Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Jahangirpuri Violence : জহাংগিৰপুৰিত উচ্ছেদ অভিযানত আৰক্ষী, পাঁচ অভিযুক্তৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গোচৰ

publisher by publisher
April 20, 2022
in India, News
Reading Time: 1 min read
0
Jahangirpuri Violence : জহাংগিৰপুৰিত উচ্ছেদ অভিযানত আৰক্ষী, পাঁচ অভিযুক্তৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গোচৰ
2
SHARES
24
VIEWS
ShareShareShareShare

দুই গোষ্ঠীৰ সংঘর্ষৰ ঘটনাৰ ৭২ ঘণ্টাৰ ভিতৰত দিল্লীৰ জহাংগিৰপুৰিত বেআইনী দখল উচ্ছেদত দুদিনৰ অভিযানে নামিল আৰক্ষী । বুধ আৰু বৃহস্পতিবাৰে এই উচ্ছেদ অভিযান চলিব বুলি উত্তৰ দিল্লী পৌৰনিগমে জনাইছে । উচ্ছেদ অভিযানত যাতে কোনো ধৰণৰ আইনশৃংখলা পৰিস্থিতিৰ অৱনতি নহয় তাৰ বাবে চাৰিশ আৰক্ষী কর্মী মোতায়েন কৰা হৈছে ।

ADVERTISEMENT

দিল্লীৰ বিজেপি প্রধান আদেশ গুপ্তে পৌৰগিমৰ মেয়ৰক পত্ৰ লিখি অভিযোগ দিছিল যে, জহাংগিৰপুৰিৰ হিংসাত যিসকল অভিযুক্ত‌ই সহায় কৰিছিল, তেওঁলোকৰেই সহায়ত এই অঞ্চলত এটাৰ পাছত এটা বেআইনী নির্মাণ আৰু দখলদাৰী হৈছে । শীঘ্ৰে এই নির্মাণকাৰ্য ভাঙি পেলোৱা হ‌ওক আৰু বেআইনী দখলদাৰসকলক উচ্ছেদ কৰা হ‌ওক ।

RelatedPosts

দিল্লীত গৰমৰ প্ৰকোপ , উত্তৰ-পশ্চিম ভাৰতত তাপপ্ৰবাহৰ সতর্কতা জাৰি

Piyanka Gandhi Pressmeet in Delhi:এনডিএ’ৰ পৰাজয়ক গণতন্ত্ৰ আৰু সংবিধানৰ জয় বুলি অভিহিত কৰিলে প্ৰিয়ংকা গান্ধীয়ে

Veteran Congress leader Mohsina Kidwai passes away at 94:ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰবীণ নেত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মহছিনা কিদৱাইৰ দেহাৱসান

কেৱল সেয়াই নহয়, আদেশৰ অভিযোগ, যিসকলে ঘটনাৰ দিনাখন শিল মাৰিছিল তেওঁলোক আম আদমি পার্টিৰ (আপ) বিধায়ক আৰু কাউন্সিলৰৰ ঘনিষ্ঠ । এই অভিযুক্তসকলৰ বেআইনী নির্মাণ শীঘ্ৰে চিহ্নিত কৰি ভাঙি পেলোৱা হ‌ওক ।

ইতিমধ্যে হিংসাৰ ঘটনাত তিনি নাবালকসহ ২৪ জনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে । তেওঁলোকৰ ভিতৰত পাঁচ অভিযুক্তৰ বিৰুদ্ধে সন্ত্রাসবিৰোধী আইনত (ৰাষ্ট্ৰীয় নিৰাপত্তা আইন) গোচৰ ৰুজু কৰা হৈছে । এই পাঁচ অভিযুক্ত হ’ল, ছেলিম, ইমাম শেখ, দিলশাদ আৰু আহিৰ । সোমবাৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে দিল্লী আৰক্ষী কমিছনাৰ ৰাকেশ আস্থানাক অভিযুক্তৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ নির্দেশ দিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DELHIEvictionJahangirpuri Riot
publisher

publisher

Related Posts

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা
News

গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

April 29, 2026
ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
News

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

April 29, 2026
WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ
News

WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

April 29, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
News

Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d