Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Hindenburg Research : পূৰ্বেও একাধিক কোম্পানিক দেউলীয়া কৰিছিল হিণ্ডেনবাৰ্গে

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Food Poisoning : বমি, ডায়েৰিয়াৰ দৰে সমস্যাত চিকিৎসালয়ত ভৰ্তি চৰকাৰী বিদ্যালয়ৰ ১০০ জন শিক্ষাৰ্থী

    Achurjya Borpatra : অসুস্থ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ

    Economic Survey : অহা এবছৰত দেশত অৰ্থনীতিৰ গতিবেগ ঘূৰি নাহে ,পূৰ্বাভাস দিলে আৰ্থিক সমীক্ষাৰ প্ৰতিবেদনে

    Gautam Adani : বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ পৰা বাদ পৰিল গৌতম আদানী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

    Kangana Ranaut : ‘ইমার্জেন্সি’ৰ বাবে সকলো সম্পত্তি বন্ধকত ৰাখিছে কংগনাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Immune System : অলপতেই অসুস্থ হয় পৰে ? কোন কেইবিধ খাদ্যই হ্ৰাস কৰিছে প্ৰতিৰোধ ক্ষমতা ?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home Entertainment

Nagarjune vs Ambani : বিলাসবহুল জীৱন যাপনত মুকেশ আম্বানিও হাৰ মানিব এইজন অভিনেতাৰ লগত –

publisher by publisher
November 1, 2022
in Lifestyle, India
Reading Time: 2 mins read
0
Nagarjune vs Ambani : বিলাসবহুল জীৱন যাপনত মুকেশ আম্বানিও হাৰ মানিব এইজন অভিনেতাৰ লগত –
2
SHARES
18
VIEWS
ShareShareShareShare

Nagarjune vs Ambani :

এই সময়ত ভাৰতৰ আটাইতকৈ ধনী ব্যৱসায়ীজনেই হৈছে মুকেশ আম্বানি । তেওঁৰ বিলাসবহুল জীৱনৰ বহু কথাই সংবাদ মাধ্যমৰ বিষয় হৈ থাকে । এইজন ধনী ব্যৱসায়ীৰ জীৱন যাপনৰ বাবে মুম্বাইতো বহু কেইটা নামী-দামী ঘৰ আছে । ৰজাৰ দৰে জীৱন-যাপন কৰা আম্বানীৰ সমকক্ষ হৈ থিয় দিছে এজন অভিনেতাই ।

WhatsApp Image 2022 11 01 at 14.48.16তেওঁ হৈছে দক্ষিণ ভাৰতৰ অভিনেতা তথা চুপাৰষ্টাৰ নাগাৰ্জুন । নাগাৰ্জুনে কিমান ধন উপাৰ্জন কৰিছে ,সেইটো ডাঙৰ কথা নহয়। কিন্তু অভিনেতাজনৰ চহকী জীৱন শৈলীয়ে আম্বানিকো চেৰ পেলাবলৈ সক্ষম হৈছে । মুকেশ আম্বানিৰ যেনেকৈ বহু নামী-দামী ঘৰ আছে বা বিশ্বৰ সকলো দামী ব্ৰেণ্ডৰ গাড়ী আছে ,তেনেকৈয়ে দক্ষিণৰ এইজন অভিনেতাৰো অজস্ৰ সম্পত্তি আছে ।

ADVERTISEMENT

তেনেক্ষেত্ৰত আজি আমি এই লিখনীৰ যোগেদি দক্ষিণৰ এই চুপাৰষ্টাৰজন কেনেকৈ মুকেশ আম্বানিতকৈ ধনী হ’ল , সেইবিষয়ে জ্ঞাত কৰিম । মুকেশ আম্বানি বৰ্তমান ভাৰতৰ এজন ধনী ব্যৱসায়ী । যদি আমি গৌতম আদানিক বাদ দিওঁ ,তেনেহলে মুকেশ আম্বানি হ’ব ভাৰতৰ একমাত্ৰ ধনী ব্যক্তি ।

RelatedPosts

Benefits Of Toothpaste : টুথপেষ্টৰ আৰু পাঁচটা ব্যৱহাৰৰ কথা আপুনি বাৰু জানেনে ?

