Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Madhya Pradesh : চিকিৎসা বিজ্ঞান পৰীক্ষাত দুৰ্নীতি , ২৭৮ জনৰ ভুৱা ডিগ্ৰী লাভ মধ্য

publisher by publisher
November 9, 2022
in India, News
Reading Time: 1 min read
0
Madhya Pradesh : চিকিৎসা বিজ্ঞান পৰীক্ষাত দুৰ্নীতি , ২৭৮ জনৰ ভুৱা ডিগ্ৰী লাভ মধ্য
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

ৰাজ্যত স্বাস্থ্যকৰ্মীৰ অভাৱৰ মাজতে গ্রামাঞ্চলৰ ১২২ চিকিৎসকক অব্যাহতি

Adultery:পৰপুৰুষৰ স’তে শাৰীৰিক সম্পর্ক অবিহনে প্ৰেম পৰকীয়া নহয়: মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়

Voting Started In The Morning In Two States Of The Country:দেশৰ দুই ৰাজ্যত পুৱাৰে পৰা আৰম্ভ ভোটদান

Madhya Pradesh :

কেতিয়াও চিকিৎসা বিজ্ঞান পঢ়া নাই । অথচ আছে চিকিৎসা বিজ্ঞানৰ প্ৰমাণপত্ৰ । বিনা অধ্যয়নেৰে নামৰ আগত চিকিৎসক লিখিবলৈ অনুমতি পালে ২৭৮ জন লোকে । মধ্যপ্ৰদেশৰ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ কে কে ত্ৰিবেদীৰ নেতৃত্বত এখন পাঁচ জনীয়া সমিতিৰ প্ৰতিবেদনত এনে এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে।

ADVERTISEMENT

মধ্য প্ৰদেশ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ ভুৱা শিক্ষাৰ্থীৰ বিৰুদ্ধে চিকিৎসা বিজ্ঞানৰ প্ৰমাণপত্ৰ দিয়াৰ অভিযোগত ২০২১ চনৰ ১৬ আগষ্টত গোচৰ ৰুজু কৰা হয় ।

উচ্চ ন্যায়ালয়ত কে’বাজনো চিকিৎসা বিদ্যাৰ্থীয়ে তেওঁলোকৰ পিটিছনত দাবী কৰে যে ৰাজ্যখনৰ চিকিৎসা মহাবিদ্যালয়সমূহত বৃহৎ পৰিমাণৰ দুৰ্নীতি আৰু অনিয়ম হৈছে।

তেওঁলোকে অভিযোগ কৰে যে ২০১৮-১৯ বৰ্ষৰ চিকিৎসা পৰীক্ষাত এক বৃহৎ খেলিমেলি হৈছে। উদাহৰণ স্বৰূপে, শিক্ষাৰ্থী নোহোৱা বহুতে চিকিৎসা বিজ্ঞানৰ প্ৰমাণপত্ৰ প্ৰাপ্ত কৰিছে।

সংশ্লিষ্ট চিকিৎসা বিশ্ববিদ্যালয়ৰ অধীনত চৰকাৰী আৰু ব্যক্তিগত দুয়োটা লগ হৈ মধ্য প্ৰদেশত প্ৰায় ৯৫৪ খন চিকিৎসা, নাৰ্চিং আৰু পেৰা-মেডিকেল মহাবিদ্যালয় আছে, । তাত এনে গুৰুত্বৰ অভিযোগ পাই তদন্তৰ নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে ।

২০২১ চনৰ চাৰি অক্টোবৰত মুখ্য ন্যায়াধীশ মহম্মদ ৰফিক আৰু ন্যায়াধীশ বিশাল ধাগাটাক লৈ গঠিত মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ এটা খণ্ড বিচাৰপীঠে এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এখন পাঁচ জনীয়া সমিতি গঠন কৰে।

সমিতিখনে বিভিন্ন চিকিৎসা আৰু পেৰা-মেডিকেল মহাবিদ্যালয়ৰ সাতজন অভিযোগকাৰীৰ অভিযোগৰ ওপৰত চকু দিছে । সমিতিখনে জুলাইত উচ্চ ন্যায়ালয়ত ইয়াৰ প্ৰতিবেদন দাখিল কৰে । গোচৰটোৰ পৰৱৰ্তী শুনানি দুই জানুৱাৰী, ২০২৩ তাৰিখে হ’ব।

প্ৰাপ্ত তথ্য অনুসৰি এটা সংবাদ মাধ্যমই প্ৰতিবেদনখনৰ এটা প্ৰতিলিপি লাভ কৰা বুলি দাবী কৰে । তেওঁলোকে দাবী কৰে যে ২৭৮ টা ঘটনা ঘটিছে য’ত যিসকলে চিকিৎসা অধ্যয়ন কৰিবলৈ প্ৰৱেশ কৰিছে আৰু যিসকলে চিকিৎসা প্ৰমাণপত্ৰ লাভ কৰিছে তেওঁলোক পৃথক!

ইয়াৰ ওপৰিও আনকি এটা ৰোল নম্বৰত, অন্য নামৰ লোকেও চিকিৎসা ডিগ্ৰী লাভ কৰিছে। বিশ্ববিদ্যালয় আৰু চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ এটা অংশৰ দুৰ্নীতি স্পষ্ট, বুলি প্ৰতিবেদনত কোৱা হৈছে।

সমিতিৰ প্ৰতিবেদনৰ উদ্ধৃতি দি সংবাদ মাধ্যমসমূহে প্ৰকাশ কৰিছে যে ২০১৮-১৯ শিক্ষাবৰ্ষত ১৩ জন লোকে এমবিবিএছ আৰু বিডিএছ অধ্যয়নৰ বাবে এনআৰআই বা অনাবাসী কোটাত প্ৰৱেশ কৰিছে।

তেওঁলোকৰ ভিতৰত, ১১ জন পৰীক্ষাত অনুতীৰ্ণ হৈছিল। কিন্তু পিছলৈ, ‘বিশেষ পুনৰ-মূল্যাঙ্কন’ত তেওঁলোকৰ সংখ্যা বৃদ্ধি পাইছিল আৰু তেওঁলোক চিকিৎসক হয়।

মধ্যপ্ৰদেশৰ শিক্ষা মন্ত্ৰী (চিকিৎসা) বিশ্বাস চাৰঙে কয়, “আমি অনিয়মৰ স’তে জড়িত সকলোৰে বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছো। আদালতে নিৰ্দেশ দিলে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব। “

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DegreeDoctorsMadhya Prdesh
publisher

publisher

Related Posts

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ
Assam

September 24, 2026
Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা
Assam

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

September 24, 2026
Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ
International

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

September 24, 2026
NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ
International

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

September 24, 2026
Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি
Assam

Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

September 24, 2026
Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প
Assam

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

September 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d