Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক

    Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

    আকস্মিক জটিল সংকট!

    আকস্মিক জটিল সংকট!

    যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ

    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বৰপেটাত জন্ম হোৱা দুটা মূৰ সংলগ্ন যমজ কন্যা সন্তানক গুৱাহাটীলৈ প্ৰেৰণ

publisher by publisher
November 3, 2021
in Assam, India, News
Reading Time: 1 min read
0
বৰপেটাত জন্ম হোৱা দুটা মূৰ সংলগ্ন যমজ কন্যা সন্তানক গুৱাহাটীলৈ প্ৰেৰণ
2
SHARES
18
VIEWS
ShareShareShareShare

বৰপেটাৰ সৰুক্ষেত্ৰী সমষ্টিৰ পাকা বেতবাৰী গাঁৱত চাঞ্চল্য ৷ পাকা বেতবাৰী গাঁৱৰ ৰূপচান্দ আলীৰ পত্নী জেছমিনা পাৰবীনে জন্ম দিলে দুই মূৰ সংলগ্ন হৈ থকা দুটি কন্যা সন্তানৰ ৷ ২৭ অক্টোবৰৰ মাজ নিশা গাঁওখনৰে এগৰাকী চিকিৎসকৰ ঘৰত শিশু দুটা স্বাভাৱিকভাৱে জন্ম হয় ৷

ADVERTISEMENT

অৱশ্যে শিশু দুটিৰ মূৰ দুটা সংলগ্ন হৈ থকাৰ ঘটনাক লৈ গভীৰ সংকটত পৰিছে দুখীয়া পৰিয়ালতো ৷ আজি দুটা মূৰ সংলগ্ন যমজ কন্যা সন্তান দুটিক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ৷

RelatedPosts

Barpeta circut House:বৰপেটাত নতুনকৈ নিৰ্মাণ কৰা আৱৰ্ত ভৱন উদ্বোধন মুখ্যমন্ত্ৰীৰ

Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড

Dilip Saikia Pressmeet:বৰপেটাত সংবাদমেল সম্বোধন কৰি অখিল গগৈৰ অভিযোগ নস্যাৎ দিলীপ শইকীয়াৰ

ইপিনে, শিশু দুটাৰ মূৰ দুটা সংলগ্ন হৈ জন্ম পোৱা ঘটনাটোৰ বিষয়ে জানিব পাৰি কালি সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক আৰু বৰপেটাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তীৰ্থনাথ শৰ্মা প্ৰসূতিগৰাকীৰ গৃহত উপস্থিত হৈ শিশু আৰু প্ৰসূতি মাতৃগৰাকীৰ অৱস্থাৰ বুজ লয় ৷

শিশু দুটিৰ অৱস্থাৰ বুজ লৈ বৰপেটাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তীৰ্থনাথ শৰ্মাই শিশু দুটিৰ মূৰ বিচ্চিন্ন কৰি দুয়োটা শিশুৰ স্বাভাৱিক জীৱন ঘূৰাই দিবৰ বাবে অস্ত্ৰোপচাৰৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি সদৰী কৰে ৷ আনহাতে, অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলিও প্ৰকাশ কৰে ৷ দুখীয়া পৰিয়ালটোক এনে সংকটৰ পৰা মুক্ত কৰাৰ বাবে সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে গুৱাহাটী আৰু বৰপেটা মেডিকেল কলেজ হাস্পাতালৰ অধ্যক্ষৰ স’তে টেলিফোন যোগে আলোচনা কৰে ৷

বিষয়টো সন্দৰ্ভত দুয়োখন মেডিকেল কলেজ হাস্পাতাল কৰ্তৃপক্ষই বিশেষজ্ঞ চিকিৎসকৰ স’তে পৰৱৰ্তী সময়ত অস্ত্ৰোপচাৰ সম্পৰ্কে সিদ্ধান্ত ল’ব বুলি জানিবলৈ দিয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BarpetaTirtha Nath Sarma
publisher

publisher

Related Posts

ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক
News

March 11, 2026
Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

March 11, 2026
আকস্মিক জটিল সংকট!
India

আকস্মিক জটিল সংকট!

March 11, 2026
যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ
News

যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ

March 11, 2026
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d