৰ দাবী খাৰিজ কৰিছিল পি এন এফে । অতি সম্প্ৰতি এটা ফৰাচী সংবাদ মাধ্যমে ডাছাও এভিয়েছনৰ বিৰুদ্ধে চুক্তিৰ মধ্যস্থতাকাৰীক ১০ লাখ ইউৰ’ যাৰ ভাৰতীয় মূল্য হ’ব ন কোটি টকাৰ উপহাৰ দিয়াৰ অভিযোগ উত্থাপন কৰিছিল । এই সম্পৰ্কীয় কিছু নথিপত্ৰ‌ও দাখিল কৰিছিল । দুৰ্নীতি বিৰোধী কাৰ্যকলাপত জড়িত এটা স্বেচ্ছাসেৱী সংস্থাই ইয়াৰ পাছত পি এন এফক ৰাফেল চুক্তিক লৈ তদন্তৰ দাবী জনায় । ইয়াৰ ভিত্তিতে তদন্তৰ সিদ্ধান্ত লৈছে ফ্ৰান্স চৰকাৰে ।

ফৰাচী তদন্তকাৰীৰ ৱেবছাইট মিডিয়া পাৰ্টে যোৱা এপ্ৰিলত দাবী কৰা অনুসৰি গোপন কমিছনৰ বিনিময়ত বহু কোটি ইউৰ’ৰ লেনদেন হৈছিল, যাৰ বাবে ছাডাওৱে বিক্ৰী সম্পন্ন কৰাৰ সন্মতি লাভ কৰে । ইয়াৰে ভিতৰত কিছু অংশ উৎকোচৰূপে ভাৰতীয় বিষয়ববীয়াই লাভ কৰিব পাৰে বুলি মিডিয়া পাৰ্টে দাবী কৰে । এই প্ৰতিবেদনৰ পাছতে ফ্ৰান্সৰ ছেৰপা নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে অন্যান্য অভিযোগৰ লগতে দুৰ্নীতি আৰু অশুভ প্ৰভাৱ বিস্তাৰ কৰাৰ অভিযোগত এক আনুষ্ঠানিক গোচৰ ৰুজু কৰাত সম্প্ৰতি ন্যায়াধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হয় ।

উল্লেখ্য যে ছেৰপা নামৰ এই সংগঠনটো বিত্তীয় অপৰাধ ৰোধৰ বিৰুদ্ধে কাম কৰি আছে । ২০১৮ত ৰাফেল চুক্তিৰ তদন্তৰ বাবে ছেৰপাৰ অনুৰোধ পি এন এফে অগ্ৰাহ্য কৰিছিল । ইপিনে, বিক্ৰেতা ডাছাওৱে দোহাৰে যে এই গোষ্ঠীটোৰ বিত্তীয় প্ৰতিবেদনত কোনো ধৰণৰ দুৰ্নীতি প্ৰতিফলিত হোৱা নাই ।

ছেৰপাই দাখিল কৰা এই প্ৰথম অভিযোগত ছাডাওৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ উদ্যোগী অনিল অম্বানীৰ ৰিলায়েন্স গোষ্ঠীক ভাৰতীয় অংশীদাৰৰূপে বাছনি কৰাক লৈও সমালোচনা কৰে । ২০২১ত ভাৰতলৈ ১২৬খন যুঁজাৰু বিমানৰ বাবে প্ৰথমতে ডাছাওৱে ঠিকা লাভ কৰিছিল আৰু ভাৰতীয় বিমান নিৰ্মাতা কোম্পানী হিন্দুস্তান এৰ’নটিক্স লিমিটেড (হল)ৰ স’তে আলোচনা কৰিছিল ।

ডাছাওৰ মতে, ২০১৫ৰ মাৰ্চত এই আলোচনা সিদ্ধান্তত উপনীত হয় । সেই বছৰৰ এপ্ৰিলত প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সলৈ চৰকাৰী কাৰ্যসূচীত যোৱৰ পাছত হঠাতে সকলোকে হতভম্ব কৰি এই আলোচনা ভংগ হৈ পৰে । হিন্দুস্তান এৰ’নটিক্স লিমিটেডৰ পৰিৱৰ্তে এই ক্ষেত্ৰত অভিজ্ঞতা শূন্য ৰিলায়েন্স গোষ্ঠীক ঠিকা দিয়া হয় । পূৰ্বৰ আলোচনা ভংগ‌ কৰি নতুনকৈ ৩৬খন বিমান ক্ৰ‌য়ৰ বাবে চুক্তি সম্পন্ন কৰা হয় ।

