Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

2023 G20 Guwahti Summit :২০২৩ বৰ্ষৰ জি-২০ সন্মিলন হ’ব গুৱাহাটীত !

ডিব্ৰুগড়তো হ'ব এখন বৈঠক

publisher by publisher
November 19, 2022
in India, Assam, News
Reading Time: 3 mins read
0
2023 G20 Guwahti Summit :২০২৩ বৰ্ষৰ জি-২০ সন্মিলন হ’ব গুৱাহাটীত !
21
SHARES
214
VIEWS
ShareShareShareShare

2023 G20 Guwahti Summit :

ইণ্ডোনেছিয়াৰ ৰাজধানী বালিত ইতিমধ্যে সম্পন্ন হোৱা জি -২০ দেশ সমুহৰ দুদিনীয়া সন্মিলনত ভাৰতে পৰৱৰ্তী বৰ্ষৰ বাবে সভাপতি ৰূপে নিৰ্বাচিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ হৈ জি-২০ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে ৷

WhatsApp Image 2022 11 19 at 19.36.54ইতিমধ্যে ভাৰত চৰকাৰে জি ২০ সন্মিলন অনুষ্ঠিত কৰাৰ বাবে বৰ্ষজোৰা কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ উল্লেখ্য যে জি ২০ সন্মিলনৰ দুখন বৈঠক অসমত অনুষ্ঠিত কৰাৰ বিষয়ে চৰ্চা চলিছে ৷ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীত দুখন বৈঠক অনুষ্ঠিত হোৱাৰ বিপৰীতে আন এখন হ’ব ডিব্ৰুগড়ত ৷

ADVERTISEMENT

WhatsApp Image 2022 11 19 at 19.36.53 1আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ ইটানগৰ,আইজল ,ইম্ফল আৰু আগৰতলাটো জি ২০ বৈঠক অনুষ্ঠিতৰ বাবে তালিকাভূক্ত কৰা হৈছে বুলি সদৰি কৰে কেন্দ্ৰীয় পৰ্যটন আৰু ডনাৰ দপ্তৰৰ মন্ত্ৰী জি কিষান ৰেড্ডীয়ে ৷

RelatedPosts

DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

উল্লেখ্য যে আগৰতলাত অনুষ্ঠিত হোৱা আন্তৰাষ্ট্ৰীয় বাণিজ্য মেলাত অংশগ্ৰহণ কৰিবলৈ আহি সাংবাদিকৰে হোৱা বাৰ্তালাপত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে উত্তৰ-পূৰ্বৰ কে’বাখনো ৰাজ্যৰ ৰাজধানীত জি ২০ বৈঠকৰ স্থান নিৰ্বাচন কৰাৰ কথা উল্লেখ কৰে ৷

WhatsApp Image 2022 11 19 at 19.36.54 1মনকৰিবলগীয়া যে জি ২০ বৈঠকৰ বাবে দেশৰ ৫৫ স্থান তালিকাভূক্ত কৰা হৈছে ৷ ইয়াৰ ভিতৰত নতুন দিল্লীত জি ২০ ৰ মুল বৈঠক অনুষ্ঠিত হোৱাৰ বিপৰীতে শ্ৰীনগৰ ,গোৱা, শিলিগুৰি, খাজৰোহো ,হাম্পি, ভূৱনেশ্বৰ, আগ্ৰা, অমৃতসৰতো অনুষ্ঠিত হ’ব কে’বাখনো গুৰুত্বপূৰ্ণ বৈঠক ৷

WhatsApp Image 2022 11 19 at 19.36.54 2

জি ২০ সদস্য ৰাষ্ট্ৰ কেইখন হ’ল ভাৰত,আজেন্টিনা,অষ্ট্ৰেলিয়া,মাৰ্কিন যুক্তৰাষ্ট্ৰ,ইংলেণ্ড , ব্ৰাজিল,কানাডা,চীন,ইউৰোপীয়ান ইউনিয়ন,ফ্ৰান্স,জামাৰ্নী,ইণ্ডোনেছিয়া,ইটালী,জাপান,মেস্কিকো,ৰাছিয়া, চৌদী আৰৱ,দক্ষিণ আফ্ৰিকা,তুৰস্ক ,স্পেইন,দক্ষিণ কোৰিয়া আৰু কেনিয়া ৷

স্মতৰ্ৱ্য যে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জোকো ৱাইড’ডে আনুষ্ঠানিকভাৱে সভাপতিৰ দায়িত্ব ভাৰতক অৰ্পণ কৰাৰ পিছত ১ ডিচেম্বৰৰ পৰা ভাৰতে জি-২০ গোটৰ অধ্যক্ষ হিচাপে কাম আৰম্ভ কৰিব।

WhatsApp Image 2022 11 19 at 19.36.55আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দায়িত্ব লাভ কৰি কয় , এই দায়িত্ব প্ৰতিজন ভাৰতীয় নাগৰিকৰ বাবে গৌৰৱ আৰু সন্মানৰ বিষয়।

২০২৩ ৰ জি ২০ সন্মিলনৰ বিষয়বস্তু হ’ব ‘বসুধৈৱ কুটুম্বকম’ অৰ্থাৎ  ‘এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত’।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 2023 G20 INDIA SUMMITDIBRUGARHGuwahatiINDIA G20 PRESIDENCYPM Narendra Modi
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d