Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Sports

Commonwealth Games 2022 : পুনৰ বিতর্কত লভলিনা, কমনৱেলথ গেমছৰ অনুষ্ঠানৰ মাজতেই ওলাই আহিল

publisher by publisher
July 29, 2022
in India, News, Sports
Reading Time: 1 min read
0
Commonwealth Games 2022 : পুনৰ বিতর্কত লভলিনা, কমনৱেলথ গেমছৰ অনুষ্ঠানৰ মাজতেই ওলাই আহিল
4
SHARES
36
VIEWS
ShareShareShareShare

লভলিনা বুঢ়াগোঁহাইক লৈ বিতর্ক তুংগত । কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানতো তেওঁ সমস্যাৰ সৃষ্টি কৰে । সিদ্ধান্ত ল’লে কমনৱেলথ গেমছৰ মাজ ভাগতে ওলাই অহাৰ । উভতি অহাৰ পথত কোনো টেক্সি বা গাড়ী নোপোৱাত ষ্টেডিয়ামৰ বাহিৰতে এঘণ্টা সময় ৰৈ থাকিবলগীয়া হয় তেওঁৰ স’তে আন এজন বক্সাৰে । সমগ্ৰ ঘটনাটোতে অসন্তুষ্টি প্ৰকাশ কৰিছে ভাৰতীয় বক্সিং সংস্থাৰ সহ-সভাপতি ৰাজেশ ভণ্ডাৰীয়ে ।

ADVERTISEMENT

বৃহস্পতিবাৰে আলেকজাণ্ডাৰ ষ্টেডিয়ামত কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত হয় লভলিনা । বক্সিং দলৰ আন এজন সদস্য মহম্মদ হুছামুদ্দিনৰ স’তে মাজভাগতেই আধা ঘণ্টা দূৰত্বৰ গেমছ ভিলেজত উভতি যোৱাৰ সিদ্ধান্ত লয় । মাজ ভাগতে ওলোৱাৰ বাবে উভতি আহিবৰ বাবে কোনো বাহন নাপায় । অনুষ্ঠান চলি থকাৰ বাবে টেক্সিও বুক কৰিব নোৱাৰে । পাছত আয়োজকসকলৰ তৰফৰ পৰা বাছৰ ব্যৱস্থা কৰি দিয়া হয় তাতে গেমছ ভিলেজত উভতে ।

RelatedPosts

এছিয়ান বক্সিং চেম্পিয়নশ্বিপত লাভলীনা বৰগোহাঁইৰ ব্ৰঞ্জ জয়

Assam wins two gold medals in boxing:ৰাষ্ট্ৰীয় ক্রীড়াত অসমৰ বাবে ভাল খবৰ 

Lavlina reaches the quarterfinals of women’s boxing:মহিলা বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলীনাৰ

সংবাদ সংস্থাক লভলিনাই কয়, “পুৱা মোৰ অনুশীলন আছে । তাৰ পাছৰ দিনাই খেল । অনুষ্ঠান শেষ হোৱাত বহু পলম হ’ব ভাবি আগতে ওলাই অহাৰ সিদ্ধান্ত ল‌ওঁ । টেক্সিৰ অনুৰোধ কৰিছো যদিও পোৱা নাই ।” সংবাদ সংস্থাৰ খবৰ অনুযায়ী, ভাৰতীয়সকলক তিনিটা টেক্সি দিয়া হৈছে আয়োজকসকলৰ তৰফৰ পৰা । কিন্তু উদ্বোধনী অনুষ্ঠানত ক্রীড়াবিদ আৰু কৰ্মকর্তাসকলে বাছত অহাত টেক্সিচালকসকল উভতি যায় । সেয়ে লভলিনাহঁতে টেক্সি নাপায় ।

ভাৰতীয় বক্সিং সংস্থাৰ সহ-সভাপতি ৰাজেশে সংবাদ সংস্থাক কয়, “অনুষ্ঠানৰ পাছত গ’ম পাওঁ যে লভলিনা আৰু আন এজন বক্সাৰ আগতীয়াকৈ ওলাই গৈছে । আমি সকলোৱে বাছত আহিছো । টেক্সি নাছিল । আগতেই ওলাই যাবৰ হ’লে তেওঁলোকে অনুষ্ঠানত অহা উচিত নাছিল । পুৱা অনুশীলন আছে বা পাছৰ দিনা মেচ আছে বুলি অনেকেইতো অহা নাই । আমি তাৰ অনুমতিও দিছো । বক্সিং দলৰ স’তে পাছত এই বিষয়ত আলোচনা কৰা হ’ব ।”

প্রসংগত, ভাৰতৰ ১৬৪ জন ক্রীড়াবিদে উদ্বোধনী অনুষ্ঠানত অংশ লয়, যি মুঠ দলৰ অর্ধেক । শুকুৰবাৰে মেচ থকাৰ বাবে ভাৰতৰ মহিলা ক্রিকেট দল নাছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Commonwealth GamesLovlina Borgohain
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d