Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    School Teaches Only 10 Days of 42 Days:স্কুলত ৪২ দিনৰ মাত্ৰ ১০ দিনহে  পাঠদান !

    Why Gandhi:গান্ধী কিয় ?

    Why Gandhi:গান্ধী কিয় ?

    Assam-Meghalaya Chief Minister’s Talks :কইনাধৰাত সীমা বিবাদক লৈ অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ আলোচনা

    Beltola call center Raid: বেলতলাৰ এটা কল চেন্টাৰত ক্ৰাইম বাঞ্চৰ অভিযান

    Lightning:চিথিলাত বজ্ৰপাতত এজনৰ মৃত্যু ৰ লগতে এজন আহত 

    Electricity Charges Hiked:বিদ্যুত গ্ৰাহকৰ ওপৰত এপি ডিচি এলৰ পুনৰ ৰামটাঙোন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    Dadasaheb Phalke Lifetime Achievement Award to Waheeda Rehman:প্ৰথিতযশা বলিউড অভিনেত্ৰী-নৃত্যশিল্পী ৱাহিদা ৰেহমানলৈ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা

    69th National Film Awards Announced:৬৯সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা

    Chirang Sidli  koch-Rajbonshi Video Song :চিৰাঙৰ চিদলীত কোচ-ৰাজবংশী ভিডিঅ গীতৰ শুভমুক্তি

    Sri Raghupati:ফেচবুক, ইউটিউবত আপলোড ‘শ্ৰী ৰঘুপতি’ৰ দৃশ্যাংশ !

    5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

    Flimfare : ফিল্মফেয়াৰ বঁটাত উজ্বলিল অসম সন্তান

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Air India Flight Attendants to be Replaced:সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পৰিধান!

    Sneezing Unceremoniously:অনর্গলভাৱে হাঁচি মাৰিছে !

    Car Can Also Lead To Disease:মৰমৰ গাড়ীখনেও ৰোগ মাতি আনিব পাৰে

    Lipstick Usage: লিপষ্টিক ব্যৱহাৰৰ ফলত হ্ৰাস পাব পাৰে বুদ্ধিমত্তা

    Mangaldoi Food Poisoning :মঙ্গলদৈত খাদ্যত বিষক্ৰিয়া

    Mangaldoi  Bajrang Dal  Leader Arrested :মঙলদৈত অস্ত্ৰ প্ৰশিক্ষণৰ কৰ্মশালা অনুষ্ঠিত কৰা বজৰংৰ দুই নেতাক আটক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home News

Cancer Medicine : ডষ্টাৰলিমেব ঔষধেই নিৰাময় কৰিব কৰ্কট ৰোগ, দাবী গৱেষকৰ ! এই ঔষধৰ দাম কিমান ?

publisher by publisher
June 9, 2022
in Lifestyle, News
Reading Time: 1 min read
0
Cancer Medicine : ডষ্টাৰলিমেব ঔষধেই নিৰাময় কৰিব কৰ্কট ৰোগ, দাবী গৱেষকৰ ! এই ঔষধৰ দাম কিমান ?
2
SHARES
17
VIEWS
ShareShareShareShare

কৰ্কট নামক মাৰণব্যাধি কিন্তু মহামাৰীতকৈ কোনো অংশত কম নহয় । বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুযায়ী, বিশ্বজুৰি মৃত্যুৰ দ্বিতীয় বৃহত্তম কাৰণ এই ৰোগ । অৱশ্যে এই মাৰণৰোগৰ উপসর্গ সম্পর্কে এতিয়াও সম্যক ধাৰণা সাধাৰণ মানুহৰ মাজত কম । বিশেষকৈ, কৰ্কটৰ ধৰণ যদি বিৰল প্রকৃতিৰ হয়, তেতিয়া বহুদিন পর্যন্ত বুজিব পৰা নাযায় উপসর্গবোৰৰ গুৰুত্ব । ফলত চিকিৎসাৰ সময় পাৰ হৈ যায় ।

ADVERTISEMENT

এইবাৰ কৰ্কটৰ বিৰুদ্ধে যুঁজ কিছু হ’লেও সহজ হ’ব শ। ‘ডষ্টাৰলিমেব’ নামক এই নতুন ঔষধৰ পৰীক্ষামূলক প্রয়োগৰ পাছত আশাবাদী গৱেষকৰ একাংশ । আমেৰিকাত এটা পৰীক্ষাগাৰত প্রস্তুত ‘ডষ্টাৰলিমেব’ নামক ঔষধবিধ মানৱদেহত উৎপন্ন হোৱা এন্টিবডিৰ বিকল্প হিচাপে কাম কৰিব । পৰীক্ষামূলকভাৱে প্ৰায় ছমাহ ধৰি ১৮ জন মলদ্বাৰৰ কৰ্কট ৰোগত আক্রান্ত ব্যক্তিৰ দেহত এই ঔষধবিধ প্রয়োগ কৰে গৱেষকসকলে । পৰীক্ষাৰ অন্তত দেখা যায়, প্রত্যেক ৰোগীৰ শৰীৰ পৰাই সম্পূৰ্ণ নিশ্চিহ্ন হৈ গৈছে কৰ্কট ! এই খবৰ প্ৰকাশ্যত অহাৰ পাছতে চিকিৎসক মহলত হৈ চৈ আৰম্ভ হৈছে ।

RelatedPosts

Cancer Treatment : মৃত্যুৰ পাছত শ্ৰাদ্ধ নহয়, বন্ধুসকলৰ কাষত পাৰ্টি কৰাৰ আবেদন কেঞ্চাৰ আক্ৰান্ত মহিলাৰ !

