Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

২০২০ বৰ্ষত দেশত মুঠ আত্মহননকাৰীৰ ২৫ শতাংশই দিন মজুদৰ :এন চি আৰ বিৰ উদ্বেগজনক তথ্য

১০ শতাংশ বৃদ্ধি :ভাৰতত দৈনিক ৪১৮ৰ আত্মহত্যা

publisher by publisher
October 30, 2021
in India, News
Reading Time: 1 min read
0
২০২০ বৰ্ষত দেশত মুঠ আত্মহননকাৰীৰ ২৫ শতাংশই দিন মজুদৰ :এন চি আৰ বিৰ উদ্বেগজনক তথ্য
1
SHARES
14
VIEWS
ShareShareShareShare

আত্মহত্যাৰ উদ্বেগজনক তথ্য প্রকাশ কৰিলে নেচনেল ক্রাইম ৰেকৰ্ড ব্যুৰ’ (এন চি আৰ বি)ৱে। এন চি আৰ বিৰ এই প্রতিবেদনত উল্লেখ কৰা অনুসৰি ১৯৬৭ৰ পাছত ভাৰতত আত্মহননৰ ঘটনা ১০ শতাংশ বৃদ্ধি পালে আৰু আত্মহননৰ পথ বাছি লোৱা সৰহসংখ্যকে হৈছে ছাত্র-ছাত্রী।

আন এক উল্লেখযোগ্য দিশ হৈছে ভাৰতত নাৰীৰ তুলনাত পুৰুষে অধিক আত্মহত্যা কৰি আহিছে। ভাৰতত দুৰ্ঘটনাজনিত মৃত্যু আৰু আত্মহত্যাৰ ওপৰত অধিক প্ৰভাৱ পেলাইছে ক’ভিড-১৯ মহামাৰীয়ে। শেহতীয়াকৈ প্রকাশিত ২০২০ বৰ্ষত এন চি আৰ বিৰ প্রতিবেদনত উল্লেখ কৰা অনুসৰি, ভাৰতত এফালে পথ দুৰ্ঘটনা আৰু এই সংক্রান্ত মৃত্যুৰ ঘটনা হ্রাস পাইছে যদিও আনহাতে আত্মহত্যাৰ সংখ্যা বৃদ্ধি পাইছে। যিসকলে আত্মহত্যা কৰিছে তেওঁলোকৰ মাজত শিক্ষার্থী আৰু ক্ষুদ্ৰ ব্যৱসায়ীৰ সংখ্যাই সর্বাধিক; কিয়নো এইসকল লোকৰ বহুতে কৰ’না মহামাৰীৰ অতিৰিক্ত হেঁচা বহন কৰিবলৈ ব্যৰ্থ হৈছে।

বার্ষিক দুর্ঘটনাজনিত মৃত্যু আৰু আত্মহত্যাৰ সন্দৰ্ভত তথ্য উল্লেখৰে এন চি আৰ বিয়ে এই প্রতিবেদন যুগুত কৰিছে। জানুৱাৰীৰ পৰা ডিচেম্বৰ পর্যন্ত সামৰি প্ৰস্তুত কৰা প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি দেশত কৰ’নাকালত আত্মহত্যাত মৃত্যুৰ ঘটনা বৃদ্ধি পাইছে। ২০২০ৰ বৰ্ষটোত ভাৰতত মুঠ ১,৫৩,০৫২ জন লোকে আত্মহত্যা কৰিছিল। ১৯৬৭ৰ পাছত দেশত এয়ে সর্বাধিকসংখ্যক লোকে আত্মহত্যা কৰিলে।

২০১৯ বৰ্ষৰ তুলনাত ২০২০ বৰ্ষত ভাৰতত আত্মহননৰ ঘটনা ১০ শতাংশ বৃদ্ধি পালে। প্রতি ১০ লাখ জনসংখ্যাৰ ১১.৩ শতাংশ লোকে ২০২০ বৰ্ষত আত্মহত্যা কৰিছিল। ২০১০ত এই অনুপাত আছিল ১১.৪ শতাংশ। কৰ’নাকালত তলাবন্ধৰ ফলত বহু ক্ষুদ্র ব্যৱসায়ৰ ক্ষতি হৈছে, লাখ লাখ মানুহ কর্মহীন হৈছে। একেদৰে শিক্ষাৰ ক্ষেত্ৰতো এই সময়ছোৱাত যথেষ্ট অনিশ্চয়তা, হতাশা আৰু সমস্যাই দেখা দিছে।

ইয়াৰ পৰিণতিতে ভাৰতত কৰ’না কালত আত্মহননৰ ঘটনা বৃদ্ধি হোৱা বুলি ধাৰণা কৰা হৈছে। তলাবন্ধৰ ফলত কিছু হ’লেও আত্মহত্যাৰ সংখ্যা বৃদ্ধি পাইছে। কিয়নো আত্মহত্যাৰ পৰিসংখ্যাত এই কথা স্পষ্ট হৈছে যে ২০২০ বৰ্ষত আত্মহনন কৰা সৰহসংখ্যকে আছিল শিক্ষার্থী আৰু বিভিন্ন ক্ষুদ্র জীৱিকাধাৰী লোক। শিক্ষা মন্ত্রণালয়ৰ এক প্রতিবেদনৰ তথ্য অনুসৰি ভাৰতত দুই কোটি ৯০ লাখ ছাত্ৰ-ছাত্ৰীৰ অনলাইনত শিক্ষা গ্ৰহণৰ বাবে প্ৰয়োজনীয় সা-সুবিধা নাই।

অনলাইনত অধ্যয়নৰ অক্ষমতাৰ কাৰণতো একাধিক শিক্ষার্থীয়ে আত্মহত্যা কৰাৰ তথ্য শিক্ষা মন্ত্রণালয়ে লাভ কৰিছিল। এন চি আৰ বিৰ তথ্যত উল্লেখ কৰা মতে, ভাৰতত প্ৰতি বছৰে সাত-আঠ শতাংশ শিক্ষার্থীয়ে আত্মহত্যা কৰি আহিছে আৰু ২০২০ বৰ্ষত শিক্ষাৰ্থীৰ মাজত দেশত আত্মহননৰ ঘটনা ২১.২ শতাংশ বৃদ্ধি পালে। বিভিন্ন পেছাদাৰী আৰু বেতনভোগী লোকৰ মাজত দেশত আত্মহত্যাৰ সংখ্যা ১৬.৫ শতাংশ আৰু দিন হাজিৰা কৰা শ্ৰমিকৰ আত্মহত্যার ঘটনা ১৫.৭ শতাংশ বৃদ্ধি পাইছে।

২০২০ বৰ্ষত দেশত আত্মহননকাৰীৰ ২৫ শতাংশই দিন মজদুৰ

ADVERTISEMENT

২০২০ বৰ্ষত ভাৰতত আত্মহত্যা কৰা সকলৰ প্ৰায় ২৫ শতাংশই দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা শ্রমিক। নেচনেল ক্রাইম ৰেকৰ্ড ব্যুৰ’ (এন চি আৰ বি)ৰ সূত্ৰই এইদৰে দাবী কৰিছে। ২০১৪ বৰ্ষত দেশত দিন হাজিৰা কৰা লোকৰ আত্মহত্যাৰ হাৰ আছিল ১২ শতাংশৰ সামান্য অধিক। সমাজ বিজ্ঞানীসকলৰ মতে, বিগত সাত বছৰত অৰ্থাৎ নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ দিনত ভাৰতত শ্রমিকৰ আত্মহননৰ ঘটনা বৃদ্ধি পাইছে।

RelatedPosts

Bokajan:মান্দাকাটা বেটেলিয়িন শিবিৰত অঘটন !

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

এন চি আৰ বিৰ তথ্য অনুসৰি ২০২০ বৰ্ষত ভাৰতত প্ৰায় এক লাখ ৫৩ হেজাৰ লোকে আত্মহত্যা কৰিছিল আৰু ইয়াৰে ৩৭,৬৬ জন আছিল দিন হাজিৰা কৰা শ্রমিক। শতাংশৰ হিচাপত ২৪.৬ শতাংশ শ্রমিকে যোৱা বছৰত আত্মহত্যা কৰিলে। শ্রমিকৰ আত্মহননৰ তালিকাত শীৰ্ষত থকা তামিলনাডুত যোৱা বছৰত ৬৪৯৫ জন শ্রমিকে আত্মহত্যা কৰিছিল।

ইফালে, মধ্য প্রদেশত ৪৯৪৫, মহাৰাষ্ট্ৰত ৪১৭৬, তেলেংগানাত ৩৮৩১ আৰু গুজৰাটত ২,৭৫৪ জন দিন হাজিৰা কৰা শ্রমিকে আত্মহত্যা কৰিছিল। এই প্রতিবেদনত অৱশ্যে এন চি আৰ বিয়ে শ্ৰমিকৰ আত্মহননৰ সঠিক কাৰণ উল্লেখ কৰা নাই। এন চি আৰ বিৰ প্ৰতিবেদনত এই কথাও উল্লেখ কৰিছে যে বেতনভুক্ত ব্যক্তিৰ তুলনাত ক’ভিডৰ প্ৰভাৱ দেশৰ ক্ষুদ্ৰ উদ্যোগীৰ মাজত অধিক পৰিছে।

বিক্ৰেতা আৰু ব্যৱসায়ীৰ মাজত ২০২০ বৰ্ষত আত্মহননৰ ঘটনা ক্রমে ২৬.১ আৰু ৪৯.৯ শতাংশ বৃদ্ধি পালে। আত্মহত্যাকাৰীৰ মাজত দৰিদ্ৰ (৬৯ শতাংশ) আৰু নিবনুৱা (২৪ শতাংশ)ৰ সংখ্যাও বিগত বৰ্ষত বৃদ্ধি পালে। মাদকাসক্ত আৰু অন্যান্য নিচাসক্তৰ মাজত আত্মহত্যাৰ সংখ্যা (১৭ শতাংশ) বৃদ্ধি পাইছে।

অসুস্থ (১৬ শতাংশ) আৰু পাৰিবাৰিক সমস্যাত জৰ্জৰিত ব্যক্তি (১৪ শতাংশ)ৰ মাজতো আত্মঘাতী হোৱাৰ প্ৰৱণতা যোৱা বছৰত যথেষ্ট বাঢ়িলে। এন চি আৰ বিৰ এই প্রতিবেদনত উল্লেখ কৰা অনুসৰি, ২০২০ বৰ্ষত ভাৰতত দৈনিক গড়ে ৪১৮ জন লোকে আত্মহত্যা কৰিছিল।

আত্মহননৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষত আছে মহাৰাষ্ট্ৰ। যোৱা বছৰত মহাৰাষ্ট্ৰত ১৯,৯০৯, তামিলনাড়ুত ১৬,৮৮৩, মধ্য প্রদেশত ১৪,৫৭৮, পশ্চিমবংগত ১৩,১০৩ আৰু কৰ্ণাটকত ১২,২৫৯ জন লোকে আত্মহত্যা কৰিছিল। এই পাঁচখন ৰাজ্যত দেশৰ মুঠ আত্মহননৰ ৫০.১ শতাংশ ঘটনা সংঘটিত হৈছিল।

দেশৰ সৰ্বাধিক জনসংখ্যাবহুল ৰাজ্য উত্তৰ প্ৰদেশত তুলনামূলকভাৱে কম ৩.১ শতাংশ আত্মহননৰ ঘটনা যোৱা বছৰত সংঘটিত হৈছিল। ২০২০ বৰ্ষত দিল্লীত ৩,১৪২ আৰু পুড়ুচেৰীত ৪০৮ জন লোকে আত্মহননৰ পথ বাছি লৈছিল। দেশৰ ৫৩ খন মহানগৰত মুঠ ২৩,৮৫৫ টা আত্মহত্যাৰ ঘটনা যোৱা বছৰত সংঘটিত হৈছিল।

এই প্রতিবেদনত লগতে প্রকাশ যে ৩৩.৬ শতাংশ আত্মহত্যা পাৰিবাৰিক কাৰণত, পাঁচ শতাংশ বৈবাহিক কাৰণত, ১৮ শতাংশ স্বাস্থ্যজনিত কাৰণত যোৱা বছৰত সংঘটিত হৈছিল। পুৰুষ আৰু মহিলাৰ আত্মহননৰ গড় অনুপাত আছিল ৭০.৯ৰ পৰা ২৯.১ শতাংশ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: indiaNCRBSuicide
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d