২০১৬ৰ জানুৱাৰীত আলোচনাকালীন ৰিলায়েন্সে ফ্ৰান্সৰ তদানীন্তন ৰাষ্ট্ৰপতি ফ্ৰাচোৱা অলাণ্ডৰ বান্ধৱী জুলি গেৰ সহ প্ৰযোজনাৰ এখন ছবিৰ বিত্তীয় ব্যৱস্থাপনা কৰিছিল । ফৰাচী স্বেচ্ছাসেৱী সংস্থা ছেৰপাই ইয়াৰ দ্বাৰা প্ৰভাৱ খটোৱা হৈছিল বুলি কয় । অৱশ্যে অলাণ্ডৰ মতে ডাছাওৰ ভাৰতীয় অংশীদাৰ কোন হ’ব সেই সম্পৰ্কত ফ্ৰান্সৰ ক’বলগীয়া নাই । আন এখন ফৰাচী বাতৰি কাকতে প্ৰকাশ কৰা মতে ২০১৫ত ফ্ৰান্সে ৰিলায়েন্সৰ এখন ফৰাচী প্ৰতিষ্ঠানক লক্ষ্য কৰি ১৪৩.৭ নিযুত ইউৰ’ কৰ বাতিল কৰে । সেই সময়ত চুক্তি সম্পৰ্কে আলোচনা চলি আছিল ।

প্ৰসংগত ২০১৬ৰ মোদী কাৰ্যকালত ভাৰত-ফ্ৰান্সৰ মাজত ৫৯ হেজাৰ কোটি টকাৰ বিনিময়ত ৩৬খন ৰাফেল যুঁজাৰু বিমান ক্ৰয়ৰ চুক্তি কৰিছিল ভাৰতে । সেই সময়ত ফৰাচী ৰাষ্ট্ৰপতি আছিল অলাণ্ড । ফৰাচী সংবাদ মাধ্যমত বাতৰিৰ দাবী অনুসৰি ইয়াৰ কিছুদিন পাছতে ৰাষ্ট্ৰখনৰ দুৰ্নীতি প্ৰতিৰোধ সংস্থাৰ তদন্তত মধ্যস্থতাকাৰীক উপহাৰ দিয়াৰ তথ্য প্ৰমাণ উদ্ধাৰ হৈছিল । তদন্তকাৰীক সেই সময়ত ডাছাও কৰ্তৃপক্ষই জনাইছিল যে উপহাৰ হিচাপে ৰাফেল যুদ্ধ বিমানৰ ৫০খন ক্ষুদ্ৰ স্মাৰক প্ৰেৰণৰ বাবে পাঁচ লাখ ইউৰ’ ব্যয় হৈছিল । প্ৰতিখন এনে স্মাৰকৰ বাবে ২০ হেজাৰ ইউৰ’ ব্যয় কৰা বুলি ক’লেও ইয়াৰ প্ৰস্তুত আৰু বিতৰণৰ কোনো প্ৰমাণ দিব নোৱাৰিলে যুঁজাৰু বিমান নিৰ্মাতা সংস্থাটোৱে ।

মনকৰিবলগীয়া যে, ২০২০ৰ ছেপ্টেম্বৰত ৰাফেল চুক্তিক লৈ প্ৰশ্ন উত্থাপন হৈছিল দেশৰ মহাগাণনিক (কেগ)এ । সাংসদত কেগৰ দাখিল কৰা প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতৰ স’তে চৰ্ত অনুযায়ী ফৰাচী সংস্থা ডাছাও চুক্তি মূল্যৰ ৫০ শতাংশ প্ৰকল্প বা কামৰ ঠিকা ভাৰতীয় কোনো সংস্থাক দিয়া হ’ব আৰু প্ৰযুক্তিগত সাহায্য কৰা হ’ব ।

ইপিনে, আজি কংগ্ৰেছে ৰাফেল চুক্তিৰ যুটীয়া সাংসদীয় কমিটীৰ তদন্তৰ দাবী জনায় । ইয়াৰ দ্বাৰাহে সত্য উন্মোচিত হ’ব বুলি কংগ্ৰেছে দাবী কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ক্ষেত্ৰত আগুৱাই আহি তদন্তৰ নিৰ্দেশ দিব লাগে বুলি কয় । কংগ্ৰেছৰ মুখপাত্ৰ ৰণদ্বীপ সূৰ্যেৱালাই সংবাদমেলত এই কথা উল্লেখ কৰি কয় যে বিষয়টো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স’তে যিহেতু জড়িত সেয়েহে স।বতন্ত্ৰ সংস্থাৰ দ্বাৰা তদন্ত কৰাটো প্ৰয়োজনীয় । তেওঁ কয় যে ফৰাচী চৰকাৰে এই চুক্তিত দুৰ্নীতি হৈছে বুলি যিহেতু গ্ৰহণ কৰিছে সেয়েহে ভাৰততো যৌথ সংসদীয় সমিতিৰ তদন্ত হ’ব লাগে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Anil AmbaniFrançois HollandeNarendra ModiPNF
publisher

publisher

Related Posts

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ
Assam

ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

October 16, 2026
১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে
India

১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে

October 16, 2026
দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক
Assam

দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d