Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Rahul Gandhi : ‘ডায়েট’ পৰিৱৰ্তনে, ৰাহুলক সলনি কৰিছে নেকি ?

publisher by publisher
October 26, 2022
in India, News, Politics
Reading Time: 3 mins read
0
2
SHARES
16
VIEWS
ShareShareShareShare

Rahul Gandhi :

ভাৰত জ’ৰ’ যাত্রাত পুৱতি নিশাই শোই উঠি কংগ্রেছ নেতাসকলে পাঁচ বাজি ৪৫ মিনিটৰ পৰা পদযাত্রা আৰম্ভ কৰে । ইয়াতকৈও আগত যাত্ৰা আৰম্ভ কৰিব বিচাৰিছে ৰাহুল গান্ধীয়ে । পুৱা পাঁচ বাজি ৩০ মিনিটৰ পৰাই পদযাত্ৰা আৰম্ভ কৰিব লাগে ।

WhatsApp Image 2022 10 26 at 21.20.52দৈনন্দিন ভাৰত জ’ৰ’ যাত্রা গড়ে ২০ৰ পৰা ২১ কিলোমিটাৰকৈ চলিছে । ৰাহুলে এই দূৰত্ব আৰু বৃদ্ধি কৰিব বিচাৰিছে । নিতৌ ২৫ কিলোমিটাৰ পদযাত্ৰা কৰা হ‌ওক ।

ADVERTISEMENT

WhatsApp Image 2022 10 26 at 21.20.52 1কংগ্রেছ নেতাসকলে ধাৰণা কৰিছে, ইয়াতকৈও গুৰুত্বপূর্ণ যে, বিগত ডেৰ মাহত ভাৰত জ’ৰ’ যাত্রাই ৰাহুল গান্ধীৰ আমূল পৰিৱৰ্তন আনিছে । ফেব্রুৱাৰীৰ শেষত ভাৰত জ’ৰ’ যাত্রাৰ অন্ত পৰিব । কংগ্রেছ নেতাসকলৰ আশা, কন্যাকুমাৰীৰ পৰা কাশ্মীৰ পর্যন্ত চাৰে তিনি হেজাৰ কিলোমিটাৰ পথ যাত্ৰা কৰাৰ পাছত অন্য এছন ৰাহুল গান্ধী দেখা যাব ।

RelatedPosts

কামৰূপ মহানগৰত এনডিএৰ অগ্ৰগতি

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

Guwahati:ভোট গণনালৈ মাজত মাত্ৰ এটা দিন

কংগ্রেছৰ এগৰাকী প্রবীণ নেতাৰ দাবী, ‘‘ৰাহুলৰ ৰাজনীতিৰ পথাৰত অভিজ্ঞতা নাছিল । ভাৰত জ’ৰ’ যাত্রাই সেই অভাৱ পূৰণ কৰি দিছে । বিজেপিয়ে এই ৰাহুলক পুনৰ পাপ্পু বুলি কোৱা কঠিন‌ হ’ব । এইবাৰ এক নতুন ৰাহুল গান্ধীৰ উত্থান হৈছে ।’’

WhatsApp Image 2022 10 26 at 21.20.53বুধবাৰে পুৱা কংগ্রেছৰ নৱনির্বাচিত সভাপতি মল্লিকার্জুন খৰ্গে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰে । তেওঁৰ হাতত সভাপতি পদত নির্বাচনত জয়ৰ প্ৰমাণপত্ৰ তুলি দিয়া হয় । কংগ্রেছ সভানেত্রী পদত ছোনিয়া গান্ধীৰ কামৰ বাবে তেওঁক ধন্যবাদ জনায়ো প্রস্তাৱ পাঠ কৰে ।

WhatsApp Image 2022 10 26 at 21.20.53 1কংগ্রেছৰ মুখ্য অৱশ্যে ৰাহুল গান্ধীয়েই থাকিব । বুধবাৰৰ অনুষ্ঠানৰ পাছতেই তেলংগানালৈ উভতি যায় তেওঁ । বৃহস্পতিবাৰে ভাৰত জ’ৰ’ যাত্রাৰ ৫০তম দিন । পুনৰ মেহবুবনগৰৰ পৰা যাত্রা আৰম্ভ হ’ব ।

কংগ্রেছৰ জনসংযোগ দপ্তৰৰ নেতা জয়ৰাম ৰমেশে কয়, ‘‘তামিলনাডু, কেৰালা, কর্নাটক আৰু অন্ধ্র — এই চাৰি ৰাজ্যত ১,২৭০ কিলোমিটাৰ পথত এই পর্যন্ত ৫০টা সংগঠনে ৰাহুল গান্ধীক দেখা কৰিছে । এতিয়া এই ৫০টা সংগঠনেই ৰাহুলৰ স’তে পথত খোজকাঢ়িছে । তেওঁলোকৰ স’তে ৰাহুলৰ কথা-বার্তা হৈছে ।

WhatsApp Image 2022 10 26 at 21.20.53 2নিবনুৱা, উপাৰ্জন, কৃষকৰ সমস্যা, সৰু-মজলীয়া উদ্যোগৰ সমস্যাৰ দৰে বিষয় উত্থাপন হৈছে ।’’ কংগ্রেছ নেতাসকলৰ বক্তব্য, ইয়াৰ ফলত সাধাৰণ লোকে ক’ত কি সমস্যাত আছে, পৰ্যবেক্ষণ কৰিছে ৰাহুলে ।

কিছুদিন পূৰ্বে ৰাহুলৰ স’তে যাত্রাত যোগ দিছিল এআইচিচি-ৰ সচিব ৰণজিৎ মুখোপাধ্যায়ে । ৰণজিতৰ মতে, ‘‘পাঁচ মাহ ধৰি নিতৌ ২০ৰ পৰা ২১ কিলোমিটাৰ পথ খোজকঢ়া সহজ কথা নহয় । ইয়াৰ মাজতে ৰাহুল গান্ধীয়ে খোজকাঢ়ি থাকোতে যি য’ত চকুত পৰিছে, তেওঁক কাষত মাতি আনিছে । কথা পাতিছে ।

ৰাহুলক এতিয়া অধিক দৃঢ়প্রতিজ্ঞ আৰু উৎসাহিত যেন লাগিছে । বিজেপিয়ে তেওঁক যি নামেৰে নামাতক কিয়, তাৰ একো প্রভাৱ নপৰিব ।’’

কংগ্রেছৰ অন্তৰ্ৱতী মহলত প্রশ্ন, কেৱল পদযাত্রা কৰিলেই নির্বাচনত সফলতা আহিব নেকি ? অনাগত গুজৰাট-হিমাচল বা আগন্তুক বছৰত কর্নাটকসহ বিভিন্ন ৰাজ্যত ইয়াৰ কি প্রভাৱ পৰিব ?

দলৰ নেতাসকলৰ দাবী, ৰাহুলে পথত নামি প্রাথমিক কামটো কৰি পেলাইছে । মানুহৰ মাজত কংগ্রেছ সম্পর্কে পুনৰ আগ্রহ আৰম্ভ হৈছে ।

কর্নাটকৰ দৰে বিজেপি শাসিত ৰাজ্য, অন্ধ্রপ্রদেশৰ দৰে যি ৰাজ্যত কংগ্রেছৰ চিন-চাপ প্রায় নোহোৱা হৈছে, তাতো ভাৰত জ’ৰ’ যাত্রাত বিপুল সহযোগিতা দেখা গৈছে । ইয়াৰ পাছৰ নির্বাচনত যুঁজৰ কাম কংগ্রেছ সংগঠনে কৰিব লাগিব ।

WhatsApp Image 2022 10 26 at 21.20.54প্রবীণ কংগ্রেছ নেতাসকলৰ মতে, ছোনিয়া গান্ধীৰ আমোলত কংগ্রেছৰ সংগঠন অধিকাংশ ৰাজ্যতেই দুর্বল হৈ পৰিছে । বুধবাৰে নতুন দায়িত্ব লোৱাৰ পাছৰ পৰাই মল্লিকার্জুনৰ কাম হ’ব, সেই সংগঠনক পুনৰ শক্তিশালী কৰা ।

দলৰ তৃণমূল স্তৰৰ পৰা উঠি অহা মল্লিকার্জুনৰ অভিজ্ঞতা এই ক্ষেত্রত সহায়ক হ’ব । ৰাহুলে যে সাত ছেপ্টেম্বৰৰ পৰা এই পর্যন্ত একেৰাহে ভাৰত জ’ৰ’ যাত্রাত অংশগ্ৰহণ কৰিব, সেয়া কংগ্রেছৰ কোনেও আশা কৰা নাছিল ।

ৰাহুলে কেৱল নিতৌ খোজকাঢ়িছে সেয়াই নহয় । দিনৰ শেষত অন্যান্য সকলৰ স’তে লোহাৰ কন্টেনাৰতেই নিশা কটাইছে ।

ইমান দিনে ৰাহুলৰ বিৰুদ্ধে অভিযোগ আছিল, তেওঁ হঠাৎ বিদেশ গুচি যায় । কংগ্রেছ নেতাসকলৰ মনত এটাই শংকা, বৰদিন-বর্ষশেষৰ বন্ধত ৰাহুলে অন্যবাৰৰ দৰে বিদেশ গুচি নাযায়তো !

ৰাহুল-ঘনিষ্ঠ এগৰাকী নেতাৰ উত্তৰ, ‘‘কোনো প্রশ্নই নাই । এইবাৰ কন্টেনাৰতেই বর্ষবৰণ‌ হ’ব ।’’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BHARAT JODO YATRACongressDiet ControlRahul Gandhi
publisher

publisher

Related Posts

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d