Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Manipur:অশান্ত মণিপুৰ ,ক্ৰমাৎ শান্তিৰ দিশে !

    Tezpur:প্ৰচণ্ড গৰমে দহিছে ৰাজ্য !

    Tezpur:প্ৰচণ্ড গৰমে দহিছে ৰাজ্য !

    Financial Assistance Of AEC Alumni: জালুকবাৰীৰ ভয়ংকৰ দুৰ্ঘটনাত আহত ডি আই পিকআপ ভানৰ তিনি আঘাত প্ৰাপ্তৰ কাষত প্ৰাক্তন এ ই চিৰ ছাত্ৰ- ফেকাল্টি

    Maligaon Fly Over Fire:মহানগৰীৰ মালিগাঁৱৰ কামাখ্যা গেটত অঘটন !

    AEC New Principal Appointed:অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ ভাৰপ্রাপ্ত অধ্যক্ষ হিচাপে নিযুক্তি ড: কল্যাণ কলিতাক

    Guwahati High Court:আজি মুক্তি নহয় ৰবি শৰ্মাৰ ‘শ্ৰী ৰঘুপতি’

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

    Flimfare : ফিল্মফেয়াৰ বঁটাত উজ্বলিল অসম সন্তান

    Sanjay Dutt :শ্বুটিঙৰ সময়ৰ বোমা বিস্ফোৰণ হৈ গুৰুত্বৰভাৱে আহত অভিনেতা সঞ্জয় দত্ত

    Rani Mukerji In Kamakhya Temple  : ওপজা দিনটোতে ‘মা’ কামাখ্যাৰ আশিস ল’লে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে

    Satish Kaushik : জনপ্ৰিয় কৌতুক অভিনেতা সতীশ কৌশিকৰ দেহাৱসান , বুধবাৰে খেলিছিল হোলি

    Black N White : এতিয়া চিএনডি প্লেত উপলব্ধ হ’ব ব্লেক এন হোৱাইট

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Pack Pain:কঁকালৰ বিষত ভুগিব ৮০ কোটি লোক !

    Horoscope: দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Vitamin E Capsule For Skin And Hair : ছাল, চুলিৰ যত্নৰ বাহিৰেও ক’ত ব্যৱহাৰ হয় ভিটামিন ই ?

    Benefits of Matka water : মাটিৰ পাত্ৰত পানী খাই শীতল হোৱাৰ লগতে হওঁক স্বাস্থ্যৱান

    Healthy Life : জানেনে পুৱাৰ আহাৰ আৰু ব্যায়ামৰ প্ৰয়োজনীয়তা কিমান !

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home India

Hardik Patel : “সমগ্ৰ বিশ্বৰ গর্ব মোদী”, গুজৰাট বিধানসভা নিৰ্বাচনৰ আগতে বিজেপিত যোগ দিলে হার্দিক পেটেলে

publisher by publisher
June 2, 2022
in India, News, Politics
Reading Time: 1 min read
0
Hardik Patel : “সমগ্ৰ বিশ্বৰ গর্ব মোদী”, গুজৰাট বিধানসভা নিৰ্বাচনৰ আগতে বিজেপিত যোগ দিলে হার্দিক পেটেলে
2
SHARES
16
VIEWS
ShareShareShareShare

বিগত মাহত কংগ্রেছ (Congress) ত্যাগ কৰিছিল । গুজৰাট বিধানসভা নির্বাচনৰ (Gujrat Assembly Election) আগতে দলবদল হার্দিক পেটেলৰ (Hardik Patel) । এইবাৰ বিজেপিত যোগ দিলে পতিদাৰ আন্দোলনৰ নেতাই । দলৰ গুজৰাট ৰাজ্যৰ সভাপতি চি আৰ পেটেলৰ সহযোগত তেওঁ গেৰুৱা শিবিৰত যোগ দিয়ে ।

ADVERTISEMENT

আজি পুৱাৰ ভাগত হার্দিকে জনায়, তেওঁ কাম কৰিবৰ বাবে বিজেপিত যোগ দিছে । কয়, ‘আজি ম‌ই এটা নতুন অধ্যায় আৰম্ভ কৰিছো । এজন সৈনিক হিচাপে কাম কৰিম । ম‌ই কেতিয়াও কোনো পদৰ বাবে দাবী জনোৱা নাই কাকো । কাম কৰিবৰ বাবে বিজেপিত যোগ দিছো ।’

RelatedPosts

Sudan: গৃহযুদ্ধৰ সুদানৰ পৰা উদ্ধাৰ ১১০০ ভাৰতীয় , পৰিস্থিতিৰ বুজ ল’বলৈ উচ্চ পৰ্যায়ৰ বৈঠক মোদীৰ

Case Against PM Modi : প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে গোচৰ !

