Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পুনৰ কঁপি উঠিল পাকিস্তান!

    পুনৰ কঁপি উঠিল পাকিস্তান!

    Virat Kohli Retires From Test Cricket: ভাৰতীয় ক্ৰিকেটৰ বাবে এক দুঃখবৰ ৷

    মহাকাশৰ পৰা ভাৰতক নিৰাপত্তা দিছে ১০টি কৃত্রিম উপগ্রহে ! 

    Ghagrapar:ঘগ্রাপাৰ জিলা পৰিষদত বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্রাৰ্থী ডিম্বেশ্বৰ বেজবৰুৱা বিপুল ভোটত জয়লাভ

    Dist. Bjp Pressmeet:বঙাইগাঁৱত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত জিলা বিজেপি সভাপতি উজ্জ্বল কান্তি ৰায়ৰ সংবাদমেল

    Panchayat Election Results 2025:ধেমাজিতো অপ্ৰতিৰোধ্য গতি মিত্ৰজোঁটৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Indian Railway : এবছৰ ধৰি ছাটাই অভিযান আৰম্ভ ভাৰতীয় ৰে’লৰ ! প্ৰকাশ্যে চঞ্চল্যকৰ তথ্য

publisher by publisher
November 24, 2022
in India
Reading Time: 1 min read
0
Indian Railway : এবছৰ ধৰি ছাটাই অভিযান আৰম্ভ ভাৰতীয় ৰে’লৰ ! প্ৰকাশ্যে চঞ্চল্যকৰ তথ্য
1
SHARES
7
VIEWS
ShareShareShareShare

Indian Railway :

ভাৰতীয় ৰেলৱেই প্ৰতি তিনি দিনত এজন বিষয়াক ছাঁটাই কৰিছে! শেহতীয়াকৈ, প্ৰকাশ্যে আহিছে এই আশ্চৰ্যজনক এই পৰিসংখ্যা । তথ্য অনুসৰি ২০২১ চনৰ পৰা আৰম্ভ হৈছে এই ছাঁটাইৰ প্ৰক্ৰিয়া ।

ADVERTISEMENT

ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে (Rail Minister Ashwini Vaishnaw) য়ে কৈছে, যদি কোনোবাই দুৰ্নীতি বা প্ৰতাৰণা কৰে তেন্তে ৰে’ল বিষয়াসকলক সহ্য কৰা নহ’ব। ৰে’লৱেক দুৰ্নীতিমুক্ত কৰাৰ উদ্দেশ্য বৃহৎ সংখ্যক বিষয়াক ছাটাই কৰা আৰম্ভ হৈছে।

RelatedPosts

Railway Appointment: অতি শীঘ্ৰে ৰে’লৱেত ৩২৪৩৮ টা গ্ৰুপ ডি পদত হ’ব নিযুক্তি

Indian Railway:ৰে’লৰ নথিত ‘ইণ্ডিয়া’ৰ পৰিৱৰ্তে লিখা হ’ল ‘ভাৰত

Vande Bharat Train : এইবাৰ আৰম্ভ হ’ব বন্দে ভাৰত মেট্ৰ’ সেৱা ৰে’লক প্ৰস্তাৱ প্ৰধামন্ত্ৰীৰ

ৰে’লৱে সূত্ৰই জনোৱা অনুসৰি, সৰ্বসৰ্বাধিক ১৩৯ জন বিষয়াক ছাটাই কৰা হৈছে। চিবিআইয়ে তেওঁলোকৰ দুজনক উৎকোচ লোৱাৰ অভিযোগ উত্থাপন কৰিছে।

প্ৰশ্ন উত্থাপন হৈছে, ৰে’ল বিষয়াসকলক এনেদৰে আঁতৰাব পাৰিনে? অৱশ্যে, ৰে’লৱেৰ নিযুক্তি আইন অনুসৰি, কৰ্মচাৰীসকলক তিনি মাহৰ জাননীৰে বৰ্খাস্ত কৰিব পাৰি। কৰ্মচাৰীসকলক বাধ্যতামূলক অৱসৰত প্ৰেৰণ কৰিব পাৰি।

আনহাতে, ৰে’লমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছতে অশ্বিনীয়ে কৰ্মচাৰীসকললৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে । তেওঁ বাৰে বাৰে জনাই যে বিষয়াসকলে সঠিকভাৱে কাম নকৰিলে ভিআৰএছৰ স’তে ঘৰত বহিব লাগিব। তথ্য অনুসৰি বিষয়াসকলক বিভিন্ন ৰে’ল বিভাগৰ পৰা বৰ্খাস্ত কৰা হৈছে ।

অৱশ্যে, বৃহৎ সংখ্যক বিষয়াক অপসাৰণ কৰাৰ সন্দৰ্ভত ৰে’লৱেত আন এটা মতামত আহিছে। তথ্য অনুসৰি বহু ক্ষেত্ৰত এনে পৰিস্থিতিৰ সৃষ্টি হয় যাৰ বাবে সংশ্লিষ্ট বিষয়াসকলে অৱসৰ ল’বলৈ বাধ্য হয়।

ছাটাই কৰা বিষয়াসকলৰ এটা অংশৰ নথিত এইটোও কোৱা হৈছে যে তেওঁলোকে পদোন্নতি নোপোৱাকৈ চাকৰি এৰি দিছে। কিন্তু বাস্তৱত, তেওঁলোকক ৰে’লৱেই আঁতৰাই দিছে। ফলত ইমান বোৰ বিষয়াক বৰ্খাস্ত কৰাৰ সঠিক কাৰণ সম্পৰ্কে সন্দেহ থাকি গ’ল।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Ashwini VaishnawINDIAN RAILWAYRail Minister
publisher

publisher

Related Posts

Virat Kohli Retires From Test Cricket: ভাৰতীয় ক্ৰিকেটৰ বাবে এক দুঃখবৰ ৷
News

May 12, 2025
মহাকাশৰ পৰা ভাৰতক নিৰাপত্তা দিছে ১০টি কৃত্রিম উপগ্রহে ! 
India

মহাকাশৰ পৰা ভাৰতক নিৰাপত্তা দিছে ১০টি কৃত্রিম উপগ্রহে ! 

May 12, 2025
Dist. Bjp Pressmeet:বঙাইগাঁৱত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত জিলা বিজেপি সভাপতি উজ্জ্বল কান্তি ৰায়ৰ সংবাদমেল
India

Dist. Bjp Pressmeet:বঙাইগাঁৱত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত জিলা বিজেপি সভাপতি উজ্জ্বল কান্তি ৰায়ৰ সংবাদমেল

May 12, 2025
পুনৰ আৰম্ভ কৰা হৈছে দেশৰ ৩২টা বিমানবন্দৰ ! 

India-Pakistan War:ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ আক্রমণত নিহত ৩৫-৪০ পাক সেনা

বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’
India

যুদ্ধবিৰতিৰ পাছত দুয়োখন দেশৰ ডিজিএমঅ’ৰ বৈঠক !

May 12, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d