Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্যোগৰ পাছত এতিয়া এয়াৰ ইণ্ডিয়াই কোনো বিমানত ব্যৱহাৰ নকৰে ১৭১ নম্বৰ

    280 bags of urea fertilizer seized in Jorabat: ৰাজ্যত অব্যাহত ইউৰিয়া সাৰৰ চোৰাং বেহা

    Arrested Assam Secretariat employee is in police custody:চাকৰি দিয়াৰ নামত বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰা দুই দালালক আটক জনতা ভৱনত

    ‘অপাৰেছন সিন্দূৰ’ ৰ পাছত প্রথমবাৰলৈ বিদেশ ভ্ৰমণ মোদীৰ, কানাডাৰ জি৭ বৈঠকত অংশগ্ৰহণ

    Rangia Congress:ৰঙিয়াত গৌৰৱ গগৈৰ বেনাৰ পোষ্টাৰ ফালিলে দুস্কৃতিকাৰীয়ে

    Large amount of illegal weapons recovered in Manipur: অশান্ত জৰ্জৰ মণিপুৰত বৃহৎ পৰিমাণৰ অবৈধ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ ছালখন জিলিকাবলৈ এই শাক-পাচলিত নিৰ্ভৰ কৰক

    এই তিনিটা খাদ্যত আছে চুলিৰ সমস্যাৰ সমাধান !

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

DEAD RIVERS জীয়া সূঁতিৰ পৰা মৰা সূঁতিলৈ পৰ্যবসিত এখনৰ পিছত আন এখন নদী

গ্ৰীষ্ম প্ৰবাহে দহিছে বিশ্ব

publisher by publisher
August 29, 2022
in International, News
Reading Time: 1 min read
0
DEAD RIVERS জীয়া সূঁতিৰ পৰা মৰা সূঁতিলৈ পৰ্যবসিত এখনৰ পিছত আন এখন নদী
3
SHARES
28
VIEWS
ShareShareShareShare

সংকুচিত হৈছে জলপৃষ্ঠৰ পৰিমাণ

শুকান নদীৰ বুকুত জিলিকিছে ডাইন’চৰৰ ভৰিৰ খোজ,হাড় , বোমা আৰু প্ৰাচীনকালৰ নগৰী

ADVERTISEMENT

 স্মৃতি হৈ পৰিব নেকি বিশ্বৰ বহুকেইখন লেখত ল’বলগীয়া নদী ! বিশ্বজুৰি জলবায়ু পৰিবৰ্তনৰ ভয়াবহতাহে বিলুপ্ত কৰিছে মানৱ সভ্যতাৰ সাক্ষী নদী । পৃথিৱীৰ বহু দেশতে এতিয়া বিলুপ্ত হৈছে মানৱ সভ্যতাৰ ইতিহাস কঢ়িওৱা নদী । আমেৰিকাৰ পৰা ইটালী ,চীন ,মধ্যপ্ৰাচ্যলৈ সভ্যতাৰ ইতিহাস কঢ়িওৱা বহু নদীৰ পানী এতিয়া শুকাই গৈছে । গোলকীয় উষ্ণতা বৃদ্ধিৰ লগে লগেই খৰাং পৰিস্থিতি আৰু গ্ৰীষ্মপ্ৰবাহে এনেকৈয়ে এদিন মৃত্যু ঘটাব নেকি মানৱ সভ্যতাৰ । বিজ্ঞানী মহলত চৰ্চা হোৱা অনুসৰি বিশ্বৰ বিভিন্ন প্ৰান্তত এসময়ৰ খৰস্ৰোতা বহু নদীৰ সাম্প্ৰতিক সময়ত অপমৃত্যু হৈছে । শেহতীয়াকৈ প্ৰকাশিত বিভিন্ন প্ৰতিবেদনত উল্লেখ পোৱা অনুসৰি, আমেৰিকাৰ পৰা ইউৰোপ ,চীন তথা মধ্যপ্ৰাচ্যকে ধৰি বিশ্বৰ বৃহৎ অঞ্চলত জলপৃষ্ঠৰ পৰিমাণ সংকুচিত হ’বলৈ ধৰিছে । পূৰ্বতে প্ৰৱল জলধাৰাৰে বৈ থকা কোৱাল নদীবোৰত এতিয়া আছে পলস আৰু ক্ষীণ সূঁতিৰে বৈ অহা এখন শুকান নৈ । মানৱ সভ্যতাৰ বহু উত্থান-পতনৰ সাক্ষী হৈ ৰোৱা এনে বহু উৰ্বৰ নৈৰ বুকু এতিয়া উদং।

