Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

    Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

    All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

    Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

    Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

    পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

SARS-COV-2 : ছাৰ্ছ ক’ভ-২ মনু্ষ্যৰ দ্বাৰা প্ৰস্তুত, দাবী বৈজ্ঞানিকৰ

publisher by publisher
December 6, 2022
in International, News
Reading Time: 1 min read
0
SARS-COV-2 : ছাৰ্ছ ক’ভ-২ মনু্ষ্যৰ দ্বাৰা প্ৰস্তুত, দাবী বৈজ্ঞানিকৰ
0
SHARES
4
VIEWS
ShareShareShareShare

SARS-COV-2 :

নোভেল কৰ’না ভাইৰাছ বা ছাৰ্ছ ক’ভ-২ ‘মানুহৰ দ্বাৰা প্ৰস্তুত’ । এই দাবী কৰিলে আমেৰিকান গৱেষক এণ্ড্ৰু হাফে । আৰু জনালে, দুবছৰ পূৰ্বে চীন চৰকাৰ পৰিচালিত ‘উহান ইনষ্টিটিউট অৱ ভাইৰ’লজি’-ৰ গৱেষণাগাৰৰ পৰা সেয়া কেনেদৰে বিয়পি পৰে ।

ADVERTISEMENT

এক ব্রিটিছ সংবাদপত্রক দিয়া সাক্ষাৎকাৰত এই দাবী কৰিছে তেওঁ । পাছত তেওঁৰ কথা প্রকাশিত হৈছে আমেৰিকাৰ এক প্রথম শাৰী দৈনিকতো ।

RelatedPosts

Middle East War:ভূমধ্য সাগৰৰ পৰা ওমান উপসাগৰৰ আকাশ ছানিছে ক’লা ধোঁৱাই

বিশ্বৰ ভিতৰতে জাপানীসকলৰ মাজত স্থূলতাৰ হাৰ কম

অন্তৰীক্ষত সঘন টহল চীনা স্পেচপ্লেনৰ

উহান ইনষ্টিটিউটৰ স’তে অতীতত কাম কৰিছে এপিডিমিয়’লজিষ্ট হাফে । তেওঁৰ সেই অভিজ্ঞতাক লৈ এখন গ্ৰন্থ প্রকাশ কৰিছে সম্প্রতি । নাম ‘দ্য ট্রুথ এবাউট উহান’ ।

লেখক হাফৰ দাবী, এই অতিমাৰীৰ বাবে চীন আৰু আমেৰিকাই জগৰীয়া । আমেৰিকা চৰকাৰে দিয়া অর্থ আৰু জৈৱপ্রযুক্তিতেই কৰ’নাভাইৰাছ সম্পৰ্কে গৱেষণা চলিছিল চীনত । ভাইৰাছবিধ লেবৰ পৰা বিয়পি পৰাৰ কাৰণ, গৱেষণাগাৰত উপযুক্ত নিৰাপত্তা ব্যৱস্থা নাছিল ।

অতিমাৰীৰ আৰম্ভণিৰ পৰাই চীনৰ উহান ইনষ্টিটিউট বিতর্কৰ শিৰোনামত । ২০১৯ৰ শেষত উহানত প্রথম কৰ’না সংক্রমণ ধৰা পৰে । ইয়াৰ বাবে চীনক কাঠগড়াত তোলা হৈছিল । কিন্তু চীন চৰকাৰ বা উহানৰ গৱেষকসকলে, কোনেও সেই অভিযোগ মানি নলয় ।

চীনৰ দাবী আছিল, তেওঁলোকৰ দেশত ভাইৰাছবিধ চিহ্নিত হৈছে মাত্র । উৎস অন্য কোনো দেশ । তেওঁলোকৰ ইংগিত স্পষ্টভাৱেই আছিল আমেৰিকাৰ দিশে ।

ইয়াৰ মাজতে ৰাষ্ট্ৰসংঘ‌ই এটা বিশেষজ্ঞ দল প্ৰেৰণ কৰিছিল চীনত । কিন্তু বিশেষজ্ঞসকলে উভতি আহি ক্লিন চিট দিয়ে উহান ইনষ্টিটিউটক । ইয়াৰ পাছতো উহানক লৈ সন্দেহ অব্যাহত থাকে । উহানৰ গৱেষণাত আমেৰিকা জড়িত থকাৰ অভিযোগো আগতে উঠিছিল । যদিও বিষয়টোক সিমান গুৰুত্ব দিয়া নহয় ।

এণ্ড্ৰু হাফে তেওঁৰ গ্ৰন্থত উল্লেখ কৰিছিল, ‘‘বায়’ছেফ্টি, বায়’ছিকিঅ’ৰিটি বা অন্যান্য বিপদ নিয়ন্ত্ৰণৰ দৰে ব্যৱস্থাপনা বিদেশী গৱেষণাগাৰটোত নাছিল । সেয়ে ‘উহান ইনষ্টিটিউট অৱ ভাইৰ’লজি’-ৰ‌ লেবৰ পৰা ভাইৰাছ বিয়পি পৰিছিল ।’’

এক দশকৰো অধিক সময় ধৰি উহান ইনষ্টিটিউটে বাদুলীত থকা বিভিন্ন ধৰণৰ কৰ’নাভাইৰাছক লৈ কাম কৰিছে । সংস্থাটোক অর্থসাহায্য কৰি গৈছে আমেৰিকান চৰকাৰৰ ‘নেছনেল ইনষ্টিটিউট অৱ হেল্থ’ (এনআইএইচ) । তেওঁলোকে বিভিন্ন ধৰণৰ বায়’মেডিকেল ৰিছার্চত অংশ লয় ।

হাফে ২০১৪ৰ পৰা ২০১৬ ‘ইক’হেল্থ এলায়েন্স’ নামে এটা আমেৰিকান স্বেচ্ছাসেৱী সংস্থাত কাম কৰিছিল । তেওঁ জনাইছে, এই সংস্থাটোৱে বহু বছৰ ধৰি উহান লেবৰ স’তে কাম কৰিছিল । তেওঁলোকৰ কামেই আছিল বাদুলীৰ নতুন কৰ’নাভাইৰাছ প্রজাতি তৈয়াৰ কৰা ।

লক্ষ্য আছিল, বায়’ইঞ্জিনিয়াৰিঙৰ জৰিয়তে এনে প্রজাতি তৈয়াৰ কৰা, যিয়ে পৃথিৱীত থকা বিপজ্জনক ভাইৰাছ ধ্বংস কৰিব পাৰিব । হাফে তেওঁৰ গ্ৰন্থত লিখিছে, ‘‘চীনে প্রথম দিনৰ পৰা জানিছিল, সমগ্ৰ বিশ্বত বিয়পি পৰা ভাইৰাছবিধ জেনেটিকেলি ইঞ্জিনিয়াৰড্ । অৱশ্যে চীনৰ হাতত এনে বিপজ্জনক জৈৱপ্রযুক্তি তুলি দিয়াৰ বাবে আমেৰিকা চৰকাৰকো জগৰীয়া কৰা হৈছে বার্তাত ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ChinaSARS-CoV-2USA
publisher

publisher

Related Posts

ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী
News

March 11, 2026
Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !
International

Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

March 11, 2026
All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই
News

All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

March 11, 2026
Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
News

Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

March 11, 2026
Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক
Crime

Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

March 11, 2026
পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d