Love and Commitment : বিপদত কাষত থাকিব বিচাৰে , কৰ্কট ৰোগত আক্ৰান্ত প্ৰাক্তন পত্নীক দ্বিতীয়বাৰ বিয়া কৰালে যুৱকে

Lip Cancer : ধূমপান নকৰিলেও ওঁঠ ক’লা হয় ? উঠৰ ক’লা দাগ কোনো মাৰণ ৰোগৰ উপসর্গ নহয়তো ?

‘ডষ্টাৰলিমেব’-ৰ খুটি-নাটি

১) ক্লিনিকেল ট্রায়েলত অংশগ্রণ কৰা ১৮ জন ৰোগীয়ে, মার্কিন যুক্তৰাষ্ট্রৰ মেনহেটনৰ মেম’ৰিয়েল শ্ল’ন কেটাৰিং কেন্সাৰ চেণ্টাৰত মলদ্বাৰৰ কেন্সাৰৰ বিৰুদ্ধে যুঁজ দি আছিল ।

২) যিসকল ৰোগীৰ ওপৰত গৱেষণা চলোৱা হৈছে, তেওঁলোকৰ সকলৰোৰে শৰীৰত কেৱল মলদ্বাৰ আৰু তাৰ চাৰিওপাশে লসিকাগ্রন্থিতেই কেন্সাৰ বিয়পি পৰে । শৰীৰৰ আৰু কোনো অংশত এই ৰোগৰ বিস্তাৰ ঘটা নাছিল ।

৩) ঔষধবিধ ছয় মাহ ধৰি প্রতি তিনি সপ্তাহৰ ব্যৱধানত নির্ধাৰিত মাত্রাত ৰোগীসকলক দিয়া হৈছিল ।

৪) গৱেষকসকলে প্রথমে ভাবিছিল, এই ঔষধ প্রয়োগৰ পাছতো ৰোগীসকলে হয়তো অস্ত্রোপচাৰ, কেম’থেৰাপি আৰু ৰেডিয়েছনৰ দৰে প্রথাগত চিকিৎসা পদ্ধতিৰ প্রয়োজন হ’ব । কিন্তু এতিয়া তেওঁলোকক এই সমূহ চিকিৎসাৰ কোনো প্রয়োজন নাই । এণ্ডোস্কোপি, পিইটি স্কেন আৰু এমআৰআই স্কেনৰ মাধ্যমত তেওঁলোকে সেই ১৮ জন ৰোগীৰ শৰীৰত কেন্সাৰ সম্পূর্ণৰূপে নিৰাময় হোৱা প্ৰত্যক্ষ কৰে ।

৫) বিদেশী সংবাদপত্র ‘নিউইয়র্ক টাইমছ’-ৰ তথ্য অনুযায়ী, ‘ডষ্টাৰলিমেব’ ঔষধৰ প্রতি ড’জৰ দাম প্রায় ১১,০০০ ডলাৰ (ভাৰতীয় মূল্যত প্রায় ৮,৫৫,০০০ টকা) ।

৬) ক্লিনিকেল ট্রায়েল শেষ হোৱাৰ ২৫ মাহ পাছত ৰোগীসকলৰ পুনৰ পৰীক্ষা কৰা হয় । তেতিয়াও তেওঁলোকৰ শৰীৰত কোনো ধৰণৰ অস্বস্তিবোধ তথা কেন্সাৰ কোষৰ সন্ধান পোৱা নাযায় ।

এনে ঘটনা কৰ্কট ৰোগৰ ইতিহাসত এয়ে প্রথম । একেই মতামত পোষণ কৰিছে কেলিফ’র্নিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলেও । ভৱিষ্যতে আৰু বৃহত্তৰ ট্রায়েলত ঔষধবিধে কেনে ফলাফল দেখুৱায়, তাৰ প্ৰতি লক্ষ্য বিশেষজ্ঞসকলৰ ।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: CancerCancer CureCancer MedicineDostarlimab
publisher

publisher

Related Posts

Pressmeet In State Bjp:ধানটোৱে প্ৰতি কণটো,মানুহটোৱে প্ৰতি মনটো কংগ্ৰেছৰ নেতা সকল এতিয়া হতাশাত ভুগিছে
Assam

October 2, 2023
Bhauraguri :ভাওঁৰাগুৰীৰ আহমেদপুৰত গাওঁৰক্ষী বাহিনীৰ সভাপতি,সম্পাদক বাছনিকলৈ উত্তপ্ত পৰিস্থিতি

Earthquake:ৰাজ্যত ভূমিকম্পৰ জোকাৰণি
Assam

Earthquake:ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

October 2, 2023
Youth Dies Again At De-Addiction Centre:মহানগৰীৰ নিচামুক্তি কেন্দ্ৰত পুনৰ যুৱকৰ মৃত্যু

Surrender Two Ulfa(I):অৰুণাচলৰ টিৰাপত আত্মসমৰ্পণ দুই আলফা (স্বাঃ) সদস্যৰ আত্মসমৰ্পণ

Four AGP Leaders To Join Congress on October 11:১১অক্টোবৰত কংগ্ৰেছলৈ চাৰি অগপ নেতা

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: