Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

    পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

    Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

    Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

    ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতক সাময়িক অনুমতি: ব্যাখ্যা দিলে হোৱাইট হাউছে

    ১৩ বছৰ কোমাত যুৱক, অৱশেষত স্বেচ্ছামৃত্যুৰ অনুমতি আদালতৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কলিয়াবৰৰ বননিত দুষ্প্ৰাপ্য বিষ্ময়কৰ ‘হিমালয়ান শগুন’

আই-ইউ-চি-এনৰ 'ৰেড ডাটা বুক’ৰ দুষ্প্ৰাপ্যৰ শীৰ্ষত, বিশ্বত মাথো কিছুসংখ্যকহে জীৱিত

publisher by publisher
January 5, 2022
in Assam, India, News
Reading Time: 1 min read
0
কলিয়াবৰৰ বননিত দুষ্প্ৰাপ্য বিষ্ময়কৰ ‘হিমালয়ান শগুন’
3
SHARES
29
VIEWS
ShareShareShareShare

কলিয়াবৰৰ বনভূমিত উদ্ধাৰ হৈছে প্ৰকৃতিৰ জামাদাৰ অতি দুষ্প্ৰাপ্য ’হিমালয়ান শগুন’ ৷ বিশ্বৰ ভিতৰতে মাথো এমুঠি দুষ্প্ৰাপ্য শগুনৰ উপস্থিতিৰে নিজা অৱস্থিতি বৰ্তাই ৰখা এই প্ৰজাতিৰ শগুণক লৈ এতিয়া পক্ষীপ্ৰেমীৰ মাজত আৰম্ভ হৈছে নানা কৌতুহল ৷ ’ইণ্টাৰনেছনেল ইউনিয়ন ফৰ কঞ্জাৰভেছন অৱ নেচাৰ’ চমুকৈ আই-ইউ-চি-এনৰ ‘ৰেড ডাটা বুক’ৰ অতি দুষ্প্ৰাপ্য পক্ষীৰ তালিকাত নাম সন্নিৱিষ্ট হোৱা এই বিশেষ পক্ষীৰ উদ্ধাৰে এক নতুন চিন্তাৰ খোৰাক যোগাইছে পক্ষীপ্ৰেমীৰ মনত ৷

ADVERTISEMENT

তীব্বতীয়ান প্লেটৰ অন্তৰ্গত ভাৰতৰ লগতে নেপাল, মধ্য চীন, বাংলাদেশ, কাজাগিস্তান, মালয়েছিয়া, মংগোলীয়া, ম্যানমাৰ, পাকিস্তান, তাজাকিস্তান, থাইলেণ্ড, উজবেকিস্তান, কম্বোডিয়া, ছিংগাপুৰ, আফগানিস্থানকে ধৰি কেইখনমান দেশতহে এমুঠিমান এই পক্ষীৰ উপস্থিতি ধৰা পৰিছে পক্ষী অধ্যয়নকাৰীৰ অধ্যয়নত ৷ এক বিষ্ময়কৰ পক্ষীৰূপে পৰিচিত এই হিমালয়ান শগুনৰ প্ৰতি ঘণ্টাত উৰনৰ গতিবেগ ৪৮ কিলোমিটাৰ ৷ আঠৰ পৰা ১৩ কিলোগ্ৰাম পৰ্যন্ত ওজনৰ এই বিষ্ময়কৰ পক্ষী সাধাৰণতে ৯৫ৰ পৰা ১৩০ ছেণ্টিমিটাৰ দীঘল হয় যদিও পাখি মেলা অৱস্থাত ২৭০ৰ ৩০০ ছেণ্টিমিটাৰ পৰ্যন্ত দৈঘ্যৰ হয় ৷

RelatedPosts

Ex Minister Gunin Hazarika:ৰাজনীতিৰ পৰা সন্ন্যাস প্ৰাক্তন মন্ত্ৰী গুণীণ হাজৰিকাৰ,অগপ দলৰ পৰা পদত্যাগ

Burapahar:কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথত অঘটন

Wild Elephant Injured in Buhapahar:কলিয়াবৰৰ বুঢ়াপাহাৰত অঘটন ! কুঁৱাত পৰিল বন্যহস্তী , বন বিভাগৰ তৎপৰতাত সুকলমে উদ্ধাৰ হাতীটো

ডিচেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত কণী পাৰি ৫০ দিনৰ উমনিৰ অন্তত এটাকৈ পোৱালি ফুটাই লালন-পালন কৰে এই হিমালয়ান প্ৰজাতিৰ শগুনে ৷ ছয়ৰ পৰা সাত মাহৰ ভিতৰত এটাকৈ কণী পাৰে মাইকী হিমালয়ান শগুনে ৷ ৩৯০০ৰ পৰা ১৮০০০ ফুট পৰ্যন্ত উচ্চতালৈ উৰিব পাৰে এই দুষ্প্ৰাপ্য পক্ষীকুলে ৷ ওখ ওখ শিলাময় স্থানত সাধাৰণতে বাস কৰে এই প্ৰজাতিৰ শগুনে ৷ কলিয়াবৰৰ বিশিষ্ট ফটোগ্ৰাফাৰ প্ৰণৱ মহন্তৰ কেমেৰাত বন্দী হয় এই দুষ্প্ৰাপ্য পক্ষী হিমালয়ান শগুণ ৷