Mann Ki Baat : ১০০ সংখ্যক খণ্ডৰ পুৰ্বেই আই আই এম জৰীপত প্ৰকাশ পাইছে ‘মন কী বাত’ৰ জনপ্ৰিয়তা

তেওঁৰ সংযোজন, দেশজুৰি যি উন্নয়নযজ্ঞ চলিছে, সেয়া সম্ভৱ হৈছে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত । ম‌ই তাত অন্তৰ্ভুক্ত হোৱাৰ সিদ্ধান্ত লৈছো । সমগ্ৰ বিশ্বৰ গর্ব প্রধানমন্ত্রী ।

কংগ্রেছ ত্যাগ :

সম্প্রতি কংগ্রেছ (Congress) ত্যাগ কৰিছে হার্দিক পটেলে (Hardik Patel) । কেৱল দলত্যাগেই নহয়, বিদায়বেলাত ৰাহুল গান্ধীকো তীব্র কটাক্ষ কৰে গুজৰাটৰ পতিদাৰ আন্দোলনৰ নেতাই । ছোনিয়া গান্ধীলৈ লিখা পদত্যাগপত্রত হার্দিকে লিখে, ‘কংগ্রেছ নেতৃত্ব‌ই ম’বাইল ফোনত মুখ গুঁজাতেই ব্যস্ত । গুজৰাটৰ কংগ্রেছ নেতাসকলে তেওঁলোকৰ মুখত চিকেন ছেণ্ডউইচৰ যোগান দিয়ে ।’

অৱশ্যে দলৰ অন্তৰ্ৱতী সমস্যাৰ বাবে নহয়, বিধানসভা নির্বাচনৰ (Gujarat Assembly Election 2022) আগতে নিজৰ স্বার্থসিদ্ধি কৰিবলৈ, পৰিকল্পনা মতেই হার্দিকে এনে সিদ্ধান্ত লৈছে বুলি দাবী কৰে কংগ্রেছে । আনকি ছোনিয়ালৈ লিখা হার্দিকৰ পদত্যাগপত্রত বিজেপি-ৰেই কথা প্রতিফলিত হৈছে বুলি দাবী কৰে দলৰ নেতাসকলে । ইয়াত অৱশ্যে কোনো আচৰিত নহয় । কাৰণ, তলে তলে হার্দিকে বহুদিন ধৰিয়ে বিজেপি-ৰ স’তে যোগাযোগ ৰাখিছে, বুলি তেওঁলোকে ধাৰণা কৰিছিল ।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: BJPCongressGujarat Assembly Election 2022Hardik PatelNarendra Modi
publisher

publisher

Related Posts

Manipur:অশান্ত মণিপুৰ ,ক্ৰমাৎ শান্তিৰ দিশে !
India

Manipur:অশান্ত মণিপুৰ ,ক্ৰমাৎ শান্তিৰ দিশে !

June 2, 2023
Tezpur:প্ৰচণ্ড গৰমে দহিছে ৰাজ্য !
Assam

Tezpur:প্ৰচণ্ড গৰমে দহিছে ৰাজ্য !

June 2, 2023
Financial Assistance Of AEC Alumni: জালুকবাৰীৰ ভয়ংকৰ দুৰ্ঘটনাত আহত ডি আই পিকআপ ভানৰ তিনি আঘাত প্ৰাপ্তৰ কাষত প্ৰাক্তন এ ই চিৰ ছাত্ৰ- ফেকাল্টি
Assam

Financial Assistance Of AEC Alumni: জালুকবাৰীৰ ভয়ংকৰ দুৰ্ঘটনাত আহত ডি আই পিকআপ ভানৰ তিনি আঘাত প্ৰাপ্তৰ কাষত প্ৰাক্তন এ ই চিৰ ছাত্ৰ- ফেকাল্টি

June 2, 2023
Maligaon Fly Over Fire:মহানগৰীৰ মালিগাঁৱৰ কামাখ্যা গেটত অঘটন !
Assam

Maligaon Fly Over Fire:মহানগৰীৰ মালিগাঁৱৰ কামাখ্যা গেটত অঘটন !

June 2, 2023
AEC New Principal Appointed:অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ ভাৰপ্রাপ্ত অধ্যক্ষ হিচাপে নিযুক্তি ড: কল্যাণ কলিতাক
Assam

AEC New Principal Appointed:অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ ভাৰপ্রাপ্ত অধ্যক্ষ হিচাপে নিযুক্তি ড: কল্যাণ কলিতাক

June 2, 2023
Guwahati High Court:আজি মুক্তি নহয় ৰবি শৰ্মাৰ ‘শ্ৰী ৰঘুপতি’
Assam

Guwahati High Court:আজি মুক্তি নহয় ৰবি শৰ্মাৰ ‘শ্ৰী ৰঘুপতি’

June 2, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: