Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Jack the baboon : ভুলৰ সংখ্যা শূন্য ! মানুহ নহয়, ন বছৰ ৰে’লকর্মচাৰী আছিল এটা বেবুন

publisher by publisher
October 27, 2022
in Lifestyle, International, News
Reading Time: 2 mins read
0
Jack the baboon : ভুলৰ সংখ্যা শূন্য ! মানুহ নহয়, ন বছৰ ৰে’লকর্মচাৰী আছিল এটা বেবুন
4
SHARES
35
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Jack the baboon :

১৮৮০ৰ ঘটনা । দক্ষিণ আফ্রিকাৰ বজাৰত গৈ এটা বেবুন হঠাৎ দৃষ্টিত পৰে জেমছ এডউইন ৱাইডৰ । লগে লগে তেওঁ বেবুনটোক কিনি লয় । হয়তো পোহনীয়া হিচাপেই বেবুনটো কিনিছিল তেওঁ । বেবুনটোৰ নাম ৰাখে জেক ।

ADVERTISEMENT

WhatsApp Image 2022 10 27 at 18.51.28দক্ষিণ আফ্রিকাৰ ৰে’লকর্মচাৰী আৰক্ষী জেমছ । কেপটাউনৰ পৰা এলিজাবেথ প’র্টগামী লাইনত ছিগনেলমেনৰ কাম কৰিছিল তেওঁ ।

WhatsApp Image 2022 10 27 at 18.51.33 1কাম কৰাৰ সময়ত দুর্ঘটনাত জেমছৰ দুখন ভৰি অচল হৈ যায় । যাৰ ফলত তেওঁ ঘৰৰ কামো ঠিক মতে কৰিব নোৱাৰিছিল ।

তেওঁ য’ত বাস কৰিছিল, তাৰ পৰা ৰে’ল ষ্টেছনৰ দূৰত্ব প্রায় এক কিলোমিটাৰ । এই পথ অহা-যোৱা কৰাও তেওঁৰ বাবে কষ্টকৰ আছিল ।

WhatsApp Image 2022 10 27 at 18.51.32 2

জেমছ ভাবিলে, জেকক ভালকৈ প্রশিক্ষণ দিলে সি জেমছৰ জীৱন যথেষ্ট সহজ কৰি দিব পাৰিব ।

তেওঁ জেকক ঠেলাগাড়ী ঠেলা শিকায় । তাৰ পাছত ঘৰৰ পৰা ষ্টেছন যোৱাৰ পথত জেমছে এটা ঠেলাগাড়ীত বহে আৰু জেকে তেওঁক ঠেলি লৈ যায় ।

WhatsApp Image 2022 10 27 at 18.51.31কেৱল সেয়াই নহয়, জেকৰ প্রভুভক্তি ইমানেই আছিল যে, জেমছৰ কষ্ট লাঘৱ কৰিবৰ বাবে সি ঘৰৰ সকলো কাম কৰিছিল ।

ঘৰ পৰিষ্কাৰ কৰাৰ পৰা আৰম্ভ কৰি ঘৰৰ আৱর্জনা বাহিৰত পেলোৱা, সকলো কৰিছিল জেকে ।

জেমছৰ সকলো সময়ৰ সংগী আছিল বেবুন । যেতিয়া জেমছে ষ্টেছনত কাম কৰিছিল, জেকে তেওঁক ভালকৈ লক্ষ্য কৰিছিল ।

WhatsApp Image 2022 10 27 at 18.51.33জেমছে ছিগনেল দিয়াৰ পদ্ধতিও শিকোৱা আৰম্ভ কৰিলে জেকক । কোনতো লিভাৰ কিমানবাৰ টানিব লাগে, কিমানবাৰ ৰে’লৰ শব্দ হ’লে ছিগনেলমেনে ৰে’ললাইন সলনি কৰিব, সকলো শিকাইছিল জেকক ।

জেমছৰ নির্দেশ মতেই কাম কৰিছিল জেকে । জেকৰ কাম ইমানেই নিপুন আছিল যে, জেমছে কোনো চিন্তাই কৰিবলগীয়া হোৱা নাছিল ।

WhatsApp Image 2022 10 27 at 18.51.31 1কিন্তু মানুহৰ পৰিৱর্তে এটা বেবুনে এই কাম কৰিছে, সেইটো এজন ৰে’লযাত্রীৰ চকুত পৰে । ৰে’ল কর্তৃপক্ষক অভিযোগো জনায় তেওঁ ।

এই কথা জনাৰ পাছত জেমছক চাকৰিৰ পৰা নিলম্বন কৰাৰ পৰিৱর্তে ৰে’ল কর্তৃপক্ষ‌ই জেকৰ কর্মদক্ষতা পৰ্যবেক্ষণ কৰে ।

জেক সকলো কামতে পাৰদর্শী হোৱাৰ বাবে তেওঁক চাকৰি দিয়া হয় । বাকী ৰে’লকর্মচাৰীসকলৰ দৰে জেকৰো এটা নিৰ্দিষ্ট নম্বৰ আছিল ।

প্ৰতি দিনে ২০ ছেন্ট (ভাৰতীয় মুদ্রাত আনুমানিক ১২ প‌ইচা) বেতনো দিয়া হৈছিল জেকক ।

WhatsApp Image 2022 10 27 at 18.51.34 1কেৱল বেতনেই নহয়, সপ্তাহৰ অন্তত আধা বটল বিয়াৰো উপহাৰ দিয়া হৈছিল তাক ।

১৮৯০ত এজন ব্যক্তিয়ে জেকক লগ কৰিবলৈ গৈছিল । তেওঁ ৰে’লৰ ছুপাৰিন্টেনডেন্ট জর্জ বি হোৱেকেক পত্ৰ লিখি জনায়, প্রভুৰ স’তে জেকৰ সম্পর্কৰ গভীৰতা অন্য ধৰণৰ । দুয়োজনকে দেখি তেওঁৰ মন ভৰি গৈছিল ।

WhatsApp Image 2022 10 27 at 18.51.34‘‘ম‌ই যেতিয়া তেওঁলোকৰ ওচৰত গৈ দেখো যে জেমছ ঠেলাগাড়ীত বহি আছে । জেকে প্রভুৰ ডিঙিত হাত দি আছে আৰু জেমছে তাৰ মূৰত হাত বুলাই দিছে,’’ পত্ৰত লিখি জনাইছিল তেওঁ ।

WhatsApp Image 2022 10 27 at 18.51.29 1মানুহ মাত্রেই ভুল হয়, কিন্তু ন বছৰৰ কর্মজীৱনত এবাৰো ভুল কৰা নাই জেকে । দুর্ভাগ্যৱশত, যক্ষ্মাৰোগত আক্রান্ত হৈ জেকৰ মৃত্যু হয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: JackSOUTH AFRIKAThe baboon
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d