ইপিনে, কালি দিনৰ ভাগত প্ৰকৃতিপ্ৰেমীৰ এটা দলে এনে প্ৰজাতিৰ এটা শগুণ ঠেঙত আঘাতপ্ৰাপ্ত অৱস্থাত কলিয়াবৰৰ দলিবাৰী গাঁৱৰ সমীপৰ ঐতিহাসিক জয়সাগৰ দলনিৰ পাৰৰ পথাৰত উদ্ধাৰ কৰি কাজিৰঙাৰ পানবাৰীস্থিত বন্যপ্ৰাণী পুনঃসংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰে ৷

এই হিমালয়ান শগুনৰ উপৰিও কলিয়াবৰৰ নিৰ্জনতাত দেখা পোৱা যায় ৰজা-শগুণ ৷ যাৰ ইংৰাজী নাম ‘ব্লেক ভালচাৰ’ ৷ এই শগুনৰ দৈহিক বিৱৰণৰ ভিতৰত দেখা পোৱা মতে, ডিঙি আৰু মূূৰৰ বৰণ সেন্দুৰ বৰণীয়া, কাণৰ দুয়োফালে দুটা ৰঙা মোনা ওলমি থাকে, চুৰিৰ দৰে বেঁকা ঠোঁটটোৰ বৰণ পাতল ৰঙচুৱা, চকুৰ ৰং ৰঙা বাদামী, বুকুৰ ওপৰফালে বগা ৰঙৰ পাখিবিলাক এশাৰী হৈ থাকে, উৰু অঞ্চলৰ পাখিৰ বৰণ বগা । দেখাত বগা মোজা এজোৰ পিন্ধি থকাৰ দৰেই । পিঠিৰফালে থকা পাখিবিলাকৰ ৰং ক’লা বৰণৰ ৷ শগুনৰ আন এক প্ৰজাতি পাতি-শগুণৰ দৰে মাজত বগা পাখি নাথাকে এই ৰজা শগুনৰ । পাতি-শগুণৰ দৰে ৰজা-শগুণৰো মতা-মাইকী দেখাত একে । ওখ প্ৰায় ৮০ছে:মি: হ’ব ৷

ৰজা-শগুণৰ আচৰণ খোজ-কাটল গহীন । মৰাশ খাবলৈ গোটখোৱা পাতি-শগুণৰ মাজত এটা বা দুটা ৰজা-শগুণো থাকে ।‌ মৰাশৰ প্ৰথম ভাগটো ৰজা-শগুণৰ । ৰজা-শগুণে প্ৰথমে নাখালে আন শগুণে নাখায় । অৱশ্যে কেতিয়াবা ৰজা-শগুণ নাহিবও পাৰে, তেতিয়া আন শগুণৰে মাজৰ পৰা এজন দলপতি বাছি লয়, মৰাশ খোৱাৰ আৰম্ভণি সিয়েই কৰে । ৰজা শগুণে মৰাশ খোৱাৰ ক্ষেত্ৰত সমূলি হাই-কাজিয়া নকৰে । ৰজা শগুণ মৰাশৰ পৰা কিছু দূৰৈত পৰেহি আৰু মান-সন্মানে বাট এৰি দিলেহে শৰ ওচৰলৈ যায় । ৰজা-শগুণে পেট ভৰাৰ লগে লগে সেই স্থান ত্যাগ কৰে ।

ৰজাশগুণে ওখ গছ, কেতিয়াবা কাঁইটীয়া গছ বা জোপোহা গছৰ ওপৰতো বাহ সাজে । ঈগলৰ পুৰণি বাহো ইহঁতে ব্যৱহাৰ কৰে । জানুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰতে ইহঁতে বাহ সাজি কণী পাৰে । এবাৰত মাত্ৰ এটাহে কণী পাৰে । কণীটো গোলাকাৰ, ৰং পাতল সেউজীয়া, খোলাটো টান । মাক-বাপেক দুয়োটাই উমনি লয় । পোৱালিক পেটৰ পৰা খাদ্য উলিয়াই খুৱায় ।

পাতি শগুণৰ লগতে কলিয়াবৰত উপলব্ধ আন এক শগুন প্ৰজাতি ৷ এই শগুনৰো মূৰ আৰু ডিঙিত আন চৰাইৰ দৰে পাখি নাথাকে । চুটি চুটি নোমহে থাকে । পাখি নথকাৰ বাবেই মূৰটো সহজে মৰাশৰ ভিতৰলৈ সুমুৱাব পাৰে । মৰাশৰ ভিতৰত সুমুৱাবলৈ তাৰ ডিঙিৰ অংশটো যথেষ্ট দীঘলৰ লগতে জীভাখন খহটা যাৰ সহায়ত ই মৰাশৰ পৰা মাংস চুঁচি আনিব পাৰে । বেঁকা চুৰিৰ দৰে শক্তিশালী ঠোঁটেৰে সি মৰাশৰ চাল সহজতে চিঙি পেলাব পাৰে ।

