Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

Nagarjune vs Ambani : বিলাসবহুল জীৱন যাপনত মুকেশ আম্বানিও হাৰ মানিব এইজন অভিনেতাৰ লগত –

publisher by publisher
November 1, 2022
in India, Lifestyle
Reading Time: 2 mins read
0
Nagarjune vs Ambani : বিলাসবহুল জীৱন যাপনত মুকেশ আম্বানিও হাৰ মানিব এইজন অভিনেতাৰ লগত –
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

Asia’s Richest person:এছিয়াৰ ধণাঢ্য ব্যক্তিৰ তালিকাৰ শীৰ্ষত গৌতম আদানী

মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি

এই নিয়মবোৰ মানি চলিলে শীতত আপোনাৰ ছালে জিলিকনি নেহেৰুৱাব

Nagarjune vs Ambani :

এই সময়ত ভাৰতৰ আটাইতকৈ ধনী ব্যৱসায়ীজনেই হৈছে মুকেশ আম্বানি । তেওঁৰ বিলাসবহুল জীৱনৰ বহু কথাই সংবাদ মাধ্যমৰ বিষয় হৈ থাকে । এইজন ধনী ব্যৱসায়ীৰ জীৱন যাপনৰ বাবে মুম্বাইতো বহু কেইটা নামী-দামী ঘৰ আছে । ৰজাৰ দৰে জীৱন-যাপন কৰা আম্বানীৰ সমকক্ষ হৈ থিয় দিছে এজন অভিনেতাই ।

তেওঁ হৈছে দক্ষিণ ভাৰতৰ অভিনেতা তথা চুপাৰষ্টাৰ নাগাৰ্জুন । নাগাৰ্জুনে কিমান ধন উপাৰ্জন কৰিছে ,সেইটো ডাঙৰ কথা নহয়। কিন্তু অভিনেতাজনৰ চহকী জীৱন শৈলীয়ে আম্বানিকো চেৰ পেলাবলৈ সক্ষম হৈছে । মুকেশ আম্বানিৰ যেনেকৈ বহু নামী-দামী ঘৰ আছে বা বিশ্বৰ সকলো দামী ব্ৰেণ্ডৰ গাড়ী আছে ,তেনেকৈয়ে দক্ষিণৰ এইজন অভিনেতাৰো অজস্ৰ সম্পত্তি আছে ।

ADVERTISEMENT

তেনেক্ষেত্ৰত আজি আমি এই লিখনীৰ যোগেদি দক্ষিণৰ এই চুপাৰষ্টাৰজন কেনেকৈ মুকেশ আম্বানিতকৈ ধনী হ’ল , সেইবিষয়ে জ্ঞাত কৰিম । মুকেশ আম্বানি বৰ্তমান ভাৰতৰ এজন ধনী ব্যৱসায়ী । যদি আমি গৌতম আদানিক বাদ দিওঁ ,তেনেহলে মুকেশ আম্বানি হ’ব ভাৰতৰ একমাত্ৰ ধনী ব্যক্তি ।

আম্বানিৰ দৰে ব্যৱসায় চলাব পৰা ক্ষমতা এই দেশত কাৰোৱেই নাই । সেইকাৰণে বহু ব্যৱসায়ীয়ে আম্বানিক নিজৰ আদৰ্শ হিচাপে মানি লোৱা দেখা যায় । ৰিলায়েন্স ইণ্ডাষ্ট্ৰিৰ পৰা জিঅ’ নেটৱৰ্ক , টিভি চেনেল গ্ৰুপ সকলো আম্বানিৰ অধীন । সমান্তৰালকৈ আইপিএলৰ ইতিহাসত আটাইতকৈ সফল মুম্বাই ইণ্ডিয়ান্সৰ মালিকো আম্বানি ।

আচলতে আম্বানিৰ নতুনকৈ কোনো পৰিচয় কৰি দিয়াৰ প্ৰয়োজনো নাই ‌ । কিন্তু এই সফল ব্যৱসায়ীজনৰ দৰেই এক বিলাস-বহুল তথা নামি-দামী জীৱন কটাইছে অভিনেতা নাগাৰ্জুনে । তেওঁৰো ইমান ধন-সম্পত্তি আছে যে ,যাৰবাবে অভিনেতাজনে ৰজাৰ দৰে জীৱন-যাপন কৰিব পাৰিছে ।

আপোনালোকে হয়তো জানে যে, এই তাৰকাজন দক্ষিণৰ ছবি জগতত জনপ্ৰিয় হোৱাই নহয় চহকী জীৱন-যাপনৰ বাবে ভাৰতৰ সকলো শিল্পী, কলা-কুশলীৰ বাবে মাইলৰ খুটি হৈ পৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: film superstarLifestyleMUKESH AMBANINagarjunesouth indian
publisher

publisher

Related Posts

CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ
India

September 24, 2026
Gyanesh Kumar CEC controversy explained:আইন উলংঘাৰে মুখ্য নির্বাচন আয়ুক্তৰ দৌৰাত্ম্য

Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক

CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ

মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

September 21, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d