Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Manish Sisodia : দিল্লীৰ উপমুখ্যমন্ত্রী ছিছৌডিয়াৰ বিৰুদ্ধে লুক আউট চার্কুলাৰ জাৰি কৰাৰ সম্ভাৱনা চিবিআই-ৰ

publisher by publisher
August 21, 2022
in India, News, Politics
Reading Time: 1 min read
0
Manish Sisodia : দিল্লীৰ উপমুখ্যমন্ত্রী ছিছৌডিয়াৰ বিৰুদ্ধে লুক আউট চার্কুলাৰ জাৰি কৰাৰ সম্ভাৱনা চিবিআই-ৰ
2
SHARES
16
VIEWS
ShareShareShareShare

পুনৰ বিপাকত দিল্লীৰ উপমুখ্যমন্ত্রী মণীশ ছিছৌডিয়া । কেজৰিৱাল চৰকাৰৰ মন্ত্রীৰ বিৰুদ্ধে দেওবাৰে লুক আউট চার্কুলাৰ জাৰি কৰিব চিবিআই-য়ে । দিল্লী আবকাৰী নীতিত দুর্নীতিৰ অভিযোগত ছিছৌডিয়াৰ উপৰিও আন ১৩ জনৰ বিৰুদ্ধে এই চার্কুলাৰ জাৰি কৰা হৈছে বুলি চিবিআই সূত্রে খবৰ ।

ADVERTISEMENT

কেন্দ্রীয় তদন্তকাৰী সংস্থাৰ এফআইআৰত ছিছৌডিয়াসহ এই ১৪ জনৰ নাম আছিল । চার্কুলাৰ জাৰি হ’লত ছিছৌডিয়াসহ ১৪ জন দেশৰ বাহিৰত যাব নোৱাৰিব । লুক আউট চার্কুলাৰ জাৰি সন্দৰ্ভত টুইটাৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীক লক্ষ্য কৰি ছিছৌডিয়াই লিখে, ‘‘আপোনাৰ সমস্ত অভিযান ব্যর্থ হৈছে । একো নাপালে…। এইবাৰ আপুনি লুক আউট চার্কুলাৰ জাৰি কৰিলে, মণীশ ছিছৌডিয়াক বিচাৰি পোৱা নাই ! কেনেকোৱা চমক এইটো মোদীজি ? দিল্লীত স্বাধীনভাৱে ঘূৰিছো । আপুনি মোক দেখা পোৱা নাই নেকি ? দয়া কৰি ক‌ওক, ক’ত যাব লাগিব ?’’

RelatedPosts

কামৰূপ মহানগৰত এনডিএৰ অগ্ৰগতি

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

প্রসংগত, দেওবাৰে পুৱা সংবাদ সংস্থা সূত্রে প্রথমে জানিব পৰা যায় যে, ছিছৌডিয়াৰ বিৰুদ্ধে লুক আউট চার্কুলাৰ জাৰি কৰিছে চিবিআই-য়ে । কিন্তু পাছত তদন্তকাৰী সংস্থাৰ তৰফৰ পৰা জনায় যে, লুক আউট চার্কুলাৰ জাৰিৰ প্রক্রিয়া চলিছে । অৱশ্যে এতিয়াও জাৰি কৰা হোৱা নাই ।

শুকুৰবাৰে, জন্মাষ্টমীৰ পুৱা ছিছৌডিয়াৰ বাসগৃহসহ আৰু কে’বাটাও অঞ্চলত তালাচী অভিযান চলায় চিবিআই-য়ে । প্রায় ১৪ ঘণ্টা ধৰি দিল্লীৰ উপমুখ্যমন্ত্রীৰ বাসগৃহত অভিযান চলায় ।

তালাচীৰ শেষত ছিছৌডিয়াই কয়, ‘‘পুৱা চিবিআই মোৰ বাসগৃহত আহিছিল । তেওঁলোকে তলাচী চলাইছে, মোৰ কম্পিউটাৰ আৰু ফোন বাজেয়াপ্ত কৰিছে । তদুপৰি কিছুমান ফাইল লৈ গৈছে তদন্তকাৰী বিষয়াসকলে । ম‌ই আৰু মোৰ পৰিয়ালে তদন্তকাৰী বিষয়াসকলক পূর্ণ সহযোগ কৰিছো । অনাগত দিনতো কৰিম । ম‌ই কোনো দুর্নীতি কৰা নাই । সেয়ে ম‌ই ভয় কৰা নাই ।’’ লগতে কেন্দ্রীয় তদন্তকাৰী সংস্থাৰ অপব্যৱহাৰ কৰা হৈছে বুলি বিজেপিক কটাক্ষ কৰিছিল ছিছৌডিয়াই ।

‘ডেপুটি’ৰ বাসগৃহত চিবিআই অভিযানৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰি টুইট কৰিছিল দিল্লীৰ মুখ্যমন্ত্রী তথা আম আদমি পার্টিৰ (আপ) প্রধান অৰবিন্দ কেজৰিৱালে । টুইটৰ স’তে আমেৰিকাৰ সংবাদপত্র ‘দ্য নিউ ইয়র্ক টাইমছ’ (এনৱাইটি)-ত প্রকাশিত এটা প্রতিবেদনো প’ষ্ট কৰে তেওঁ । এই প্রতিবেদনত দিল্লীৰ শিক্ষাব্যৱস্থাৰ ভূয়সী প্রশংসা কৰা হৈছে । উপমুখ্যমন্ত্রী ছিছৌডিয়াৰ হাততেই আছে দিল্লী চৰকাৰৰ শিক্ষা দপ্তৰৰ দায়িত্ব ।

টুইটাৰত কেজৰিৱালে লিখে, ‘যিদিনাখন দিল্লীৰ শিক্ষা মডেলৰ প্রশংসা কৰা হৈছে, আমেৰিকাৰ সৰ্ববৃহৎ সংবাদপত্র এনৱাইটি-ৰ প্রথম পৃষ্ঠাত মণীশ ছিছৌডিয়াৰ ছবি ছপা হৈছে, সেই দিনাই মণীশৰ বাসগৃহত চিবিআই প্ৰেৰণ কৰা হৈছে । চিবিআইক স্বাগতম । সার্বিক সহযোগিতা কৰা হ’ব…।’’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Arvind KejriwalBJPCBIManish Sisodia
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d