চৰাইৰ ভিতৰত অন্যতম চতুৰ ৰূপে পৰিচিত শগুণে মৰাশটোৰ চাল ডাঠ হ’লে কুকুৰ-শিয়াল আদিৰ বাবে ৰৈ থাকে, যাতে সিহঁতে আহি মৰাশটোৰ চালখন চোকা দাঁতেৰে ফুটাই দিয়ে । মৰাশ খোৱাৰ পাছত শগুণে উৰিব নোৱাৰে । নৈৰ পাৰত মৰাশ থাকিলে এই শ খাই জাকে জাকে নৈত গা ধোৱে । গা ধুই উঠি শগুণৰ ডেউকা দাঙি পাখিবোৰ ৰ’দত শুকুৱায় । এবাৰ ভালকৈ পেট ভৰাৰ পাছত শগুনে কে’বাদিনলৈকে নোখোৱাকৈয়ে থাকিব পাৰে ।

তথ্য অনুসৰি, সমগ্ৰ বিশ্বত মুঠ ১৫টা প্ৰজাতিৰ শগুণ আছে । কলিয়াবৰত সাধাৰণতে দুই প্ৰকাৰৰে শগুণ বেছিকৈ পোৱা যায় । এজাতৰ নাম পাতি শগুণ, আন জাত ৰজা শগুণ । এটা পাতি শগুণৰ উচ্চতা প্ৰায় ৩৫ ইঞ্চি । ডেউকাৰ পাখিবিলাকৰ ৰং ক’লা ধোঁৱা বৰণীয়া । পিঠিৰফালে কিছু অংশৰ পাখিৰ বৰণ বগা । গাৰ অনুপাতে মূৰটো যথেষ্ট সৰু । চকুৰ ৰং বাদামী । দৃষ্টিশক্তি প্ৰখৰ । ঠেঙৰ ৰং ক’লা, নখবোৰ বেঁকা‌ । গাটো প্ৰায়েই লেতেৰা অৱস্থাতেই থাকে‌ । শগুণৰ সমান ওপৰত উৰিব পৰা চৰাই নাই বুলিবই পাৰি ৷

উল্লেখ্য, ওখ গছৰ ফেৰেঙনি বা গছৰ একেবাৰে আগত গছৰ ডাল-পাত গোটাই ওপৰমুৱাকৈ ইহঁতে বাহ সাজে । বাহৰ ভিতৰফালে কুমলীয়া পাত গোটাই লয় । এবাৰত এটাহে কণী পাৰে । কণীৰ আকৃতি যথেষ্ট ডাঙৰ । প্ৰায় চাৰি ইঞ্চিৰ আশে-পাশে হয় । কণীৰ ৰং বগা, মাজে মাজে মুগা ৰঙৰ দাগ‌ । মতা-মাইকী দুয়োটাই উমনি দিয়ে । শগুনৰ পোৱালি অতি কম সময়ৰ ভিতৰতে উৰিব পৰা হয় । মাক-বাপেকে নিজৰ পেটৰ পৰা উলিওৱা মঙহ পোৱালিক খাবলৈ দিয়ে । শগুণৰ আয়ুস প্ৰায় ৫০ বছৰ বুলি কোৱা হয় যদিও ৩০-৩৫ বছৰতো ইয়াৰ মৃত্যু হয় ৷

চৌদিশে প্ৰদূষণৰ মাত্ৰা বাঢ়িছে ৷ বিষাক্ত হৈ পৰিছে বায়ু, পানী, মাটি ৷ ইয়াৰ লগে‌ লগে আন আন বন্যপ্ৰাণী, পক্ষীকূলৰ দৰেই সংকটৰ গৰাহত পৰি বিলুপ্তিৰ পথলৈ গতি কৰিছে শগুনৰ আটাইবোৰ প্ৰজাতি ৷ সময় থাকোতেই এই পক্ষীকূল ৰক্ষাৰ বাবে তৎপৰতা গ্ৰহণ নকৰিলে শীঘ্ৰে প্ৰকৃতিৰ বুকুৰ পৰা উদং হ’ব ‘প্ৰকৃতিৰ জামাদাৰ’ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Himalayan VultureKaliabor
publisher

publisher

Related Posts

Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক
Crime

March 11, 2026
পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ
India

পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

March 11, 2026
Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ
News

Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

March 11, 2026
Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !
News

Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

March 11, 2026
ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতক সাময়িক অনুমতি: ব্যাখ্যা দিলে হোৱাইট হাউছে
News

ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতক সাময়িক অনুমতি: ব্যাখ্যা দিলে হোৱাইট হাউছে

March 11, 2026
১৩ বছৰ কোমাত যুৱক, অৱশেষত স্বেচ্ছামৃত্যুৰ অনুমতি আদালতৰ
India

১৩ বছৰ কোমাত যুৱক, অৱশেষত স্বেচ্ছামৃত্যুৰ অনুমতি আদালতৰ

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d