Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Pakistan Temple : পাকিস্তানত ১২০০ বছৰৰ পুৰণি বাল্মীকি মন্দিৰ পুনৰুদ্ধাৰৰ সিদ্ধান্ত

publisher by publisher
August 4, 2022
in International, News
Reading Time: 1 min read
0
Pakistan Temple : পাকিস্তানত ১২০০ বছৰৰ পুৰণি বাল্মীকি মন্দিৰ পুনৰুদ্ধাৰৰ সিদ্ধান্ত
2
SHARES
20
VIEWS
ShareShareShareShare

দীর্ঘ আইনী যুঁজৰ পাছত পুনৰুদ্ধাৰ কৰা হৈছে পাকিস্তানত থকা ১২০০ বছৰ পুৰণি বাল্মীকি মন্দিৰ । বুধবাৰে পাকিস্তানৰ সংখ্যালঘুসকলৰ উপাসনাগৃহবোৰৰ তত্ত্বাৱধানৰ দায়িত্বত থকা সংস্থা ইভাকুই ট্রাষ্ট প্রপার্টি বোর্ড (ইটিপিবি)য়ে এই কথা সদৰী কৰিছে । পাকিস্তানৰ লাহৌৰৰ আনাৰকলি বজাৰৰ কাষত থকা বাল্মীকি মন্দিৰটো এটা খ্রিষ্টিয়ান পৰিয়ালে প্রায় ২০ বছৰ ধৰি জোৰজবস্তি দখল কৰি আছিল । অৱশ্যে ইটিপিবি-য়ে বিগত মাহত এই পৰিয়ালৰ পৰা মন্দিৰটো উদ্ধাৰ কৰে ।

ADVERTISEMENT

ইটিপিবি-ৰ তৰফৰ পৰা জনোৱা হৈছে, এই খ্রিষ্টিয়ান পৰিয়ালৰ সদস্যসকলৰ দাবী আছিল যে তেওঁলোকে ধর্মান্তৰণৰ ফলত হিন্দু হৈছে । ইয়াৰ পাছৰ পৰা বিগত দুই দশক ধৰি তেওঁলোকে এই মন্দিৰৰ দখল লৈ ৰাখিছিল আৰু কেৱল মাত্র ‘বাল্মীকি’ বর্ণৰ হিন্দুসকলকেই মন্দিৰত পূজা কৰাৰ অধিকাৰ দিছিল । অৱশ্যে দীর্ঘ আইনী যুঁজৰ পাছত এই মন্দিৰ পুনৰুদ্ধাৰ কৰি সকলোকে প্রৱেশাধিকাৰৰ নির্দেশ দিছে আদালতে ।

RelatedPosts

পাকিস্তানত উদ্ধাৰ হোৱা ১৫শ বছৰ পুৰণি সংস্কৃতৰ মোহৰৰ তত্ত্বোদ্ধাৰ

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

পাকিস্তানৰ প্ৰায় ৮০ শতাংশ পুৰুষ সমকামী!

ইটিপিবি মুখপাত্র আমিৰ হাছমিয়ে সংবাদ সংস্থা পিটিআইক জনাইছে, অতি শীঘ্রে মাষ্টাৰ প্লেন অনুযায়ী বাল্মীকি মন্দিৰ পুনৰুদ্ধাৰৰ কাম আৰম্ভ হ’ব । তেওঁ কয়, ‘‘মন্দিৰ দখলকাৰীসকলক উচ্ছেদ কৰাৰ পাছত বুধবাৰে প্ৰায় ১০০ জনৰো অধিক হিন্দু, শিখ আৰু খ্রিষ্টিয়ান সম্প্রদায়ৰ লোকক বাল্মীকি মন্দিৰত সন্মিলিত হয় । হিন্দুসকলে তেওঁলোকৰ ধর্মীয় আচাৰ-অনুষ্ঠান পালন কৰি ভোগৰ ব্যৱস্থাও কৰিছিল ।’’

ইটিপিবিৰ এজন কর্মকর্তাই জনাইছে, মন্দিৰৰ ভূমি ৰাজহ নথি অনুযায়ী এই মন্দিৰটো ইটিপিবিক হস্তান্তৰ কৰা হৈছিল । অৱশ্যে ২০১০ত এই খ্রিষ্টিয়ান পৰিয়ালে দাবী কৰে, এই মন্দিৰ আৰু মন্দিৰৰ কাষৰ ভূমিৰ মালিকীস্বত্ব তেওঁলোকৰ । এই নিয়ে দেৱানী আদালতত এটা গোচৰো ৰুজু কৰা হয় । অৱশ্যে শুনানিৰ শেষত খ্রিষ্টিয়ান পৰিয়ালৰ তৰফৰ পৰা ভুৱা গোচৰ কৰা হৈছে বুলি জনায় আদালতে ।

দেশ বিভাজন হোৱাৰ পাছত পাকিস্তান এৰি ভাৰতত গুচি অহাত শিখ আৰু হিন্দুৰ মন্দিৰ আৰু ভূমি পৰ্যবেক্ষণ কৰাৰ দায়িত্বত আছে ইটিপিবি । ইটিপিবি পাকিস্তানত মুঠ ২০০টা গুৰুদ্বাৰ আৰু ১৫০টা মন্দিৰৰ তত্ত্বাৱধানৰ দায়িত্বত আছে ।

প্রসংগত, ১৯৯২ত ভাৰতত বাবৰি মছজিদ ধ্বংসৰ পাছত, লাহৌৰৰ বিক্ষুব্ধ জনতা বাল্মীকি মন্দিৰত আক্ৰমণ কৰে বুলি অভিযোগ । কৃষ্ণ আৰু বাল্মীকিৰ মূর্তিবোৰ ভাঙি মূর্তি আৰু সোণো লুট কৰে । ইয়াৰ পাছতে মন্দিৰটোত জুই লগাই দিয়া হয় । ইয়াৰ ফলত ওচৰ-ওচৰ-পাজৰৰ বহু দোকানতো জুই লাগি যায় আৰু এই জুই নোমোৱাবলৈ কে’বাদিনো লাগিছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: LahorePakistantempleValmiki
publisher

publisher

Related Posts

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d