1000x 1 71000x 1 6 1জলভাণ্ডাৰৰ জলধাৰাও শুকাই ধূলিলৈ ৰূপান্তৰিত হৈছে । বিশ্বৰ বিভিন্ন প্ৰান্তত জলবায়ু পৰিবৰ্তনৰ ফলত দেখা দিয়া এনে ভয়াবহ দৃশ্যই আগন্তুক সময়ত মানৱ সভ্যতাই সন্মুখীন হ’বলগীয়া ভয়াবহ পৰিস্থিতিৰ ইংগিত বহন কৰিছে । নদীৰ লগত অৰ্থনীতিৰো এক সম্বন্ধ আছে । সংকুচিত জলধাৰাই অৰ্থনৈতিক ক্ষেত্ৰখনতো কু-প্ৰভাৱ পেলাইছে । জলপথ বন্ধ হোৱাৰ ফলত মালবাহী জাহাজৰ চলাচলৰ পৰা আৰম্ভ কৰি কৃষিখণ্ড ,শক্তিখণ্ডকে ধৰি বাণিজ্য , সকলোতে প্ৰভাৱ পেলাইছে । উল্লেখযোগ্য যে ,জাৰ্মানী, নেদাৰলেণ্ড আৰু ছুইজাৰলেণ্ডৰ অৰ্থনীতিৰ অন্যতম ৰাইন নদী শেহতীয়াকৈ লক্ষ্যণীয়ভাৱে যাতায়তৰ বাবে দুৰ্গম হৈ পৰিছে। মধ্য ইউৰোপৰ পৰা কৃষ্ণসাগৰ পৰ্যন্ত ১৯ শ কিলোমিটাৰ বিস্তৃত ডানিয়ুব নদীৰেও যাতায়ত দুৰূহ হৈ আহিছে । তথ্য অনুসৰি ইউৰোপৰ নৈ আৰু সুৰংগসমূহ কেৱল যাতায়তৰ মাধ্যমৰূপে অঞ্চলটোৰ অৰ্থনীতিলৈ প্ৰায় ৮০ বিলিয়ন ডলাৰ অৱদান আগবঢ়ায়। একেদৰে চীনৰ এছিয়াৰ ভিতৰতে দীৰ্ঘতম নৈ য়াংছি তীব্ৰ চাপৰ সন্মুখীন হৈছে । ফলত কেইবাটাও জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদন হ্ৰাস পাইছে ।

1000x 1 5 11000x 1 4 1পৰিস্থিতি এনে হৈছেগৈ যে ছাংহাইৰ দৰে বৃহৎ মহানগৰীতো বিদ্যুৎৰ নাটনিয়ে দেখা দিছে । একেদৰে আমেৰিকাৰ ডেনভাৰ আৰু লছ এঞ্জেলছৰ চাৰি কোটি বাসিন্দাৰ পানীৰ উৎস কল’ৰাড নদীও পৰিবেশ পৰিবৰ্তনৰ বাবে এতিয়া জৰ্জৰিত । ফলত এৰিজোনা ,নেভাডা আৰু মেস্কিকোলৈ এতিয়া কঠোৰ নীতি অৱলম্বন কৰি পানী যোগান কৰ্তন কৰা হৈছে । এনে অৱস্থাত বিশেষজ্ঞ সকলৰ মতে ,বতৰৰ পৰিবৰ্তনৰ বাবে নৈ সমূহ এনেকৈ শুকাই গৈছে । মন কৰিবলগীয়া কথা যে, বিগত কমেও পাঁচশ বছৰৰ ভিতৰত ইউৰোপ এতিয়া তীব্র খৰাং অৱস্থাৰ মাজেৰে গতি কৰিছে ।

