Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

    Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

জামুগুৰিহাটৰ মহিলা মৃৎ শিল্পীয়ে তৈয়াৰ কৰিছে এক লাখ মাটিৰ চাকি, থলুৱা শিল্পলৈ বিপৰ্য্যয় মাটিছে বহিঃৰাজ্যৰ প্লাষ্টিকৰ চাকিয়ে

থলুৱা শিল্প জীয়াই ৰাখিবলৈ চৰকাৰক পৰিকল্পনা গ্ৰহণৰ দাবী

publisher by publisher
October 24, 2021
in Assam, India, News
Reading Time: 1 min read
0
জামুগুৰিহাটৰ মহিলা মৃৎ শিল্পীয়ে তৈয়াৰ কৰিছে এক লাখ মাটিৰ চাকি, থলুৱা শিল্পলৈ বিপৰ্য্যয় মাটিছে বহিঃৰাজ্যৰ প্লাষ্টিকৰ চাকিয়ে
জামুগুৰিহাটৰ মহিলা মৃৎ শিল্পীয়ে তৈয়াৰ কৰিছে এক লাখ মাটিৰ চাকি, থলুৱা শিল্পলৈ বিপৰ্য্যয় মাটিছে বহিঃৰাজ্যৰ প্লাষ্টিকৰ চাকিয়ে
4
SHARES
39
VIEWS
ShareShareShareShare

সমাগত দীপান্বিতালৈ হাতত মাথো আৰু কেইটামান দিন বাকী । অসমৰ অন্যান্য প্ৰান্তৰ লগতে জামুগুৰিহাটৰ মৃৎ শিল্পী সকলো এতিয়া পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষ্যে মাটিৰ চাকি তৈয়াৰ কৰাৰ কামত ব্যস্ত হৈ পৰিছে । দীপাৱলী উপলক্ষ্যে জামুগুৰিহাটৰ দুগৰাকী মহিলা মৃৎ শিল্পীয়ে এইবাৰ এক লাখ মাটিৰ চাকি তৈয়াৰ কৰা কাম ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে ।

ADVERTISEMENT

জামুগুৰিহাটৰ গোপালপুৰৰ ৰূপা পাল শইকীয়া নামৰ মহিলাগৰাকীৰ লগতে তেওঁৰ মাতৃয়ে যুটীয়াভাৱে এইবাৰ দীপাৱলী উপলক্ষ্যে এক লাখ গচা মাটিৰ চাকি তৈয়াৰ কৰি বিভিন্ন স্থানলৈ বিক্ৰীৰ বাবে প্ৰেৰণ কৰিছে । বিশ্বনাথ ঘাটৰ পৰা মাটি মগাই আনি সেই মাটিৰে তৈয়াৰ কৰা চাকিসমূহ ইতিমধ্যে জামুগুৰিহাটৰ লগতে কুসুমটোলা, চতিয়া, ধলাইবিলৰ লগতে জিলাখনৰ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰা হৈছে । মহামাৰী কৰ’নাই বিগত দুটা বছৰ এইসকল মৃৎ শিল্পীৰ জীৱনলৈও চৰম বিপৰ্যয় নামি অনাৰ পাছত এইবাৰ দীপাৱলী উপলক্ষ্যে মাটিৰ চাকি তৈয়াৰ কৰি বিক্ৰী কৰিব পাৰি উৎফুল্লিত হৈ পৰিছে এই দুগৰাকী মহিলা মৃৎ শিল্পী ।

RelatedPosts

Wild Elephant Attack:বন্যহস্তিৰ উপদ্ৰৱত ত্ৰস্তমান জামুগুৰিহাটৰ উত্তৰ-দক্ষিণ অঞ্চল

Jamagurihat:জামুগুৰিহাটৰ যুৱকৰ হাৰিয়ানাত মৃত্যু

Women protest against anti-social activities:জামুগুৰিহাটত মদ জুৱাকে ধৰি অসমাজিক কাৰ্য্যৰ বিৰূদ্ধে মহিলাৰ প্ৰতিবাদ

