Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন

    মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

    বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

    পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Forest Bandits In West Karbi Anglong on Assam-Meghalaya Border : অসম-মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলঙৰ মুক্ৰত বনদস্যুৰ দপদপনি

অসম-মেঘালয় সীমান্তত বন বিভাগৰ দুৰ্বলতাৰ বাবে বনধ্বংস যজ্ঞ চলাৰ অভিযোগ কাৰ্বি ছাত্ৰ সন্থাৰ

publisher by publisher
October 21, 2022
in Assam, India, News
Reading Time: 1 min read
0
Forest Bandits In West Karbi Anglong  on Assam-Meghalaya Border : অসম-মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলঙৰ মুক্ৰত বনদস্যুৰ দপদপনি

bendits in karbi anglong border

6
SHARES
58
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Forest Bandits In West Karbi Anglong on Assam-Meghalaya Border :

অসম-মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলঙত বনদস্যুৰ দপদপনি আৰু বনধ্বংস যজ্ঞ বন বিভাগৰ দুৰ্বলতাৰ বাবে অব্যাহত থকা বুলি শেহতীয়াকৈ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কাৰ্বি ছাত্ৰ সন্থাই। উল্লেখযোগ্য যে অসম-মেঘালয় সীমান্তৰ মুক্ৰত যোৱা ১৭ অক্টোবৰৰ নিশা এখন কুণ্ডা ভৰ্তি ট্ৰাক জব্দ কৰাক কেন্দ্ৰ কৰি চুবুৰীয়া ৰাজ্য মেঘালয়ৰ প্ৰায় শতাধিক খাছী লোকে হাতে-হাতে দা, যাঠি-জোং আদি লৈ বনকৰ্মীৰ লোকক আক্ৰমণৰ চেষ্টা চলাইছিল আৰু সৌভাগ্যক্ৰমে আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰিছিল কৰ্মৰত বন কৰ্মীৰ দলটো।

ADVERTISEMENT
karbi anglong border

ইপিনে খাছী দুৰ্বৃত্ত আৰু বনদস্যুৰ ভয়ত বন কৰ্মীয়ে জব্দ কৰা কুণ্ডাভৰ্তি ট্ৰাক এৰি ঘটনাস্থলীৰ পৰা পলায় আহিবলগীয়াও হৈছিল৷ আৰু এই সমস্ত ঘটনা কেৱল খেৰণি বন বিভাগৰ বন বিষয়া মনছিং তিচ্ছ আৰু বন সুৰক্ষা বিষয়া নৱকান্ত শইকীয়াৰ অৱহেলা আৰু দুৰ্বলতাৰ বাবে হবলৈ পাইছে বুলি দুই বিষয়াক জগৰীয়া কৰি এক গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে কাৰ্বি ছাত্ৰ সন্থাৰ ছাত্ৰ নেতা প্ৰশান্ত ইংতিয়ে।

ঘটনাৰ পাছত ঘটনাস্থলীত এই পৰ্যন্ত দুই বিষয়াই শাৰীৰিকভাৱে উপস্থিত হৈ ঘটনাৰ তদন্ত নকৰাৰ কথা প্ৰকাশ কৰাৰ লগতে এওঁলোকৰ পূৰ্বৰ বন সুৰক্ষা বিষয়া বুদ্ধেশ্বৰ টেৰণ, চিকাৰী ইংহিৰ দিনত এনে ঘটনা কোনো দিনে সংঘটিত হোৱা নাছিল বুলি উল্লেখ কৰে ছাত্ৰ নেতাগৰাকীয়ে। সমান্তৰালকৈ খোদ সীমান্তত থকা বন শিবিৰৰ বিভাগীয় কৰ্মচাৰী হাঞ্চেয়েও ঘটনাৰ পাছত ঘটনাস্থলীত দুই বিষয়াই শাৰীৰিকভাৱে উপস্থিত নোহোৱাৰ কথা প্ৰকাশ কৰিছে।

karbi anglong border

উল্লেখ্য যে উক্ত সংঘটিত এই ঘটনাৰ উচিত তদন্ত আৰু ব্যৱস্থা অতি শীঘ্ৰে লবলৈ কাৰ্বি আংলং বনবিভাগৰ উৰ্ধতন বিষয়া আৰু কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংঙক শেহতীয়াকৈ আহ্বান জনায় ছাত্ৰ নেতা প্ৰশান্ত ইংতিয়ে। লগতে সীমান্তত এটা সীমান্ত পহৰা শিবিৰ (BOP) স্থাপন কৰি সীমা সুৰক্ষা, খাছী লোকৰ আগ্ৰাসন ৰোধ কৰা আৰু সীমান্তত থকা বন শিবিৰৰ বাবে প্ৰয়োজনীয় বাহন, খোৱা পানীৰ ব্যৱস্থা, বিদ্যুৎ যোগান, পৰ্যাপ্ত বনকৰ্মী আদিৰ ব্যৱস্থা আদি কৰিবলৈ দাবী জনায় ছাত্ৰ নেতাগৰাকীয়ে।

গুৰুত্বপূৰ্ণ যে ১৭ অক্টোবৰত খাছী দুৰ্বৃত্ত আৰু বনদস্যুয়ে বন কৰ্মীক আক্ৰমণৰ চেষ্টা চলোৱা ঘটনাৰ পাছত আজিও অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰাৰ বিপৰীতে ভীতিগ্ৰস্ত হৈ আছে সীমান্তত থকা বন শিবিৰৰ বনকৰ্মীসকল fore।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #karbi anglog#border area #bandits
publisher

publisher

Related Posts

নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন
Assam

October 4, 2026
মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ
Assam

মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

October 4, 2026
পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল
Assam

পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

October 4, 2026
CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ
India

CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

October 4, 2026
বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল
International

বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

October 4, 2026
পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা
International

পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

October 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d