ইউৰোপত হিমবাহ গলিব ধৰিছে,সঘনাই বনজুইৰ সৃষ্টি হৈছে । উল্লেখযোগ্য যে বতৰৰ পৰিৱৰ্তনৰ ফলত শুকাই যোৱা নৈত বহু হেজাৰ পূৰ্বে বিলুপ্ত হোৱা ডাইন’চৰৰ ভৰিৰ খোজ ,হাড়ৰ অৱশিষ্ট উদ্ধাৰ হৈছে । ইটালীৰ শুকাই যাবলৈ ধৰা টাইবাৰ নদীৰ বুকুত উদ্ধাৰ হৈছে প্ৰাচীন সম্ৰাট নিৰোৱে নিৰ্মাণ কৰা দলঙৰ অৱশিষ্ট । ইতিহাসবিদ এন্টনী মহাজনলাহতিয়ে কয় যে, ইটালীত এতিয়া নৈৰ জলপৃষ্ঠ ইমানেই হ্ৰাস পাইছে যে বহু যুগৰ প্ৰাচীন দলঙৰ বহু কেইটা স্তম্ভও দেখিবলৈ পোৱা গৈছে । একেদৰে স্পেইনতো খৰাং বতৰে দহিছে । খৰাঙৰ কৱলত ঐতিহাসিক কালৰ শিলাস্তম্ভ দৃশ্যমান হ’ল স্পেইনৰ নদীত । যিবোৰ শিলাস্তম্ভ প্ৰায় পাঁচ হাজাৰ বৰ্ষ পুৰণি বুলি উল্লেখ কৰিছে প্ৰত্নতত্ববিদসকলে । ইটালীৰ শুকান নৈৰ বুকুৰ পৰা উদ্ধাৰ হৈছে দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহৃত নোহোৱা এটা বোমা । ইৰাকৰ ম’ছুল নদীবান্ধত তাম্ৰযুগৰ এখন নগৰীও দৃশ্যমান হৈছে ।

যিখন নগৰী প্ৰায় ৩৪০০ বছৰ পুৰণি বুলি দাবী কৰিছে প্ৰত্নতত্ববিদসকলে । এনে অৱস্থাত এতিয়া সংবাদ মাধ্যমত স্থান লাভ কৰিছে শুকাই যোৱা নদীৰ কথাই । নদীবোৰ যদি পৃথিৱীৰ মানচিত্ৰৰ পৰা হেৰাই যাই তেন্তে আধুনিক বিশ্বই খাদ্য,জল, প্ৰযুক্তি,শক্তি ,ৰসায়ন আদি সকলো খণ্ডতে ভয়াবহ সংকটৰ সন্মুখীন হ’ব ।

1000x 1 3 11000x 1 2 11000x 1 11000x 1 1 1

RelatedPosts

No Content Available

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: after another that turns from alivingstream to a dead sun.
publisher

publisher

Related Posts

দুৰ্যোগৰ পাছত এতিয়া এয়াৰ ইণ্ডিয়াই কোনো বিমানত ব্যৱহাৰ নকৰে ১৭১ নম্বৰ
India

June 14, 2025
280 bags of urea fertilizer seized in Jorabat: ৰাজ্যত অব্যাহত ইউৰিয়া সাৰৰ চোৰাং বেহা
News

280 bags of urea fertilizer seized in Jorabat: ৰাজ্যত অব্যাহত ইউৰিয়া সাৰৰ চোৰাং বেহা

June 14, 2025
Arrested Assam Secretariat employee is in police custody:চাকৰি দিয়াৰ নামত বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰা দুই দালালক আটক জনতা ভৱনত
News

Arrested Assam Secretariat employee is in police custody:চাকৰি দিয়াৰ নামত বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰা দুই দালালক আটক জনতা ভৱনত

June 14, 2025
‘অপাৰেছন সিন্দূৰ’ ৰ পাছত প্রথমবাৰলৈ বিদেশ ভ্ৰমণ মোদীৰ, কানাডাৰ জি৭ বৈঠকত অংশগ্ৰহণ
India

‘অপাৰেছন সিন্দূৰ’ ৰ পাছত প্রথমবাৰলৈ বিদেশ ভ্ৰমণ মোদীৰ, কানাডাৰ জি৭ বৈঠকত অংশগ্ৰহণ

June 14, 2025
Rangia Congress:ৰঙিয়াত গৌৰৱ গগৈৰ বেনাৰ পোষ্টাৰ ফালিলে দুস্কৃতিকাৰীয়ে
Assam

Rangia Congress:ৰঙিয়াত গৌৰৱ গগৈৰ বেনাৰ পোষ্টাৰ ফালিলে দুস্কৃতিকাৰীয়ে

June 14, 2025
Large amount of illegal weapons recovered in Manipur: অশান্ত জৰ্জৰ মণিপুৰত বৃহৎ পৰিমাণৰ অবৈধ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ
News

Large amount of illegal weapons recovered in Manipur: অশান্ত জৰ্জৰ মণিপুৰত বৃহৎ পৰিমাণৰ অবৈধ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

June 14, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d