Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Right to abortion : পাঁচ দশকৰ অধিকাৰত ইতি ! আমেৰিকাত সংবিধান নহয়, গর্ভপাতৰ বৈধতা নিৰ্ধাৰণ কৰিব প্রশাসনে

publisher by publisher
June 25, 2022
in International, News
Reading Time: 1 min read
0
Right to abortion : পাঁচ দশকৰ অধিকাৰত ইতি ! আমেৰিকাত সংবিধান নহয়, গর্ভপাতৰ বৈধতা নিৰ্ধাৰণ কৰিব প্রশাসনে
2
SHARES
20
VIEWS
ShareShareShareShare

আমেৰিকাত মহিলাৰ পাঁচ দশকৰ অধিকাৰ কাঢ়ি ল’লে সেই দেশৰ উচ্চতম ন্যায়ালয়ে । গর্ভপাতৰ সংবিধানিক অধিকাৰ বাতিল কৰি শীর্ষ আদালতে জনাইছে, এই বিষয়ত অনুমোদন দিয়া বা নিদিয়াৰ দায়িত্ব প্রতিটো প্রদেশৰ ওপৰত এৰি দিয়া উচিত ।

ADVERTISEMENT

এনে ৰায় যে শীৰ্ষ আদালতে দিব পাৰে, তাৰ খচৰা নথি কিছু সপ্তাহ আগতে ফাদিল হৈছে । ইয়াক লৈ দেশজুৰি আৰম্ভ হয় তীব্র বিতর্ক আৰু প্রতিবাদো ।

RelatedPosts

ইৰাণ-আমেৰিকা সংঘাতত যুদ্ধবিৰতি, ‘ৱাৰ পাওৱাৰ্ছ এক্ট’ লৈ নতুন বিতৰ্ক

Removal of US Navy Secretary John Phelan:মাৰ্কিন প্ৰশাসনত অঘটন !

চন্দ্ৰাভিযান সামৰি পৃথিৱীলৈ উভতিল চাৰি মহাকাশচাৰী

১৯৭৩ত ‘ৰো বনাম ৱেড’ গোচৰত আদালত গর্ভপাতক বৈধ বুলি ঘোষণা কৰে । এইবাৰ শীৰ্ষ ন্যায়ালয়ে সেই ৰায়ৰ উলোটা পথ অৱলম্বন কৰি গর্ভপাতৰ বৈধতা দিয়াৰ বিষয়টো প্রদেশসমূহক এৰি দিছে ।

গর্ভপাতেৰ সংবিধানিক অধিকাৰ খাৰিজ কৰাৰ পক্ষত মত দিয়ে ছজন অধিবক্তা আৰু বিপক্ষত তিনিজনে ।

মিছিছিপিত গর্ভধাৰণৰ ১৫ সপ্তাহ পাছত গর্ভপাত নিষিদ্ধ কৰাৰ আইনক প্ৰত্যাহ্বান জনাই এটা গোচৰ দাখিল কৰা হয় উচ্চতম ন্যায়ালয়ত । সেই গোচৰতেই আদালতে এই ৰায় দিছে ।

অনুমান কৰা হৈছে, এই ৰায়ৰ ফলত আমেৰিকাৰ অর্ধেকৰো অধিক প্রদেশে গর্ভপাত নিষিদ্ধ ঘোষণা কৰিব । লগতে গর্ভপাতৰ বিৰুদ্ধে নানা বিধি-নিষেধ আৰোপ কৰিব ।

ইতিমধ্যে আমেৰিকাৰ ১৩খন প্রদেশে গর্ভপাত নিষিদ্ধ কৰাৰ পথত বহুখিনি আগবাঢ়িছে । তেওঁলোক উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ অপেক্ষাত আছিল । শীর্ষ আদালতৰ ৰায়ৰ পাছত তেওঁলোকে গর্ভপাত সম্পূৰ্ণভাৱে নিষিদ্ধ ঘোষণা কৰিব বুলি সংশ্লিষ্ট মহলৰ ধাৰণা ।

শীর্ষ আদালতৰ ৰায়ৰ পাছত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে দেশবাসীক উদ্দেশ্যি ভাষণত কয়, ‘‘গর্ভপাতক লৈ পাঁচ দশক আগৰ ৰায় বাতিল কৰি শীৰ্ষ ন্যায়ালয়ে মাৰাত্মক ভুল কৰিছে ।’’

তেওঁ আৰু কয়, ‘‘আমেৰিকানসকলৰ সংবিধানপ্রদত্ত মৌলিক অধিকাৰ কাঢ়ি লৈছে আদালতে ।’’ তেওঁৰ মতে, এই ৰায়ৰ ফলত দেশ ১৫০ বছৰ পিছুৱাই গ’ল ।

অৱশ্যে এই ৰায় দক্ষিণপন্থী আৰু ধর্মীয় ৰক্ষণশীলসকলৰ বাবে বৃহৎ জয় । ১৯৭৩ত গর্ভপাতক বৈধতা দিয়াৰ বিৰুদ্ধে যিসকলে আন্দোলন কৰি আহিছিল, তেওঁলোকৰ ভিতৰত অনেকে ৰায় জনাৰ পাছত উচ্ছ্বাসিত হৈছে ।

এই ৰায়ক আদৰণি জনাইছে আমেৰিকাৰ প্রাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে । তেওঁ এই ৰায়ক ‘ঈশ্বৰৰ সিদ্ধান্ত’ বুলি মন্তব্য কৰিছে ।

আমেৰিকাৰ প্রাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই এই ৰায়ক মৌলিক অধিকাৰৰ ওপৰত আক্রমণ বুলি মন্তব্য কৰিছে ।

এই ৰায়ৰ খচৰা নথি ফাদিল হোৱাৰ পাছৰ পৰা দেশজুৰি বিক্ষোভ চলিছিল । শুকুৰবাৰেও ৰায় ঘোষণাৰ পাছত একাধিক স্থানত বিক্ষোভ আৰম্ভ হয় ।

বিশেষজ্ঞসকলৰ মতে, এই ৰায়ৰ ফলত গর্ভপাত কেতিয়াও বন্ধ নহয় । গর্ভপাত কৰিবৰ বাবে মহিলাসকলে সেই সমূহ দেশত যোৱাৰ প্রৱণতা বাঢ়িব, য’ত গর্ভপাত বৈধ ।

গর্ভপাতৰ পদ্ধতি হিচাপে ঔষধ খোৱা বর্তমান আমেৰিকাত জনপ্রিয় । ‘দুই-পিল (টু-পিল)’ পদ্ধতিত আমেৰিকান মহিলাসকলে সাধাৰণতে গর্ভপাত কৰিয়ে থাকে ।

তথ্য অনুসৰি, এই পদ্ধতিত ৫৪ শতাংশ মহিলাই গর্ভপাত কৰে । ২০২০ত এই ঔষধবিধ অনুমোদন কৰে আমেৰিকাৰ ফুড এণ্ড ড্রাগ এডমিনিষ্ট্ৰেছন ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DONALD TRUMPJoe BidenRight To Abortion
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d