Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

একেৰাহে ৪০ ঘণ্টা হৃৎস্পন্দন বন্ধ থকাৰ পাছতো বাচিল ব্যক্তি

চীনৰ এই ঘটনাক 'মেডিকেল মিৰাকল ' আখ্যা চিকিৎসকৰ

publisher by publisher
May 1, 2026
in International, News
Reading Time: 1 min read
0
একেৰাহে ৪০ ঘণ্টা হৃৎস্পন্দন বন্ধ থকাৰ পাছতো বাচিল ব্যক্তি
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

সাগৰলৈ জাহাজ চলাচল কৰিব পৰাকৈ ১৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ নলা খান্দিলে চীনে

Former Chinese Defence Ministers Wei Fenghe and Li Shangfu:দুর্নীতি কৰাৰ অভিযোগত চীনৰ দুই প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্রীক মৃত্যুদণ্ড

চিকিৎসা বিজ্ঞানৰ জগতখনৰ এক অবিশ্বাস্য ঘটনা সম্প্রতি পোহৰলৈ আহিছে। একেৰাহে ৪০ ঘণ্টা প্রায় হৃৎস্পন্দন অবিহনেই বাচি থাকিল এজন ব্যক্তি। শেষ পর্যন্ত সুস্থ হৈ হাস্পতালৰ পৰা খোকজাঢ়িয়েই ওলাই আহিল সেই ব্যক্তি।

ADVERTISEMENT

এই ঘটনাক চিকিৎসকসকলে ‘মেডিকেল মিৰাকল’ আখ্যা দিছে। এই ঘটনা চীনৰ পূৰ্বাঞ্চলৰ। প্রায় ৪০ বছৰীয়া লোকজনে প্রথমে বুকুত অস্বস্তি, চাপ অনুভৱ কৰা শ্বাস-প্রশ্বাসৰ সমস্যাত হাস্পতালত ভর্তি হয়। প্রথমে চিকিৎসকে সাধাৰণ হৃদযন্ত্ৰৰ সমস্যাৰ দৰেই চিকিৎসা আৰম্ভ কৰে; কিন্তু কিছু সময়ৰ ভিতৰতে তেওঁৰ অৱস্থাৰ দ্রুত অৱনতি হ’বলৈ ধৰে।

হঠাৎ লোকজনৰ কার্ডিয়াক এৰেষ্ট হয়। অর্থাৎ হৃদযন্ত্রই কাম কৰা বন্ধ কৰি দিয়ে।একে সয়মতে তেওঁৰ শ্বাস-প্রশ্বাসো প্রায় বন্ধ হৈ পৰে। এই অৱস্থাত চিকিৎসকে দ্রুত চিপিআৰ দিবলৈ আৰম্ভ কৰে। সমান্তৰালকৈ ডিফিব্রিলেটৰ ব্যৱহাৰ কৰি হৃৎস্পন্দন ঘূৰাই অনাৰ চেষ্টা কৰা হয়; কিন্তু বাৰম্বাৰ চেষ্টা কৰা সত্ত্বেও স্বাভাৱিক হৃৎস্পন্দন ঘূৰি অহা নাছিল ।

পৰিস্থিতি অত্যন্ত সংকটজনক হৈ উঠাত চিকিৎসকসকলে ইচিএমঅ’ (এক্সট্রাকপ’ৰিয়াল মেমব্রেন অক্সিজেনেচন) নামৰ এবিধ লাইফ ছাপ’র্ট ছিষ্টেম ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লয়। এয়া এনে এক উন্নত প্রযুক্তি, য’ত শৰীৰৰ বাহিৰত এটা মেচিনত তেজত অক্সিজেন মিহলাই সেয়া আকৌ শৰীৰলৈ প্ৰেৰণ কৰা হয়।

ইয়াৰ ফলত হৃদযন্ত্ৰ আৰু হাওঁফাওঁরে কিছু সময় বিশ্রাম পায় আৰু শৰীৰৰ প্ৰয়োজনীয় কাম চলি থাকে।

প্রায় ৪০ ঘণ্টা ধৰি লোকজনৰ নিজৰ হৃদযন্ত্রই স্বাভাবিকভাৱে কাম কৰা নাছিল। ইমান দীঘলীয়া সময় হৃৎস্পন্দন বন্ধ থকাৰ পাছতো বাচি ঘূৰি অহাতো অত্যন্ত বিৰল ঘটনা।

চিকিৎসকসকলেও প্রথমে বৰ বেছি আশা দেখা নাছিল। কাৰণ ইমান সময়ে ৰক্ত সঞ্চালন সঠিকভাৱে নহ’লে মস্তিষ্ক, বৃক্ক আৰু শৰীৰৰ অন্যান্য গুৰুত্বপূৰ্ণ অংগ ক্ষতিগ্রস্ত হ’ব পাৰে। অথচ আশ্চর্যজনকভাৱে লাহে লাহে লোকজনৰ হৃদযন্ত্ৰই আকৌ নিজাকৈ কাম আৰম্ভ কৰে।

চিকিৎসকসকলে জনায় যে এয়া প্রায় অলৌকিক ঘটনা।ইয়াৰ পাছতো তেওঁক আৰু প্রায় ১০ দিন ইচিএমঅ’ৰ সহায়ত ৰখা হয়, যাতে শৰীৰ সম্পূৰ্ণৰূপে স্থিতিশীল হয়।

সবাতোকৈ ডাঙৰ স্বস্তিৰ খবৰটো আছিল, তেওঁৰ মস্তিষ্কৰ ডাঙৰ কোনো ক্ষতি নহ’ল। তেওঁ লাহে লাহে সম্পূর্ণ সচেতন হৈ উঠে, স্বাভাৱিকভাৱে কথা কয় আৰু শৰীৰো দ্রুত সুস্থ হ’বলৈ ধৰে। অৱশেষত লোকজনে হাস্পতালৰ পৰা খোজকাঢ়িয়েই বাহিৰলৈ ওলাই আহে। চিকিৎসকসকলে কয় যে আধুনিক প্রযুক্তি, দ্রুত চিকিৎসা আৰু চিকিৎস দলৰ নিৰলস প্রচেষ্টাৰ ফলতেই এই অসম্ভৱক সম্ভৱ কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ChinaMedical
publisher

publisher

Related Posts

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d