Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

5G Technology : ইন্টাৰনেটৰ গতি ফ’ৰ জি-ৰ এশ গুণ ! পঞ্চম প্রজন্মত কি কি চমক আনিছে ফাইভ জিয়ে ?

publisher by publisher
October 1, 2022
in India, News, Tech
Reading Time: 1 min read
0
5G Technology : ইন্টাৰনেটৰ গতি ফ’ৰ জি-ৰ এশ গুণ ! পঞ্চম প্রজন্মত কি কি চমক আনিছে ফাইভ জিয়ে ?
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

PM Narendra Modi : নৱ যুগৰ সূচনা, হাতৰ মুঠিতে সম্ভাৱনাৰ সমুদ্র, দেশত ফাইভ-জি প্রযুক্তিৰ যাত্রা আৰম্ভ কৰি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

Adani Group : জিঅ’, এয়াৰটেলক প্ৰত্যাহ্বান জনাই এইবাৰ আদানি নামিছে টেলিকম ব্যৱসায়ত : প্ৰতিবেদন

পঞ্চম প্রজন্মত ভৰি দিলে দেশৰ ম’বাইল প্রযুক্তিয়ে । শনিবাৰে দিল্লীত ফাইভ জি প্রযুক্তিৰ উদ্বোধন কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ।

ADVERTISEMENT

ফাইভ জি প্রযুক্তিত দেশৰ টেলিকম ব্যৱস্থা আৰু কিছু খাপ আগবাঢ়ি যাব বুলি ধাৰণা কৰা হৈছে । প্রাথমিকভাৱে দিল্লী, মুম্বাই, কলকাতা, চেন্নাইৰ দৰে কিছুসংখ্যক চহৰত ফাইভ জি আৰম্ভ হ’ব ।

দীপাৱলিৰ পাছৰ পৰা চহৰসমূহত ফাইভ জি সেৱা পোৱা যাব বুলি জনাইছে ।

1664609949 1

ফাইভ জি স্পেকট্রামৰ সৰ্বাধিক আবণ্টন পাইছে মুকেশ অম্বানীৰ সংস্থা ৰিলায়েন্স জিঅ’ই । তেওঁলোকে ফিফথ্ জেনেৰেছন বা ফাইভ জি স্পেকট্রামৰ ৮৮ হেজার ৭৮ কোটি টকাৰ আবণ্টন পাইছে । দীপাৱলিত জিঅ’ই দিল্লী, মুম্বাই, কলকাতা, চেন্নাইত এই সেৱা আৰম্ভ কৰিব বুলি জনাইছে ।

5G stocks In India

ফাইভ জি স্পেকট্রামৰ দ্বিতীয় সর্বোচ্চ আবণ্টন পাইছে ভাৰতী এয়াৰটেলে । তেওঁলোকে জনাইছে, ২০২৩ৰ ভিতৰত দেশৰ চহৰসমূহত ফাইভ জি সেৱা আৰম্ভ কৰি দিয়া হ’ব । ২০২৪-ৰ মার্চত ফাইভ জি সেৱা উপলব্ধ হ’ব প্রত্যন্ত অঞ্চলতো ।

ফাইভ জি সেৱাত ইন্টাৰনেটৰ গতি বহুখিনি বাঢ়ি যাব । দাবী কৰা হৈছে, ফাইভ জি-ৰ গতি হ’ব প্রতি ছেকেণ্ডত সর্বোচ্চ ২০ গিগাবাইট । ফ’ৰ জি-ত ইন্টাৰনেটৰ গতি সর্বোচ্চ এশ মেগাবাইট প্রতি ছেকেণ্ড । অর্থাৎ ফ’ৰ জি সেৱাৰ তুলনাত ফাইভ জিৰ সর্বোচ্চ গতি হ’ব এশ গুণৰো অধিক ।

1664610062 7

ফাইভ জি সেৱাত ইন্টাৰনেটৰ বিলম্ব (লেটেন্সি) এক মিলি ছেকেণ্ডৰো কম । ফ’ৰ জি-ৰ ক্ষেত্রত ১০ৰ পৰা এশ মিলিছেকেণ্ড ।

যিকোনো ডাঙৰ ফাইল, ছবি বা গান ফাইভ জি-ত ডাউনল’ড হ’ব কিছু মুহূর্ততেই । ই-হেলথ্, মেটাভাৰ্ছৰ দিশৰ পৰাও বহু আগত থাকিব ফাইভ জি ব্যৱহাৰকাৰীসকল ।

টেলিকম বিভাগে (ডিঅ’টি) পূৰ্বে জনাইছিল, প্রথম পৰ্যায়ত ভাৰতৰ ১৩খন চহৰত হাই স্পিড ফাইভ-জি ইন্টাৰনেট সেৱা উপলব্ধ হ’ব ।

5g wireless technology network connections by credit vertigo3d gettyimages 1043302218 3x2 100787550 large

সেৱা আৰম্ভ হ’ব কলকাতা, আহমেদাবাদ, বেংগালুৰু, চণ্ডীগড়, চেন্নাই, দিল্লী, গান্ধীনগৰ, গুৰুগ্রাম, হায়দৰাবাদ, জামনগৰ, লক্ষ্ণৌ, মুম্বাই আৰু পুনেত ।

মুঠ ১০টা বেণ্ডৰ ৭২ হেজাৰ ৯৮ মেগাহাৰ্তজৰ ফাইভ জি স্পেকট্রাম নিলামত তুলিছিল কেন্দ্রীয় চৰকাৰে । তাৰ ভিতৰত ৭১ শতাংশ বিক্রী হৈছে প্রায় ডেৰ লাখ কোটি টকাত ।

download

এয়াৰটেল, জিঅ’ৰ উপৰিও আদানিয়ে ডেটা নেটৱর্ক, ভোডাফোন-আইডিয়াই ফাইভ-জি স্পেকট্রামৰ আবণ্টন লাভ কৰিছে ।

কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱে জনাইছিল, বিভিন্ন দেশত ফাইভ জি সেৱা ৪০ৰ পৰা ৫০ শতাংশত লৈ যাবলৈ বেছি সময় লাগিছে । ভাৰতে তাৰ তুলনাত বহু কম সময়ৰ ভিতৰত ৮০ শতাংশ সেৱা লক্ষ্যমাত্রা স্থিৰ কৰিছে ।

5g network boon bane india 1200x900 1

বিশেষজ্ঞসকলে জনাইছে, ভাৰতৰ এক তৃতীয়াংশৰো অধিক ম’বাইলত ২০৩০ৰ ভিতৰত ফাইভ জি সেৱা আৰম্ভ হৈ যাব । টু জি আৰু থ্রি জি সেৱাৰ ব্যৱহাৰ নামি আহিব ১০ শতাংশৰ তলত ।

5G Fibocom cover

ফাইভ জি প্রযুক্তি ভাৰতৰ বাবে যথেষ্ট লাভজনক হিচাউ প্রমাণিত হ’ব বুলি ধাৰণা কৰা হৈছে । ২০২৩ৰ পৰা ২০৪০-ৰ ভিতৰত ভাৰতৰ অর্থনীতিত কেৱল ফাইভ জি প্রযুক্তিৰ বাবদ প্রায় ৫০ কোটি ডলাৰ অতিৰিক্ত আহিব পাৰে, আশাবাদী টেলিকম বিশেষজ্ঞসকল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 5G Network5G TechnologyIndian Telecom Industry
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d