জামুগুৰিহাটৰ অন্যতম মহিলা মৃৎ শিল্পী ৰূপে পৰিচিত ৰূপা পাল শইকীয়াই কয়, ‘বহু বছৰ ধৰি এই শিল্পৰ লগত জড়িত যদিও শেহতীয়াকৈ মৃৎ শিল্পৰ প্ৰতি ভাবুকি নামি আহিছে ৷ বজাৰত বহিঃৰাজ্যৰ প্লাষ্টিক চাকি সোমাই পৰাত মাটিৰ চাকিৰ প্ৰতি একাংশ লোকৰ আকৰ্ষণ কমি যোৱা বুলিও মন্তব্য কৰে ৷ ইয়াৰ উপৰি চাকি তৈয়াৰ কৰিবৰ বাবে জামুগুৰিহাটৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত্ব বিশ্বনাথ ঘাটৰ পৰা কেচা মাটি আনিব লগা হোৱাত আমাৰ খৰছো বৃদ্ধি পাইছে ৷ সেয়ে চাকিৰ মূল্যও আমি কিছু পৰিমানে বৃদ্ধি কৰিব লগা হয় যদিও গ্ৰাহক ৰাইজে সেই মূল্যত দিবলৈ অমান্তি হয় ৷ তথাপি গ্ৰাহকক সন্মত কৰি আমি এই শিল্প জীয়াই ৰাখিছো ৷’

ৰূপা পাল শইকীয়া আৰু কয়, ‘এই শিল্পৰ জৰিয়তে আমাৰ জীৱন নিৰ্বাহ কৰিবলৈ কিছু অসুবিধা হয় ৷ চৰকাৰে যদি আমাক কিছু আৰ্থিক সহায় আগবঢ়োৱাৰ লগতে এই সামগ্ৰী বিক্ৰীৰ এখন বজাৰ সৃষ্টি কৰি দিয়ে আমি উপকৃত হ’ম ৷ কিয়নো স্থানীয় কোনো বেংকে আমাক ঋন নিদিয়ে ৷ বেংকৰ পৰা ঋণ বিছাৰি আমি ভাগৰি পৰিলো ৷ বিভিন্ন বে-চৰকাৰী বিত্তিয় প্ৰতিষ্ঠানসমূহে সামান্য ঋন প্ৰদান কৰে যদিও অধিক সুদ দিবলগীয়া হোৱাত আমি প্ৰায়ে সমস্যাৰ সন্মুখীন হ’বলগীয়া পৰিস্থিতি সৃষ্টি হৈছে বুলি মন্তব্য কৰে ৰূপা পাল শইকীয়াই ৷

ক’ভিডৰ ভয়ানক সংক্ৰমণে আমাৰ জনজীৱন স্তব্ধ কৰি দিয়াৰ পাছত শেহতীয়াকৈ চৰকাৰে বিভিন্ন পূজা-পাৰ্বন তথা উৎসৱসমূহ উদযাপন কৰিবলৈ দিয়াত আমি অতিশয় সুখী বুলিও মন্তব্য কৰে ৰূপা পাল শইকীয়াই ৷ আনহাতে, এই থলুৱা লোক শিল্পসমূহ জীয়াই ৰখাৰ ক্ষেত্ৰত চৰকাৰে এক সুপৰিকল্পিতভাৱে আচঁনি গ্ৰহণ কৰাৰো দাবী জনাইছে জামুগুৰিহাটৰ টুপিয়া নিবাসী শিক্ষক সমাজকৰ্মী নিতুমনি বৰাৰ লগতে কোচগাঁও নিবাসী বিশিষ্ট নাট্য কৰ্মী শৈলেন বৰকটকীয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: JamugurihatPotter
publisher

publisher

Related Posts

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
News

April 29, 2026
WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ
News

WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

April 29, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
News

Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

April 29, 2026
PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
News

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

April 29, 2026
First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ
News

First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

April 29, 2026
Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ
News

Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d