Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

    ‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

    ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Jack the baboon : ভুলৰ সংখ্যা শূন্য ! মানুহ নহয়, ন বছৰ ৰে’লকর্মচাৰী আছিল এটা বেবুন

publisher by publisher
October 27, 2022
in Lifestyle, International, News
Reading Time: 2 mins read
0
Jack the baboon : ভুলৰ সংখ্যা শূন্য ! মানুহ নহয়, ন বছৰ ৰে’লকর্মচাৰী আছিল এটা বেবুন
3
SHARES
31
VIEWS
ShareShareShareShare

Jack the baboon :

১৮৮০ৰ ঘটনা । দক্ষিণ আফ্রিকাৰ বজাৰত গৈ এটা বেবুন হঠাৎ দৃষ্টিত পৰে জেমছ এডউইন ৱাইডৰ । লগে লগে তেওঁ বেবুনটোক কিনি লয় । হয়তো পোহনীয়া হিচাপেই বেবুনটো কিনিছিল তেওঁ । বেবুনটোৰ নাম ৰাখে জেক ।

ADVERTISEMENT

WhatsApp Image 2022 10 27 at 18.51.28দক্ষিণ আফ্রিকাৰ ৰে’লকর্মচাৰী আৰক্ষী জেমছ । কেপটাউনৰ পৰা এলিজাবেথ প’র্টগামী লাইনত ছিগনেলমেনৰ কাম কৰিছিল তেওঁ ।

RelatedPosts

No Content Available

WhatsApp Image 2022 10 27 at 18.51.33 1কাম কৰাৰ সময়ত দুর্ঘটনাত জেমছৰ দুখন ভৰি অচল হৈ যায় । যাৰ ফলত তেওঁ ঘৰৰ কামো ঠিক মতে কৰিব নোৱাৰিছিল ।

তেওঁ য’ত বাস কৰিছিল, তাৰ পৰা ৰে’ল ষ্টেছনৰ দূৰত্ব প্রায় এক কিলোমিটাৰ । এই পথ অহা-যোৱা কৰাও তেওঁৰ বাবে কষ্টকৰ আছিল ।

WhatsApp Image 2022 10 27 at 18.51.32 2

জেমছ ভাবিলে, জেকক ভালকৈ প্রশিক্ষণ দিলে সি জেমছৰ জীৱন যথেষ্ট সহজ কৰি দিব পাৰিব ।

তেওঁ জেকক ঠেলাগাড়ী ঠেলা শিকায় । তাৰ পাছত ঘৰৰ পৰা ষ্টেছন যোৱাৰ পথত জেমছে এটা ঠেলাগাড়ীত বহে আৰু জেকে তেওঁক ঠেলি লৈ যায় ।

WhatsApp Image 2022 10 27 at 18.51.31কেৱল সেয়াই নহয়, জেকৰ প্রভুভক্তি ইমানেই আছিল যে, জেমছৰ কষ্ট লাঘৱ কৰিবৰ বাবে সি ঘৰৰ সকলো কাম কৰিছিল ।

ঘৰ পৰিষ্কাৰ কৰাৰ পৰা আৰম্ভ কৰি ঘৰৰ আৱর্জনা বাহিৰত পেলোৱা, সকলো কৰিছিল জেকে ।

জেমছৰ সকলো সময়ৰ সংগী আছিল বেবুন । যেতিয়া জেমছে ষ্টেছনত কাম কৰিছিল, জেকে তেওঁক ভালকৈ লক্ষ্য কৰিছিল ।

WhatsApp Image 2022 10 27 at 18.51.33জেমছে ছিগনেল দিয়াৰ পদ্ধতিও শিকোৱা আৰম্ভ কৰিলে জেকক । কোনতো লিভাৰ কিমানবাৰ টানিব লাগে, কিমানবাৰ ৰে’লৰ শব্দ হ’লে ছিগনেলমেনে ৰে’ললাইন সলনি কৰিব, সকলো শিকাইছিল জেকক ।

জেমছৰ নির্দেশ মতেই কাম কৰিছিল জেকে । জেকৰ কাম ইমানেই নিপুন আছিল যে, জেমছে কোনো চিন্তাই কৰিবলগীয়া হোৱা নাছিল ।

WhatsApp Image 2022 10 27 at 18.51.31 1কিন্তু মানুহৰ পৰিৱর্তে এটা বেবুনে এই কাম কৰিছে, সেইটো এজন ৰে’লযাত্রীৰ চকুত পৰে । ৰে’ল কর্তৃপক্ষক অভিযোগো জনায় তেওঁ ।

এই কথা জনাৰ পাছত জেমছক চাকৰিৰ পৰা নিলম্বন কৰাৰ পৰিৱর্তে ৰে’ল কর্তৃপক্ষ‌ই জেকৰ কর্মদক্ষতা পৰ্যবেক্ষণ কৰে ।

জেক সকলো কামতে পাৰদর্শী হোৱাৰ বাবে তেওঁক চাকৰি দিয়া হয় । বাকী ৰে’লকর্মচাৰীসকলৰ দৰে জেকৰো এটা নিৰ্দিষ্ট নম্বৰ আছিল ।

প্ৰতি দিনে ২০ ছেন্ট (ভাৰতীয় মুদ্রাত আনুমানিক ১২ প‌ইচা) বেতনো দিয়া হৈছিল জেকক ।

WhatsApp Image 2022 10 27 at 18.51.34 1কেৱল বেতনেই নহয়, সপ্তাহৰ অন্তত আধা বটল বিয়াৰো উপহাৰ দিয়া হৈছিল তাক ।

১৮৯০ত এজন ব্যক্তিয়ে জেকক লগ কৰিবলৈ গৈছিল । তেওঁ ৰে’লৰ ছুপাৰিন্টেনডেন্ট জর্জ বি হোৱেকেক পত্ৰ লিখি জনায়, প্রভুৰ স’তে জেকৰ সম্পর্কৰ গভীৰতা অন্য ধৰণৰ । দুয়োজনকে দেখি তেওঁৰ মন ভৰি গৈছিল ।

WhatsApp Image 2022 10 27 at 18.51.34‘‘ম‌ই যেতিয়া তেওঁলোকৰ ওচৰত গৈ দেখো যে জেমছ ঠেলাগাড়ীত বহি আছে । জেকে প্রভুৰ ডিঙিত হাত দি আছে আৰু জেমছে তাৰ মূৰত হাত বুলাই দিছে,’’ পত্ৰত লিখি জনাইছিল তেওঁ ।

WhatsApp Image 2022 10 27 at 18.51.29 1মানুহ মাত্রেই ভুল হয়, কিন্তু ন বছৰৰ কর্মজীৱনত এবাৰো ভুল কৰা নাই জেকে । দুর্ভাগ্যৱশত, যক্ষ্মাৰোগত আক্রান্ত হৈ জেকৰ মৃত্যু হয় ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: JackSOUTH AFRIKAThe baboon
publisher

publisher

Related Posts

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 
News

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

May 11, 2025
আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !
India

আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

May 11, 2025
‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ
India

‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

May 11, 2025
‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’
India

‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

May 11, 2025
গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
News

গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d