Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dibrugarh University Ragging : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিঙৰ তাণ্ডৱ

publisher by publisher
November 28, 2022
in News, Assam
Reading Time: 1 min read
0
Dibrugarh University Ragging : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিঙৰ তাণ্ডৱ
4
SHARES
36
VIEWS
ShareShareShareShare

Dibrugarh University Ragging :

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিঙৰ নামত অত্যাচাৰৰ চৰম সীমা অতিক্রম হোৱাৰ ফলত অতি সংকটজনক অৱস্থাত এজন ছাত্র চিকিৎসাধীন হ’বলগীয়া হৈছে। তদুপৰি আন দুজন ছাত্র আহত হৈছে।

ADVERTISEMENT

বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাসত যোৱা নিশা তিনিজন ছাত্রক একাংশ উদণ্ড ছাত্রই অর্ধউলংগ কৰি গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাত বাণিজ্য বিভাগৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ আনন্দ শৰ্মাৰ অৱস্থা অতি সংকটজনক হৈ পৰে।

RelatedPosts

উজনিৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৰ্তুবিংশতিতম সমাৱর্তন

Dibrugarh university :ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সভাক আলোচনালৈ আমন্ত্ৰণ কৰি অপমান শিক্ষামন্ত্ৰীৰ

P.T.Usha And Sarbananda Sonowal :যশস্বী দৌৰবিদ পিটি ঊষাৰ স’তে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ৫৬তম বিশ্ববিদ্যালয় সপ্তাহৰ শুভাৰম্ভণি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

আন দুজন ছাত্র মাছ কমিউনিকেছন বিভাগৰ জ্যোতিষ কুমাৰ কলিতা আৰু উজ্জ্বল কুমাৰ কলিতাই ৰেগিঙৰ নামত চৰম অত্যাচাৰ চলাই থকা ছাত্ৰ দলৰ মাজেৰে কৌশলেৰে পলায়ন কৰিবলৈ সক্ষম হয় যদিও সম্প্রতি চিকিৎসাধীন আনন্দ ছাত্ৰ দলৰ অধিক ৰোষৰ সন্মুখীন হয়।

অভিযোগ অনুসৰি যোৱা নিশা বিশ্ববিদ্যালয়ৰ তিনিওজন ছাত্রকে উদও ছাত্ৰৰ দলটোৱে অৰ্ধ উলংগ কৰি চৰ, ভুকু শোধোৱাৰ লগতে লাঠি আৰু বীয়েৰৰ বটলেৰে প্ৰহাৰ কৰে। অভিযোগ উঠিছে যে ভুক্তভোগী ছাত্রক মদ আৰু ভাং সেৱন কৰিবলৈ বাধ্য কৰোৱা হৈছিল।

আন এক অভিযোগ অনুসৰি আনন্দক অর্ধ উলংগ অৱস্থাত দুজন ছাত্ৰৰ মাজত শুবলৈ দিয়া হৈছিল। এনে চৰম অত্যাচাৰত জ্যোতিষ আৰু উজ্জ্বলে কৌশলেৰে পলায়ন কৰি অধিক অত্যাচাৰৰ পৰা নিজকে বচাবলৈ সক্ষম হয় যদিও আনন্দ শৰ্মাৰ ওপৰত উৎপীড়ন অব্যাহত থাকে।

আনন্দক এটি অতি গধুৰ বস্তুৰে আঘাত কৰাত তেওঁৰ অৱস্থা শোচনীয় হৈ পৰে। তেতিয়া আক্ৰমণকাৰী ছাত্ৰৰ দলটোৱে আনন্দক ছাত্ৰাৱাসৰ এটা কোঠাত ভৰাই থৈ আবদ্ধ কৰি সেই স্থান ত্যাগ কৰে। বন্ধ কোঠাত বন্দী হৈ পৰা আনন্দই তেওঁৰ জীৱনত সকলো শেষ হ’ল বুলি ভাবি ছাত্ৰাৱাসৰ দুমহলাৰ পৰা জঁপিয়াই আত্মৰক্ষাৰ চেষ্টা চলায় ৷

সৌভাগ্যবশতঃ তেওঁৰ প্ৰাণ ৰক্ষা পৰে যদিও ৰাজহাড় আৰু মূৰত গভীৰভাৱে আঘাতপ্রাপ্ত হয়। পৰৱৰ্তী সময়ত একাংশ ছাত্ৰৰ সহযোগত বিশ্ববিদ্যালয় কর্তৃপক্ষই আনন্দক ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিংহোমত চিকিৎসাধীন কৰায়।

চিকিৎসালয় কর্তৃপক্ষই ছাত্ৰজনৰ অৱস্থা দেখি তাৎক্ষণিকভাৱে আইচিইউলৈ প্ৰেৰণ কৰে। বৰ্তমান ছাত্ৰজনে মৃত্যুৰ স’তে যুঁজি থকা বুলি চিকিৎসালয়ৰ সূত্ৰত প্ৰকাশ।

ইপিনে, আন দুজন ভুক্তভোগী ছাত্রক বিশ্ববিদ্যালয় কর্তৃপক্ষই নিৰাপত্তাজনিত কাৰণত ছাত্ৰাৱাসৰ পৰা আঁতৰাই সুৰক্ষিত স্থানত ৰখা বুলিও সূত্ৰত প্ৰকাশ। প্রাপ্ত তথ্য অনুসৰি ৰেগিঙৰ নামত উৎপীড়ন চলোৱা উদণ্ড ছাত্ৰৰ দলটোৱে তিনি ভুক্তভোগী ছাত্ৰৰ পৰা ম’বাইল ফোন কাঢ়ি লৈছিল।

কেৱল ইমানেই নহয়, তেওঁলোকক অর্ধউলংগ কৰি নির্মমভাৱে প্ৰহাৰ কৰিছিল আৰু বীয়েৰৰ বটলো ব্যৱহাৰ কৰিছিল। ইপিনে, আনন্দৰ পৰিয়ালে ঘটনাৰ সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

ইপিনে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড° জিতেন হাজৰিকাই কয় যে ঘটনাৰ স’তে জড়িত কোনো লোকেই পলাই সাৰিব নোৱাৰিব। উপযুক্ত শাস্তি লাভ কৰিব জড়িতসকলে। অৱশ্যে বিশ্ববিদ্যালয় কর্তৃপক্ষই কি ব্যৱস্থা লয় তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Dibrugarh UniversityRagging
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d