Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

DEAD RIVERS জীয়া সূঁতিৰ পৰা মৰা সূঁতিলৈ পৰ্যবসিত এখনৰ পিছত আন এখন নদী

গ্ৰীষ্ম প্ৰবাহে দহিছে বিশ্ব

publisher by publisher
August 29, 2022
in International, News
Reading Time: 1 min read
0
DEAD RIVERS জীয়া সূঁতিৰ পৰা মৰা সূঁতিলৈ পৰ্যবসিত এখনৰ পিছত আন এখন নদী
3
SHARES
34
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

সংকুচিত হৈছে জলপৃষ্ঠৰ পৰিমাণ

শুকান নদীৰ বুকুত জিলিকিছে ডাইন’চৰৰ ভৰিৰ খোজ,হাড় , বোমা আৰু প্ৰাচীনকালৰ নগৰী

ADVERTISEMENT

 স্মৃতি হৈ পৰিব নেকি বিশ্বৰ বহুকেইখন লেখত ল’বলগীয়া নদী ! বিশ্বজুৰি জলবায়ু পৰিবৰ্তনৰ ভয়াবহতাহে বিলুপ্ত কৰিছে মানৱ সভ্যতাৰ সাক্ষী নদী । পৃথিৱীৰ বহু দেশতে এতিয়া বিলুপ্ত হৈছে মানৱ সভ্যতাৰ ইতিহাস কঢ়িওৱা নদী । আমেৰিকাৰ পৰা ইটালী ,চীন ,মধ্যপ্ৰাচ্যলৈ সভ্যতাৰ ইতিহাস কঢ়িওৱা বহু নদীৰ পানী এতিয়া শুকাই গৈছে । গোলকীয় উষ্ণতা বৃদ্ধিৰ লগে লগেই খৰাং পৰিস্থিতি আৰু গ্ৰীষ্মপ্ৰবাহে এনেকৈয়ে এদিন মৃত্যু ঘটাব নেকি মানৱ সভ্যতাৰ । বিজ্ঞানী মহলত চৰ্চা হোৱা অনুসৰি বিশ্বৰ বিভিন্ন প্ৰান্তত এসময়ৰ খৰস্ৰোতা বহু নদীৰ সাম্প্ৰতিক সময়ত অপমৃত্যু হৈছে । শেহতীয়াকৈ প্ৰকাশিত বিভিন্ন প্ৰতিবেদনত উল্লেখ পোৱা অনুসৰি, আমেৰিকাৰ পৰা ইউৰোপ ,চীন তথা মধ্যপ্ৰাচ্যকে ধৰি বিশ্বৰ বৃহৎ অঞ্চলত জলপৃষ্ঠৰ পৰিমাণ সংকুচিত হ’বলৈ ধৰিছে । পূৰ্বতে প্ৰৱল জলধাৰাৰে বৈ থকা কোৱাল নদীবোৰত এতিয়া আছে পলস আৰু ক্ষীণ সূঁতিৰে বৈ অহা এখন শুকান নৈ । মানৱ সভ্যতাৰ বহু উত্থান-পতনৰ সাক্ষী হৈ ৰোৱা এনে বহু উৰ্বৰ নৈৰ বুকু এতিয়া উদং।

জলভাণ্ডাৰৰ জলধাৰাও শুকাই ধূলিলৈ ৰূপান্তৰিত হৈছে । বিশ্বৰ বিভিন্ন প্ৰান্তত জলবায়ু পৰিবৰ্তনৰ ফলত দেখা দিয়া এনে ভয়াবহ দৃশ্যই আগন্তুক সময়ত মানৱ সভ্যতাই সন্মুখীন হ’বলগীয়া ভয়াবহ পৰিস্থিতিৰ ইংগিত বহন কৰিছে । নদীৰ লগত অৰ্থনীতিৰো এক সম্বন্ধ আছে । সংকুচিত জলধাৰাই অৰ্থনৈতিক ক্ষেত্ৰখনতো কু-প্ৰভাৱ পেলাইছে । জলপথ বন্ধ হোৱাৰ ফলত মালবাহী জাহাজৰ চলাচলৰ পৰা আৰম্ভ কৰি কৃষিখণ্ড ,শক্তিখণ্ডকে ধৰি বাণিজ্য , সকলোতে প্ৰভাৱ পেলাইছে । উল্লেখযোগ্য যে ,জাৰ্মানী, নেদাৰলেণ্ড আৰু ছুইজাৰলেণ্ডৰ অৰ্থনীতিৰ অন্যতম ৰাইন নদী শেহতীয়াকৈ লক্ষ্যণীয়ভাৱে যাতায়তৰ বাবে দুৰ্গম হৈ পৰিছে। মধ্য ইউৰোপৰ পৰা কৃষ্ণসাগৰ পৰ্যন্ত ১৯ শ কিলোমিটাৰ বিস্তৃত ডানিয়ুব নদীৰেও যাতায়ত দুৰূহ হৈ আহিছে । তথ্য অনুসৰি ইউৰোপৰ নৈ আৰু সুৰংগসমূহ কেৱল যাতায়তৰ মাধ্যমৰূপে অঞ্চলটোৰ অৰ্থনীতিলৈ প্ৰায় ৮০ বিলিয়ন ডলাৰ অৱদান আগবঢ়ায়। একেদৰে চীনৰ এছিয়াৰ ভিতৰতে দীৰ্ঘতম নৈ য়াংছি তীব্ৰ চাপৰ সন্মুখীন হৈছে । ফলত কেইবাটাও জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদন হ্ৰাস পাইছে ।

