Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Road Safety Awareness Programme:আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ত পথ-সুৰক্ষাৰ মনোজ্ঞ অনুষ্ঠান

    Asom Sahitya Sabha Vice-President:অসম সাহিত্য সভাৰ বৰ্তমানৰ উপ-সভাপতি ড:গিৰীশ সন্দিকৈৰ ফেচবুক একাউণ্ট হেক !

    Assam State Highest Civilian Awards:কলাক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰদান কৰিলে সৰ্বোচ্চ অসামৰিক সন্মান

    Guwahati HC Grants Bail To Apsc Sceam Prime Accused Rakesh Paul :এ পি এছ চি কেলেংকাৰীৰ মুল অভিযুক্ত ৰাকেশ পালৰ জামিন

    Rahul Gandhi Disqualified As Loksabha:সাংসদ পদ খাৰিজ ৰাহুল গান্ধীৰ

    Nagaon Police Raid :নগাঁৱৰ বৰঘাট বাইপাছত আৰক্ষীৰ অভিযান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    Rani Mukerji In Kamakhya Temple  : ওপজা দিনটোতে ‘মা’ কামাখ্যাৰ আশিস ল’লে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে

    Satish Kaushik : জনপ্ৰিয় কৌতুক অভিনেতা সতীশ কৌশিকৰ দেহাৱসান , বুধবাৰে খেলিছিল হোলি

    Black N White : এতিয়া চিএনডি প্লেত উপলব্ধ হ’ব ব্লেক এন হোৱাইট

    Zeenat Aman : সামাজিক মাধ্যমত আহিয়ে কি ক’লে ‘সত্যম শিবম সুন্দৰম ‘ ৰ জনপ্ৰিয় অভিনেত্ৰী জিনাতে ?

    Attack on Sonu Nigam: বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী ছনু নিগমক আক্ৰমণ

    Pathaan : ‘ বাহুবলী – ২’ ৰ অভিলেখ ভংগৰ বাবে ১০০ কোটি টকাৰ প্ৰয়োজন ‘পাঠান ‘ ৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Weight Loss Tips : ওজন বৃদ্ধি হ’লেই হৃদৰোগৰ আশংকা বৃদ্ধি হয়!

    Horoscope: দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope: দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Lemon : নেমু টেঙা কিয় খাব লাগে ?

    Lemon : নেমু টেঙা কিয় খাব লাগে ?

    High Blood Pressure and Headaches :  আপোনাৰো হৈছে নেকি ৰক্তচাপ আৰু মূৰৰ বিষ !

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

  • Videos
No Result
View All Result

Home News Assam

MEETING OF THE STATE EDUCATION COMMISSION CHAIRED BY CM DR.H.B.SARMA :মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্য শিক্ষা আয়োগৰ প্ৰথমখন বৈঠক

publisher by publisher
October 20, 2022
in India, Assam, News
Reading Time: 1 min read
0
MEETING OF THE STATE EDUCATION COMMISSION CHAIRED BY CM DR.H.B.SARMA :মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্য শিক্ষা আয়োগৰ প্ৰথমখন বৈঠক
1
SHARES
13
VIEWS
ShareShareShareShare

MEETING OF THE STATE EDUCATION COMMISSION CHAIRED BY CM DR.H.B.SARMA : নতুন শিক্ষা নীতিৰ ২০২০ ৰ আধাৰত ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাক অধিক তৰাণ্বিত কৰাৰ উদ্দেশ্যে শিক্ষা বিভাগৰ সৰ্বোচ্চ কমিটি ৰাজ্য শিক্ষা আয়োগৰ প্ৰথমখন বৈঠক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য, শিক্ষা বিভাগৰ লগতে অন্যান্য বিভাগৰ শীৰ্ষ বিষয়া সকলৰ উপস্থিতত অনুষ্ঠিত হোৱা এই বৈঠক খনত সৰ্বশিক্ষাৰ মিছন সঞ্চালক, সঞ্চালক এচ.ছি.ই.আৰ.টি, বিদ্যালয় শিক্ষা আৰু উচ্চ শিক্ষা বিভাগৰ সচিবৰ দ্বাৰা বৰ্তমান আৰু আহি থকা দিন সমুহত শিক্ষা বিভাগে গ্ৰহণ কৰিবলগীয়া দুৰদৰ্শী পৰিকল্পনা সমুহৰ বিষয়ে এক চমু আভাস দাঙি ধৰে।

ADVERTISEMENT

WhatsApp Image 2022 10 20 at 19.12.16

RelatedPosts

Transgender Welfare Board Meeting:জনতা ভৱনত ট্ৰান্সজেণ্ডাৰ ৱেলফেয়াৰ ব’ৰ্ডৰ সভাত মন্ত্ৰী পীযুষ হাজৰীকা

Drop In Drug Prices: হ্ৰাস পালে ১১৯বিধ ঔষধৰ দাম !

