Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কেবাটাও কাৰ্যসূচীৰে গহপুৰত মন্ত্ৰী পীযুষ হাজৰীকা

publisher by publisher
February 7, 2022
in Assam, News
Reading Time: 1 min read
0
কেবাটাও কাৰ্যসূচীৰে গহপুৰত মন্ত্ৰী পীযুষ হাজৰীকা
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

অসম চৰকাৰৰ জলসম্পদ, তথ্য, জনসংযোগ আদি বিভাগৰ মন্ত্ৰী তথা চৰকাৰৰ মুখপাত্ৰ শ্ৰী পীযুষ হাজৰীকাই আজি বিশ্বনাথ জিলাৰ গহপুৰ অঞ্চল ভ্ৰমণ কৰি কেবাটাও কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ।

ADVERTISEMENT

মন্ত্ৰী গৰাকীয়ে আজি পুৱাৰ ভাগত প্ৰথমতে গহপুৰ চহৰৰ মাজেৰে পাৰ হৈ যোৱা চক্ৰং নদীৰ পাৰত ১৫০০ লাখ টকা ব্যয় সাপেক্ষে গহপুৰ নগৰখনক বান সমস্যাৰ পৰা সুৰক্ষিত কৰিবৰ বাবে নিৰ্মাণ হ’ব লগা বান প্ৰতিৰোধী দেৱাল নিৰ্মাণ কাৰ্যৰ আৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে বিগত সময়ত বানমুক্ত অসম গঢ়াৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যি সপোন দেখাৰ কথা কৈছিল তাক বাস্তৱত ৰূপায়িত কৰিবলৈ আৰু তেওঁ নিজেও জলসম্পদ বিভাগৰ দায়িত্ব লৈয়েই অসমৰ বিভিন্ন প্ৰান্তত বান-খহনীয়াত আক্ৰান্ত অঞ্চল ভ্ৰমণ কৰি যিখিনি কামৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, সেই সকলোখিনি কাম ইতিমধ্যেই আৰম্ভ কৰা হৈছে ।

আনহাতে গহপুৰক বানৰপৰা ৰক্ষা কৰিবৰ বাবে ১৫ কোটি টকাৰ প্ৰকল্পৰ কাম আজি আৰম্ভ কৰাৰ কথা ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অহা বাজেটত আৰু অধিক পৰিমাণৰ পুঁজি গহপুৰ সমষ্টিত বান নিয়ন্ত্ৰণৰ বাবে দিয়া হ’ব ।

বিগত সময়তো চৰকাৰে জনগণৰ কল্যাণৰ বাবে যথেষ্ট কাম কৰা বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে সহযোগিতা আগবঢ়োৱাৰ বাবে বান নিয়ন্ত্ৰণৰ দৰে কাম কৰিবলৈ বিভাগৰ এতিয়া যথেষ্ট সহজ হৈছে ।

ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে ছয়দুৱাৰ মহাবিদ্যালয়ত গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰাৰ প্ৰচেষ্টাত আৰম্ভ হোৱা প্ৰজেক্ট চুপাৰ ৫০ শীৰ্ষক এটি প্ৰশিক্ষণ শিৱিৰৰ আৰম্ভণি কৰে ।

উল্লেখযোগ্য যে এই প্ৰশিক্ষণ শিবিৰত বিধায়ক উৎপল বৰা আৰু স্থানীয় প্ৰশাসনৰ উদ্যোগত আৰক্ষী হোৱাৰ সপোন দেখা ৫০ গৰাকী স্থানীয় যুৱক যুৱতীক ১৫ দিনীয়া এক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব ।

নিজৰ বক্তব্যত মন্ত্ৰীগৰাকীয়ে এসময়ত অসমত চৰকাৰী চাকৰিৰ ক্ষেত্ৰত ৰাজনৈতিক হস্তক্ষেপ তথা আৰ্থিক লেনদেনে পৰিৱেশ বিষময় কৰি ৰাখিছিল বুলি উল্লেখ কৰি কয় যে বৰ্তমানৰ চৰকাৰ খন এই ক্ষেত্ৰত যথেষ্ট কঠোৰ হোৱাত বৰ্তমানে একমাত্ৰ মেধাৰ ভিত্তিত যোগ্যজনে চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে ।

অনাগত সময়ত চৰকাৰে যি এক লাখ চাকৰি প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আছে এই ক্ষেত্ৰতো দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি ৰাখি কেৱল যোগ্য জনেহে যাতে চাকৰি লাভ কৰে সেই ক্ষেত্ৰতো চৰকাৰে চোকা নজৰ ৰাখিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

অৱশ্যে একমাত্ৰ চাকৰিয়েই জীৱনৰ একমাত্ৰ উদ্দেশ্য হোৱা অনুচিত বুলি মন্তব্য ৰাখি মন্ত্ৰী গৰাকীয়ে যুৱ প্ৰজন্মক এখন স্ব-নিৰ্ভৰশীল অসম গঢ়াৰ বাবে আগবাঢ়ি আহিবলৈও আহ্বান জনায় | জাতিটোক অৰ্থনৈতিক ভাৱে স্ব-নিৰ্ভৰশীল কৰি গঢ়ি তোলাৰ বাবে চৰকাৰে বিগত সময়ত যথেষ্ট কাম হাতত লৈ আহিছে বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে স্থানীয় কৃষকসকলক তেওঁলোকৰ প্ৰাপ্য দিয়াৰ বাবে ইতিমধ্যেই চৰকাৰী ভাৱে প্ৰতি কুইণ্টলত ১৯৪০ টকা দৰত ধান ক্ৰয় কৰাৰ বাবে ব্যৱস্থা লোৱা হৈছে ।

পাছত মন্ত্ৰীগৰাকীয়ে গহপুৰ নগৰৰ মাজমজিয়াত চাহ জনজাতিৰ নেতা প্ৰয়াত দানিয়েল তপ্নৰ এটা প্ৰতিমূৰ্তিৰ শুভ উন্মোচন কৰি নমস্য নেতাগৰাকীয়ে ৰাজ্যখনৰ বাবে, গহপুৰৰ বাবে তথা চাহ জনগোষ্ঠীৰ বাবে আগবঢ়াই যোৱা অনন্য অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰে ।

গহপুৰত মন্ত্ৰী গৰাকীৰ আজিৰ দিনজোৰা কাৰ্যসূচীত গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰাৰ লগতে, বিশ্বনাথ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, গহপুৰৰ মহকুমাধিপতি আৰু স্থানীয় প্ৰশাসনৰ বিষয়াসকল উপস্থিত আছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamGohpur
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d