পৰিস্থিতি এনে হৈছেগৈ যে ছাংহাইৰ দৰে বৃহৎ মহানগৰীতো বিদ্যুৎৰ নাটনিয়ে দেখা দিছে । একেদৰে আমেৰিকাৰ ডেনভাৰ আৰু লছ এঞ্জেলছৰ চাৰি কোটি বাসিন্দাৰ পানীৰ উৎস কল’ৰাড নদীও পৰিবেশ পৰিবৰ্তনৰ বাবে এতিয়া জৰ্জৰিত । ফলত এৰিজোনা ,নেভাডা আৰু মেস্কিকোলৈ এতিয়া কঠোৰ নীতি অৱলম্বন কৰি পানী যোগান কৰ্তন কৰা হৈছে । এনে অৱস্থাত বিশেষজ্ঞ সকলৰ মতে ,বতৰৰ পৰিবৰ্তনৰ বাবে নৈ সমূহ এনেকৈ শুকাই গৈছে । মন কৰিবলগীয়া কথা যে, বিগত কমেও পাঁচশ বছৰৰ ভিতৰত ইউৰোপ এতিয়া তীব্র খৰাং অৱস্থাৰ মাজেৰে গতি কৰিছে ।

ইউৰোপত হিমবাহ গলিব ধৰিছে,সঘনাই বনজুইৰ সৃষ্টি হৈছে । উল্লেখযোগ্য যে বতৰৰ পৰিৱৰ্তনৰ ফলত শুকাই যোৱা নৈত বহু হেজাৰ পূৰ্বে বিলুপ্ত হোৱা ডাইন’চৰৰ ভৰিৰ খোজ ,হাড়ৰ অৱশিষ্ট উদ্ধাৰ হৈছে । ইটালীৰ শুকাই যাবলৈ ধৰা টাইবাৰ নদীৰ বুকুত উদ্ধাৰ হৈছে প্ৰাচীন সম্ৰাট নিৰোৱে নিৰ্মাণ কৰা দলঙৰ অৱশিষ্ট । ইতিহাসবিদ এন্টনী মহাজনলাহতিয়ে কয় যে, ইটালীত এতিয়া নৈৰ জলপৃষ্ঠ ইমানেই হ্ৰাস পাইছে যে বহু যুগৰ প্ৰাচীন দলঙৰ বহু কেইটা স্তম্ভও দেখিবলৈ পোৱা গৈছে । একেদৰে স্পেইনতো খৰাং বতৰে দহিছে । খৰাঙৰ কৱলত ঐতিহাসিক কালৰ শিলাস্তম্ভ দৃশ্যমান হ’ল স্পেইনৰ নদীত । যিবোৰ শিলাস্তম্ভ প্ৰায় পাঁচ হাজাৰ বৰ্ষ পুৰণি বুলি উল্লেখ কৰিছে প্ৰত্নতত্ববিদসকলে । ইটালীৰ শুকান নৈৰ বুকুৰ পৰা উদ্ধাৰ হৈছে দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহৃত নোহোৱা এটা বোমা । ইৰাকৰ ম’ছুল নদীবান্ধত তাম্ৰযুগৰ এখন নগৰীও দৃশ্যমান হৈছে ।

যিখন নগৰী প্ৰায় ৩৪০০ বছৰ পুৰণি বুলি দাবী কৰিছে প্ৰত্নতত্ববিদসকলে । এনে অৱস্থাত এতিয়া সংবাদ মাধ্যমত স্থান লাভ কৰিছে শুকাই যোৱা নদীৰ কথাই । নদীবোৰ যদি পৃথিৱীৰ মানচিত্ৰৰ পৰা হেৰাই যাই তেন্তে আধুনিক বিশ্বই খাদ্য,জল, প্ৰযুক্তি,শক্তি ,ৰসায়ন আদি সকলো খণ্ডতে ভয়াবহ সংকটৰ সন্মুখীন হ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: after another that turns from alivingstream to a dead sun.
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d