Atc:অসম চাহ নিগমৰ চাহ বাগিচাসমূহৰ অংশীদাৰৰে মিলিত মুখ্যমন্ত্ৰী

উক্ত বৈঠকত মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে নতুন শিক্ষা নীতি কাৰ্য্যকৰী কৰাৰ ক্ষেত্ৰত ৰাজ্য শিক্ষা আয়োগে এক গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰিব লাগিব। প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰীয়ে যাতে গুণগত শিক্ষা লাভ কৰিব পাৰে লগতে কোনো ছাত্ৰ যাতে শিক্ষা গ্ৰহণৰ পৰা বাদ পৰি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি আয়োগে কাম কৰি যাৱ লাগিব। দেশৰ ভিতৰতে শিক্ষাৰ ক্ষেত্ৰত ৰাজ্যখনক আগুৱাই লৈ যোৱাৰ উদ্দেশ্য আগত ৰাখি আগন্তুক দিনত শিক্ষাৰ মানদণ্ড আৰু অধিক উন্নত কৰি তুলিব লাগিব।

WhatsApp Image 2022 10 20 at 19.12.15 1

WhatsApp Image 2022 10 20 at 19.12.16 1

এই বৈঠকত সকলো বিদ্যালয়ৰ বাবে কমন চাৰ্ভিছ ৰুল, কমন ৰিক্ৰুইটমেন্ট বোৰ্ড ফৰ হেড মাষ্টৰ এণ্ড প্ৰিঞ্চিপাল, স্কুল ৰুল বুক, ৰাজ্যিক সৈনিক বিদ্যালয় চচাইটি স্থাপন, মহাবিদ্যালয় সমুহত নিয়োগৰ বাবে কমন ৰিক্ৰুইটমেন্ট বোৰ্ড গঠন কৰাৰ কথা আলোচনা কৰাৰ লগতে সভাত উপস্থিত বিভিন্ন উপাচাৰ্য্য তথা বিষয়া সকলৰ পৰা মতামত গ্ৰহণ কৰা হয়। উক্ত বৈঠকত শিক্ষা মন্ত্ৰী ডাঃ পেগুৱে তেওঁৰ ভাষণ প্ৰসঙ্গত কয় যে ৰাজ্যখনৰ নাগৰিক হিচাপে বিদ্যালয় তথা শিক্ষা ব্যৱস্থাটোৰ ওপৰত নজৰ আৰোপ কৰা আমাৰ সকলোৰে অধিকাৰ আছে। সেয়েহে তেওঁ প্ৰতিগৰাকী বিষয়াক অন্ততঃ তেওঁলোকৰ ওচৰৰ বিদ্যালয় সমুহত গৈ শৈক্ষিক পৰিবেশৰ বুজ লবলৈ আহ্বান জনায়। লগতে তেওঁ কয় যে মহাবিদ্যালয় সমুহে যাতে কমেওঁ এখনকৈ বিদ্যালয় তুলি (Adopt) লৈ সেই বিদ্যালয় খনক শৈক্ষিক দিশত সুচাৰুৰূপে আগ বঢ়াই লৈ যাবলৈ উল্লেখ কৰে। আজিৰ এই সভাত ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহন, হস্ততাত বস্ত্ৰ শিল্প আদি বিভাগৰ মন্ত্ৰী উৰখাও গৌড়া ব্ৰহ্ম, শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননীগোপাল মহন্তও উপস্থিত থাকে।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: CHAIRED BY CM DR.H.B.SARMAMeetingSTATE EDUCATION COMMISSION
publisher

publisher

Related Posts

Road Safety Awareness Programme:আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ত পথ-সুৰক্ষাৰ মনোজ্ঞ অনুষ্ঠান
Assam

March 24, 2023
Asom Sahitya Sabha Vice-President:অসম সাহিত্য সভাৰ বৰ্তমানৰ উপ-সভাপতি ড:গিৰীশ সন্দিকৈৰ ফেচবুক একাউণ্ট হেক !
Assam

Asom Sahitya Sabha Vice-President:অসম সাহিত্য সভাৰ বৰ্তমানৰ উপ-সভাপতি ড:গিৰীশ সন্দিকৈৰ ফেচবুক একাউণ্ট হেক !

March 24, 2023
Assam State Highest Civilian Awards:কলাক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰদান কৰিলে সৰ্বোচ্চ অসামৰিক সন্মান
Assam

Assam State Highest Civilian Awards:কলাক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰদান কৰিলে সৰ্বোচ্চ অসামৰিক সন্মান

March 24, 2023
Guwahati HC Grants Bail To Apsc Sceam Prime Accused Rakesh Paul :এ পি এছ চি কেলেংকাৰীৰ মুল অভিযুক্ত ৰাকেশ পালৰ জামিন
Assam

Guwahati HC Grants Bail To Apsc Sceam Prime Accused Rakesh Paul :এ পি এছ চি কেলেংকাৰীৰ মুল অভিযুক্ত ৰাকেশ পালৰ জামিন

March 24, 2023
Rahul Gandhi Disqualified As Loksabha:সাংসদ পদ খাৰিজ ৰাহুল গান্ধীৰ
India

Rahul Gandhi Disqualified As Loksabha:সাংসদ পদ খাৰিজ ৰাহুল গান্ধীৰ

March 24, 2023
Nagaon Police Raid :নগাঁৱৰ বৰঘাট বাইপাছত আৰক্ষীৰ অভিযান
Assam

Nagaon Police Raid :নগাঁৱৰ বৰঘাট বাইপাছত আৰক্ষীৰ অভিযান

March 24, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: