Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Life Imprisonment For Yasin Malik : সন্ত্ৰাসবাদীক আর্থিক সাহায্য, কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা ইয়াছিন মালিকক যাৱজ্জীৱন

publisher by publisher
May 25, 2022
in India, News
Reading Time: 1 min read
0
Life Imprisonment For Yasin Malik : সন্ত্ৰাসবাদীক আর্থিক সাহায্য, কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা ইয়াছিন মালিকক যাৱজ্জীৱন
2
SHARES
15
VIEWS
ShareShareShareShare

সন্ত্ৰাসবাদীক আর্থিক সাহায্যৰ গোচৰত দোষী সাব্যস্ত কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা ইয়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ডৰ নির্দেশ দিলে দিল্লীৰ আদালতে । ইউএপিএ আইনত ইয়াছিনৰ বিৰুদ্ধে অনা অভিযোগৰ ভিত্তিত ইয়াছিন মালিকৰ মৃত্যুদণ্ডৰ দাবী কৰিছিল এনআইএ-য়ে । অৱশেষত যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিয়ে আদালতে ।

ADVERTISEMENT

বুধবাৰে ইয়াছিন মালিকে আদালতত কয়, ‘কাশ্মীৰত বুৰহান ৱানিৰ হত্যাৰ ৩০ মিনিটৰ ভিতৰত মোক গ্রেপ্তাৰ কৰা হয় । অটল বিহাৰী বাজপেয়ীয়ে মোক পাছপ’র্ট দিছিল । তাৰ ফলতেই ম‌ই যিকোনো মন্তব্য কৰিব পাৰো । ম‌ই কোনো ক্রিমিনেল নহয় ।’

RelatedPosts

কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

যুদ্ধৰ আতংকৰ মাজত স্বস্তিৰ নিশ্বাস: ইৰাণত আটকা ভাৰতীয় শিক্ষাৰ্থীৰ প্ৰথম দল দিল্লীত উপস্থিত

কিশ্তৱাৰত নতুন সংঘৰ্ষ, ছত্রু বনাঞ্চলত অব্যাহত সেনা-আৰক্ষীৰ যৌথ অভিযান

ৰাষ্ট্রৰ বিৰুদ্ধে যুদ্ধ ঘোণাৰ অভিযোগ আনি ইয়াছিন মালিকৰ ফাঁচীৰ দাবী কৰিছিল এনআইএ-য়ে । ফাঁচী নহ’লেও এই অভিযোগত ন্যূনতম শাস্তি যাৱজ্জীৱন কাৰাদণ্ড । আদালতত ইয়াছিন মালিকে দাবী কৰে, ১৯৮৪ৰ পাছত তেওঁ অস্ত্র ত্যাগ কৰিছে । তাৰ পাছৰ পৰা তেওঁ অহিংস ৰাজনীতিৰ পথতেই আছে ।

#WATCH | Terror funding case: Yasin Malik being taken out of NIA Court in Delhi. He will be taken to Tihar Jail shortly.

He has been awarded life imprisonment in the matter. pic.twitter.com/bCq5oo47Is

— ANI (@ANI) May 25, 2022

দেশৰ সাত প্রধানমন্ত্রীৰ সময়ত তেওঁ ৰাজনীতি কৰিছে । ভাৰতৰ চোৰাংচোৱা সংস্থাই প্রমাণ কৰক কোনো হিংসাৰ বা সন্ত্ৰাসবাদী কার্যকলাপৰ স’তে জড়িত হয় নে নহয় ! ৰাজনীতিৰ পৰা অৱসৰ ল’ব, মৃত্যুদণ্ডও মূৰ পাতি ল’ব ।

দিল্লীৰ আদালতত ইয়াছিন মালিকৰ শাস্তি ঘোষণাৰ প্রস্তুতি চলাকালীন কাশ্মীৰৰ বিভিন্ন ঠাইত শিল দলিওৱা ঘটনা ঘটে । শ্রীনগৰৰ বিভিন্ন অঞ্চলতেই দোকান বন্ধ হৈ যায় । পৰিস্থিতি প্ৰতি লক্ষ্য ৰাখি সেনা তৎপৰতা বাঢ়ি যায় শ্রীনগৰসহ সমগ্ৰ উপত্যকাত ।

ইয়াছিন মালিকৰ বিৰুদ্ধে কি অভিযোগ

কাশ্মীৰি পণ্ডিতসকলক উপত্যকাৰ পৰা বহিষ্কাৰ ।

ভাৰতীয় বায়ুসেনাৰ কে’বাজনো বিষয়াক হত্যা ।

উপত্যকাত সন্ত্ৰাসবাদী কার্যকলাপত সহায় ।

সন্ত্ৰাসবাদীক আর্থিক সাহায্য ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Jammu and KashmirPunishmentYasin Malik
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d