Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

৪০টা অঞ্চলৰ নাম পৰিৱৰ্তন কৰিব দিল্লী বিজেপিয়ে !

publisher by publisher
April 29, 2022
in India, News
Reading Time: 1 min read
0
৪০টা অঞ্চলৰ নাম পৰিৱৰ্তন কৰিব দিল্লী বিজেপিয়ে !
2
SHARES
16
VIEWS
ShareShareShareShare

বিগত কে’বা বছৰ ধৰি মোদী (PM Modi), শ্বাহ (Amit Shah), যোগীৰ (Yogi Adityanath) নিৰ্দেশমৰ্মে দেশৰ বিভিন্ন অঞ্চল, বিশেষকৈ ইছলাম সংস্কৃতিৰ স’তে জড়িত নাম পৰিৱর্তনৰ ঘটনা সংঘটিত হৈছে । মুগলছৰাই ষ্টেচন, এলাহাবাদ, অযোধ্যাৰ নাম হৈছে দীনদয়াল উপাধ্যায়, প্রয়াগৰাজ আৰু অযোধ্যা ।

ADVERTISEMENT

বুধবাৰে কার্যত দক্ষিণ দিল্লী পৌৰনিগম এলাকাৰ মহম্মদপুৰ গাঁৱৰ নাম পৰিৱৰ্তন কৰি মাধৱপুৰম কৰিছে স্থানীয় কাউন্সিলৰ, দিল্লী বিজেপি (BJP) সভাপতিয়ে । তাৰ পাছত তেওঁলোকৰ তালিকাত আছে আৰু ৪০খন গাঁও আৰু অঞ্চলৰ নাম ।

RelatedPosts

কামৰূপ মহানগৰত এনডিএৰ অগ্ৰগতি

বিজয় উৎসৱৰ প্ৰস্তুতিত ব্যস্ত বিজেপি মুখ্য কাৰ্যালয়

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

বৃহস্পতিবাৰে দিল্লীৰ (Delhi) মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালক পত্ৰ লিখি এই অঞ্চলসমূহক ‘দাসত্বৰ প্রতীক’ৰ পৰা মুক্ত কৰাৰ দাবী কৰিছে দিল্লী বিজেপি সভাপতি আদেশ গুপ্তাই । এইবাৰ অৱশ্যে অত্যন্ত সুচাৰুভাৱে ব্যৱহাৰ কৰা হৈছে বিভিন্ন স্বাধীনতা সংগ্রামী আৰু দেশৰ অন্যান্য কৃতী ব্যক্তিসকলক । গুৰু গোবিন্দ সিং, বাল্মীকি, ৰবিদাসৰ পৰা আৰম্ভ কৰি লক্ষ্মীবাই, মংগল পাণ্ডে, মিলখা সিং, লতা মংগেশকৰ, কাৰ্গিলত ছহিদ কেপ্টেইন বিক্রম বাত্রাৰ নামত পৰিৱর্তন কৰিব বিচৰা হৈছে হাউজ খাছ, শ্বাহিবাবাদ, নজফগড়ৰ দৰে এলাকাৰ নাম ।

বিজেপিৰ দাবী, সম্প্রতি মহম্মদপুৰ গাঁৱৰ স্থানীয় কাউন্সিলৰে দক্ষিণ দিল্লী পৌৰনিগমক গাঁৱৰ নাম পৰিৱর্তনৰ প্রস্তাৱ দিছে । যি পাছ হৈ যোৱাত বুধবাৰে তেওঁলোকে চৰকাঈ নামফলকৰ ওপৰত নতুন ছাইনব’ৰ্ড লগাই দিয়ে । কিন্তু প্রশ্ন হ’ল, এনেদৰে গাঁও বা অঞ্চলৰ নাম পৰিৱর্তনৰ অধিকাৰ পৌৰনিগমক কোনে দিলে ? এই অধিকাৰ ৰাজ্যৰ আওতাভুক্ত ।

আদেশ গুপ্তাৰ দাবী, এটা বিশেষ সম্প্রদায়ক সন্তুষ্ট কৰিবলৈ নাম পৰিৱর্তনৰ প্রস্তাৱ পাছ হৈ গ’লেও কেজৰিৱাল চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই । দিল্লীবাসীৰ দাবী আৰু চাহিদা মানি দাসত্বৰ প্রতীকৰ পৰা মুক্তি দিবলৈ তেওঁলোকে নিজে উদ্যোগী হৈ এই কাম কৰিছে ।

সামাজিক মাধ্যমত আকৌ এই প্রসংগত আৰম্ভ হৈছে নানা বক্তব্য । বিজেপিপন্থীসলে কৈছে, ইয়াৰ প্রয়োজন আছিল । কিন্তু অধিকাংশৰে বক্তব্য, ক্ষমতাত বিজেপি, তাত কি দুঃসাহসত কোনো এলাকাৰ নাম অ-হিন্দু হ’ব পাৰে ? বিশেষকৈ কোনো মুছলমান নাম ? কোনো সম্ভাৱনাই নাই । সেয়ে এনে হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BJPDELHINarendra ModiYogi Adityanath
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d