Lifestyle : স্বাস্থ্যৰ পক্ষে বেয়া , নিশা কি পাঁচবিধ খাদ্য খাব নেলাগে

Feet Care Tips : শীতত ফটা ভৰিৰ সমস্যাৰ পৰা কেনেকৈ ৰক্ষা পৰিব ? জানিবলৈ পঢ়ক

WhatsApp Image 2022 11 01 at 14.49.44আম্বানিৰ দৰে ব্যৱসায় চলাব পৰা ক্ষমতা এই দেশত কাৰোৱেই নাই । সেইকাৰণে বহু ব্যৱসায়ীয়ে আম্বানিক নিজৰ আদৰ্শ হিচাপে মানি লোৱা দেখা যায় । ৰিলায়েন্স ইণ্ডাষ্ট্ৰিৰ পৰা জিঅ’ নেটৱৰ্ক , টিভি চেনেল গ্ৰুপ সকলো আম্বানিৰ অধীন । সমান্তৰালকৈ আইপিএলৰ ইতিহাসত আটাইতকৈ সফল মুম্বাই ইণ্ডিয়ান্সৰ মালিকো আম্বানি ।

আচলতে আম্বানিৰ নতুনকৈ কোনো পৰিচয় কৰি দিয়াৰ প্ৰয়োজনো নাই ‌ । কিন্তু এই সফল ব্যৱসায়ীজনৰ দৰেই এক বিলাস-বহুল তথা নামি-দামী জীৱন কটাইছে অভিনেতা নাগাৰ্জুনে । তেওঁৰো ইমান ধন-সম্পত্তি আছে যে ,যাৰবাবে অভিনেতাজনে ৰজাৰ দৰে জীৱন-যাপন কৰিব পাৰিছে ।

আপোনালোকে হয়তো জানে যে, এই তাৰকাজন দক্ষিণৰ ছবি জগতত জনপ্ৰিয় হোৱাই নহয় চহকী জীৱন-যাপনৰ বাবে ভাৰতৰ সকলো শিল্পী, কলা-কুশলীৰ বাবে মাইলৰ খুটি হৈ পৰিছে।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: film superstarLifestyleMUKESH AMBANINagarjunesouth indian
publisher

publisher

Related Posts

Food Poisoning : বমি, ডায়েৰিয়াৰ দৰে সমস্যাত চিকিৎসালয়ত ভৰ্তি চৰকাৰী বিদ্যালয়ৰ ১০০ জন শিক্ষাৰ্থী
India

January 31, 2023
Economic Survey : অহা এবছৰত দেশত অৰ্থনীতিৰ গতিবেগ ঘূৰি নাহে ,পূৰ্বাভাস দিলে আৰ্থিক সমীক্ষাৰ প্ৰতিবেদনে
India

Economic Survey : অহা এবছৰত দেশত অৰ্থনীতিৰ গতিবেগ ঘূৰি নাহে ,পূৰ্বাভাস দিলে আৰ্থিক সমীক্ষাৰ প্ৰতিবেদনে

January 31, 2023
Gautam Adani : বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ পৰা বাদ পৰিল গৌতম আদানী
India

Gautam Adani : বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ পৰা বাদ পৰিল গৌতম আদানী

January 31, 2023
Tiger : একেলগে পাচঁটা পোৱালি জন্ম দিছে বাঘিনীয়ে , আনন্দত আত্মহাৰা মধ্যপ্ৰদেশৰ ব্যাঘ্ৰ সংৰক্ষণ কেন্দ্ৰ

Jio : এমাহত জিঅ’-এয়াৰটেলৰ ২৫ লাখ গ্ৰাহক বৃদ্ধি, ভ’ডাফোনৰ ১৮ লাখৰ ক্ষতি
India

Jio : এমাহত জিঅ’-এয়াৰটেলৰ ২৫ লাখ গ্ৰাহক বৃদ্ধি, ভ’ডাফোনৰ ১৮ লাখৰ ক্ষতি

January 31, 2023
Horoscope:ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

January 31, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: