Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

    Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

    উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam- Meghalaya Border Violence : পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তত চেপা উত্তেজনা অব্যাহত

মক্ৰত গুলীচালনাত তিনি খাচী দুৰ্বৃত্ত সহ গৃহৰক্ষী জোৱান নিহত,শ্বিলঙ অভিমুখে যোৱা যান-বাহন খানাপাৰাৰ পৰা উভতালে অসম আৰক্ষীয়ে

publisher by publisher
November 22, 2022
in India, Assam, Crime, News
Reading Time: 3 mins read
0
Assam- Meghalaya Border Violence : পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তত চেপা উত্তেজনা অব্যাহত
4
SHARES
38
VIEWS
ShareShareShareShare

Assam- Meghalaya Border Violence :
দুয়ো ৰাজ্যৰ মাজত শেহতীয়াকৈ সীমা বিবাদ নিস্পত্তিৰ বাবে দুয়োখন চৰকাৰে উদ্যোগ গ্ৰহণৰ মাজতে পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তৰ মক্ৰত সংঘটিত হয় ভয়ংকৰ গুলীচালনাৰ ঘটনা। গুলীচালনাত নিহত হয় চাৰিজনকৈ খাচী দুৰ্বৃত্তৰ আৰু এজন বনকৰ্মী । নিহত বনকৰ্মীজন বিদ্যাছিং লেকথে বুলি চিনাক্ত কৰা হৈছে । আনহাতে এই ঘটনাত আহত হয় অভিমুন্য নামৰ আন এজন জোৱান ৷

WhatsApp Image 2022 11 22 at 14.57.29প্ৰাপ্ত খবৰ মতে পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিডিঙৰ মুক্ৰত আজি পুৱা ভাগত খাচী দুৰ্বৃত্তই চোৰাংভাৱে ট্ৰাক এখনত কাঠ সৰবৰাহ কৰি থকা অৱস্থাতে নিয়মীয়া টহলদাৰী আৰক্ষী দল এটা উপস্থিত হৈ ট্ৰাক খন জব্দ কৰে ৷ ইয়াৰ পিছতে সৃষ্টি হয় তীব্ৰ সংঘাতৰ ।

ADVERTISEMENT

ট্ৰাকখন জব্দ কৰি জিন্মাত ল’ব যাওঁতেই হাতে হাতে যাঁঠি লৈ আৰক্ষী আৰু বন বিভাগৰ লোকক চাৰিওপিনৰ পৰা ঘেৰাও কৰি আক্ৰমণ কৰে শতাধিক লোকে ।

RelatedPosts

Chirang Incident: সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখলৰ অভিযোগত আটক কৰাক লৈ চিৰাঙৰ ৰুনিখাতা উত্তেজনা পৰিস্থিতি

Meghalaya police attacked in Haryana:হাৰিয়ানাৰ নুহত মেঘালয় আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্রমণ

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

পৰিস্থিতি নিয়ন্ত্ৰণ আৰু আত্মৰক্ষাৰ বাবে বনকৰ্মী তথা আৰক্ষীয়ে গুলীচালনাত কৰাত থিতাতে নিহত হয় ৩ জনকৈ খাচী দুৰ্বৃত্ত। আনহাতে দুৰ্বৃত্তৰ আক্ৰমণত নিহত হয় এজন বনকৰ্মী ৷

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ বৃহৎ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও বৰ্তমানো অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে । কাৰ্বি আংলংৰ পৰা মেঘালয়লৈ যোৱা সকলো পথ বন্ধ কৰি দিছে জিলা প্ৰশাসনে ৷

এই ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ স’তে টেলিফোনিক বাৰ্তালাপ কৰে ৷ দুয়োজন মুখ্যমন্ত্ৰীয়ে সীমান্তৱৰ্তী ৰাইজক শান্তি সম্প্ৰীতি অটুত ৰাখিবলৈ আহ্বান জনায় ৷

মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে কিছু সময় পিছত শ্বিলংত এখন সংবাদমেল সম্বোধন কৰিব বুলি জানিব পৰা গৈছে ৷

WhatsApp Image 2022 11 22 at 15.08.27আনপিনে পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তত চেপা উত্তেজনা অব্যাহত থকাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ লোক সকলক মেঘালয়য় নাযাবলৈ অসম আৰক্ষীয়ে আহ্বান জনাইছে ৷

শ্বিলং অভিমুখে যোৱা বহু বাহনক খানাপাৰাৰ পৰা অসম আৰক্ষীয়ে উভতাই পঠিয়াইছে ৷ স্মতৰ্ৱ্য যে পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তত গুলীয়াগুলী ঘটনাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰে অসম আৰক্ষীয়ে ৷

শেহতীয়া খবৰ মতে,মেঘালয় চৰকাৰে ৰাজ্য খনৰ ৭ খন জিলাত ইন্টাৰনেট সেৱা কৰ্তন কৰিছে ৷ জিলা কেইখন হ’ল ৰিভয়,ৱেষ্ট জয়ন্তীয়া হিলছ,ইষ্ট জয়ন্তীয়া হিলছ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 4killedaASSAM GOVTAssam Meghalaya borderCM HIMANTA BISWA SARMAHCM KANRAD SANGMAMEGHALAYA GOVT.Police FiringViolence
publisher

publisher

Related Posts

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড
National

Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

April 28, 2026
Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা
News

Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

April 28, 2026
উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত
News

উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d