Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

    নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

    পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Wildfire : তীব্র বনজুইত জ্বলিছে ইউৰোপ আৰু আফ্রিকাৰ একাংশ

publisher by publisher
July 18, 2022
in Environment, International, News
Reading Time: 1 min read
0
Wildfire : তীব্র বনজুইত জ্বলিছে ইউৰোপ আৰু আফ্রিকাৰ একাংশ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা

আৰব উপদ্বীপৰ শুকান মৰুপ্ৰান্তত উদ্ধাৰ এক লাখ ১৫ হেজাৰ পুৰণি মানৱ পদচিহ্ন

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰোঁ ভাৰত সফৰত, নতুন ৰাফাল চুক্তিৰ সম্ভাৱনা

ইউৰোপ আৰু আফ্রিকাৰ একাংশত তীব্র বনজুই । আক্ষৰিক অর্থেই ! দাবানলৰ গ্রাসত ইখনৰ পাছত সিখন অৰণ্য ।

ADVERTISEMENT

এই পর্যন্ত পতুর্গাল, স্পেইন, ফ্রান্স, গ্রিছৰ দৰে ইউৰোপীয় দেশত দাবানলত ভস্মীভূত সহস্ৰাধিক একৰ । উত্তৰ আফ্রিকাৰ মৰক্কোৰ একাংশতো জ্বলিছে জুই ।

দাবানল নোমাবলৈ যুদ্ধকালীন তৎপৰতাত কামত লাগিছে দক্ষিণ-পশ্চিম ইউৰোপৰ এই চাৰি দেশৰ লগতে মৰক্কোৰ অগ্নিনিৰ্বাপক বাহিনী । অৱশ্যে পশ্চিমীয়া সংবাদমাধ্যমৰ দাবী, জুইয়ে গ্রাস কৰিছে ১০ সহস্ৰাধিক হেক্টৰ অঞ্চলৰ গছপুলি । মৃত্যু হৈছে শতাধিক পশু-প্রাণীৰ ।

চলিত গ্রীষ্মত পর্তুগাল আৰু স্পেইনত এইটো দ্বিতীয় বনজুই । পর্তুগালত তাপমাত্রাৰ পাৰদ চুইছে ৪৭ ডিগ্রী ছেলচিয়াছ । স্পেইনত ৪৫ ডিগ্রী ছেলচিয়াছ ।

বনজুই সমস্যা সমাধান কৰিবলৈ পর্তুগাল আৰু স্পেইনৰ অৰণ্য সংলগ্ন সহস্ৰাধিক স্থানীয় বাসিন্দাক নিৰাপদ আশ্রয়ত স্থানান্তৰো কৰা হৈছে ।

পর্তুগালত সম্প্ৰতি এই ‘জ্বলন্ত’ সমস্যাৰ পৰা মুক্তি পোৱাৰ আশা নাই । সেই দেশৰ বতৰ বিজ্ঞান বিশেষজ্ঞসকলৰ পূর্বাভাস, আগন্তুক সপ্তাহৰ আগমুহূৰ্তলৈ পর্তুগালৰ তাপমাত্রা ৪২ ডিগ্রী ছেলচিয়াছৰ তলতেই নানামে ।

চলিত বছৰৰ আৰম্ভণিৰ পৰা জুনৰ মাজভাগ পর্যন্ত পর্তুগালৰ ৯৮,০০০ একৰ ভূমি দাবানলত ভস্মীভূত হৈছে বুলি জনাইছে ইনষ্টিটিউট ফৰ দ্য কনজাৰভেছন অৱ নেচাৰ এণ্ড ফৰেষ্টছে । যি বিগত বছৰৰ তুলনাত প্রায় তিনি গুণ ।

পর্তুগালৰ দৰেই অৱস্থা স্পেইনৰো । জুইৰ ফলত দেশজুৰি সতর্কতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰ‌ই । স্পেইনৰ কিছুসংখ্যক অঞ্চলত তাপমাত্রাৰ পাৰদ ৪৪ ডিগ্রী ছেলচিয়াছ পর্যন্ত উঠিব পাৰে বুলি জনোৱা হৈছে ।

স্পেইনত জুইৰ ফলত ক্ষয়ক্ষতি নিয়ন্ত্ৰণ কৰিবলৈ অগ্নি নিৰ্বাপক বাহিনীৰ লগতে দেশৰ সেনাবাহিনীৰ ৬০০টাৰো অধিক জৰুৰীকালীন ইউনিটক কামত লগোৱা হৈছে । কেৱল উত্তৰ-পশ্চিম অঞ্চলতেই ৩,৬০০ হেক্টৰ ভূমি জুইৰ গ্রাসত আহিছে । স্পেইনৰ বহু অঞ্চলত হেলিকপ্টাৰৰ সহায়ত পানী ঢালি জুই নোমোৱাৰ কামত নামিছে অগ্নিনিৰ্বাপক বাহিনী ।

ফ্রান্সৰ দক্ষিণ-পশ্চিম অঞ্চলৰ ২৭,০০০ একৰ অঞ্চলত জুই সম্প্ৰসাৰিত হৈছে বুলি জনাইছে সংবাদ সংস্থা ৰয়টাৰ্ছে । দেওবাৰে বিয়লি এই অঞ্চলৰ ১৪ হেজাৰৰো অধিক বাসিন্দাক অন্য স্থানলৈ স্থানান্তৰ কৰা হৈছে ।

স্পেইন, ফ্রান্সৰ পাছত এইবাৰ ব্রিটেইনৰো জুই সম্প্ৰসাৰিত হোৱাৰ শংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞানীসকলে । গ্রিছ, মৰক্কোৰ উপৰিও চলিত সপ্তাহত ক্রোয়েছিয়া আৰু হাংগেৰীতো দাবানল সম্প্ৰসাৰিত হৈছে ।

দাবানলৰ ফলত ক্ষয়ক্ষতিৰ উপৰিও তীব্র বনজুইত কেৱল স্পেইনতেই পাঁচ দিনত (১০-১৫ জুলাই) ৩৬০ জনে প্রাণ হেৰুৱাইছে বুলি জনাইছে স্পেইনৰ এটা চিকিৎসাকেন্দ্র‌ই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AfricaEuropeFrancePortugalSPAINWildfire
publisher

publisher

Related Posts

৮৫০ কোটিৰ উৰণীয়া সেতুৰ তলত জৰাজীৰ্ণ পথ, বিপাঙত গুৱাহাটীবাসী
Assam

September 27, 2026
গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক
Assam

গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক

September 27, 2026
মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Assam

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

September 27, 2026
নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা
Assam

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা

September 27, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

September 27, 2026
ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ
Assam

ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

September 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d