Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

    ‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 

    সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে

    তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!

    Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত

    Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কেবাটাও কাৰ্যসূচীৰে গহপুৰত মন্ত্ৰী পীযুষ হাজৰীকা

publisher by publisher
February 7, 2022
in Assam, News
Reading Time: 1 min read
0
কেবাটাও কাৰ্যসূচীৰে গহপুৰত মন্ত্ৰী পীযুষ হাজৰীকা
1
SHARES
7
VIEWS
ShareShareShareShare

অসম চৰকাৰৰ জলসম্পদ, তথ্য, জনসংযোগ আদি বিভাগৰ মন্ত্ৰী তথা চৰকাৰৰ মুখপাত্ৰ শ্ৰী পীযুষ হাজৰীকাই আজি বিশ্বনাথ জিলাৰ গহপুৰ অঞ্চল ভ্ৰমণ কৰি কেবাটাও কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ।

ADVERTISEMENT

মন্ত্ৰী গৰাকীয়ে আজি পুৱাৰ ভাগত প্ৰথমতে গহপুৰ চহৰৰ মাজেৰে পাৰ হৈ যোৱা চক্ৰং নদীৰ পাৰত ১৫০০ লাখ টকা ব্যয় সাপেক্ষে গহপুৰ নগৰখনক বান সমস্যাৰ পৰা সুৰক্ষিত কৰিবৰ বাবে নিৰ্মাণ হ’ব লগা বান প্ৰতিৰোধী দেৱাল নিৰ্মাণ কাৰ্যৰ আৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

RelatedPosts

Gohpur Accident :গহপুৰৰ ব্ৰহ্মাজানত শোকাৱহ পথ দুৰ্ঘটনা

পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ কঠোৰ শিক্ষা বিভাগ

যোৰহাটত মণিপুৰৰ উগ্রপন্থী সদস্য গ্ৰেপ্তাৰ

অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে বিগত সময়ত বানমুক্ত অসম গঢ়াৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যি সপোন দেখাৰ কথা কৈছিল তাক বাস্তৱত ৰূপায়িত কৰিবলৈ আৰু তেওঁ নিজেও জলসম্পদ বিভাগৰ দায়িত্ব লৈয়েই অসমৰ বিভিন্ন প্ৰান্তত বান-খহনীয়াত আক্ৰান্ত অঞ্চল ভ্ৰমণ কৰি যিখিনি কামৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, সেই সকলোখিনি কাম ইতিমধ্যেই আৰম্ভ কৰা হৈছে ।

আনহাতে গহপুৰক বানৰপৰা ৰক্ষা কৰিবৰ বাবে ১৫ কোটি টকাৰ প্ৰকল্পৰ কাম আজি আৰম্ভ কৰাৰ কথা ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অহা বাজেটত আৰু অধিক পৰিমাণৰ পুঁজি গহপুৰ সমষ্টিত বান নিয়ন্ত্ৰণৰ বাবে দিয়া হ’ব ।

বিগত সময়তো চৰকাৰে জনগণৰ কল্যাণৰ বাবে যথেষ্ট কাম কৰা বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে সহযোগিতা আগবঢ়োৱাৰ বাবে বান নিয়ন্ত্ৰণৰ দৰে কাম কৰিবলৈ বিভাগৰ এতিয়া যথেষ্ট সহজ হৈছে ।

ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে ছয়দুৱাৰ মহাবিদ্যালয়ত গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰাৰ প্ৰচেষ্টাত আৰম্ভ হোৱা প্ৰজেক্ট চুপাৰ ৫০ শীৰ্ষক এটি প্ৰশিক্ষণ শিৱিৰৰ আৰম্ভণি কৰে ।

উল্লেখযোগ্য যে এই প্ৰশিক্ষণ শিবিৰত বিধায়ক উৎপল বৰা আৰু স্থানীয় প্ৰশাসনৰ উদ্যোগত আৰক্ষী হোৱাৰ সপোন দেখা ৫০ গৰাকী স্থানীয় যুৱক যুৱতীক ১৫ দিনীয়া এক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব ।

নিজৰ বক্তব্যত মন্ত্ৰীগৰাকীয়ে এসময়ত অসমত চৰকাৰী চাকৰিৰ ক্ষেত্ৰত ৰাজনৈতিক হস্তক্ষেপ তথা আৰ্থিক লেনদেনে পৰিৱেশ বিষময় কৰি ৰাখিছিল বুলি উল্লেখ কৰি কয় যে বৰ্তমানৰ চৰকাৰ খন এই ক্ষেত্ৰত যথেষ্ট কঠোৰ হোৱাত বৰ্তমানে একমাত্ৰ মেধাৰ ভিত্তিত যোগ্যজনে চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে ।

অনাগত সময়ত চৰকাৰে যি এক লাখ চাকৰি প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আছে এই ক্ষেত্ৰতো দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি ৰাখি কেৱল যোগ্য জনেহে যাতে চাকৰি লাভ কৰে সেই ক্ষেত্ৰতো চৰকাৰে চোকা নজৰ ৰাখিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

অৱশ্যে একমাত্ৰ চাকৰিয়েই জীৱনৰ একমাত্ৰ উদ্দেশ্য হোৱা অনুচিত বুলি মন্তব্য ৰাখি মন্ত্ৰী গৰাকীয়ে যুৱ প্ৰজন্মক এখন স্ব-নিৰ্ভৰশীল অসম গঢ়াৰ বাবে আগবাঢ়ি আহিবলৈও আহ্বান জনায় | জাতিটোক অৰ্থনৈতিক ভাৱে স্ব-নিৰ্ভৰশীল কৰি গঢ়ি তোলাৰ বাবে চৰকাৰে বিগত সময়ত যথেষ্ট কাম হাতত লৈ আহিছে বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে স্থানীয় কৃষকসকলক তেওঁলোকৰ প্ৰাপ্য দিয়াৰ বাবে ইতিমধ্যেই চৰকাৰী ভাৱে প্ৰতি কুইণ্টলত ১৯৪০ টকা দৰত ধান ক্ৰয় কৰাৰ বাবে ব্যৱস্থা লোৱা হৈছে ।

পাছত মন্ত্ৰীগৰাকীয়ে গহপুৰ নগৰৰ মাজমজিয়াত চাহ জনজাতিৰ নেতা প্ৰয়াত দানিয়েল তপ্নৰ এটা প্ৰতিমূৰ্তিৰ শুভ উন্মোচন কৰি নমস্য নেতাগৰাকীয়ে ৰাজ্যখনৰ বাবে, গহপুৰৰ বাবে তথা চাহ জনগোষ্ঠীৰ বাবে আগবঢ়াই যোৱা অনন্য অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰে ।

গহপুৰত মন্ত্ৰী গৰাকীৰ আজিৰ দিনজোৰা কাৰ্যসূচীত গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰাৰ লগতে, বিশ্বনাথ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, গহপুৰৰ মহকুমাধিপতি আৰু স্থানীয় প্ৰশাসনৰ বিষয়াসকল উপস্থিত আছিল ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamGohpur
publisher

publisher

Related Posts

মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!
India

May 12, 2025
‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 
India

‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 

May 12, 2025
সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে
India

সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে

May 12, 2025
তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!
India

তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!

May 12, 2025
Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত
News

Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত

May 12, 2025
Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ
News

Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

May 12, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d