Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Sonari police Station Firing : সোণাৰী আৰক্ষী নিৱেশত অঘটন

সতীৰ্থ আৰক্ষীৰ গুলীত নিহত আৰক্ষী কনিষ্টবল

publisher by publisher
December 6, 2022
in News, Assam
Reading Time: 2 mins read
0
Sonari police Station Firing : সোণাৰী আৰক্ষী নিৱেশত অঘটন
2
SHARES
23
VIEWS
ShareShareShareShare

Sonari police Station Firing :

ADVERTISEMENT

কৰ্তব্যৰত আৰক্ষী জোৱানেই সতীৰ্থক নিৰ্বিচাৰ গুলী চালনা কৰাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে সোণাৰি থানাত। মঙলবাৰে পুৱা প্ৰায় ৯.২০ মিনিটত সোণাৰি সদৰ আৰক্ষী থানা চৌহদৰ মূল প্ৰৱেশ দ্বাৰতেই এই লোমহৰ্ষক ঘটনা সংঘটিত হয়।

RelatedPosts

Tapan Kr. Gogoi:দলীয় টিকটৰ পৰা বঞ্চিত তপন কুমাৰ গগৈৰ দলত্যাগৰ প্ৰস্তুতি

মৃত্যুৰ পূৰ্বে একেখিনি কথাই কয় সকলোৱে!

ডাম্বলৰে মূৰত আঘাত, অতিসংখ্যক ৰক্তপাত

মূল প্ৰৱেশ দ্বাৰত কৰ্তব্যৰত চন্তৰী তথা নৱম অসম আৰক্ষী বেটেলিয়ানৰ জোৱান দীপক কাকতি (৪২) ক “ৰিলিভ” দিবলৈ আহিছিল একেটা বেটেলিয়ানৰ জোৱান গকুল বসুমতাৰীয়ে (৩৬)।

9b72fb53 8e9b 4708 b701 fd19447e3f3eবিগত কিছুদিনৰ পৰা দুয়োৰে মাজত চলি থকা সংঘাতৰ বাবে দীপক কাকতিয়ে গকুল বসুমতাৰীৰ মুখামুখি হৈ খঙত জ্বলিপকি উঠে।

থানাৰ মুল প্ৰৱেশ দ্বাৰত দিনৰ ভাগৰ চন্তৰীৰ দায়িত্ব লবলৈ অহা গকুল বসুমতাৰীক লক্ষ্য কৰি দীপক কাকতিয়ে নিজৰ চাৰ্ভিছ “ইনচাৰ্ছ”ৰে উপৰ্যুপৰি গুলীবৰ্ষণ কৰে। আকস্মিক এই গুলীচালনাত গকুল বসুমতাৰীৰ শৰীৰ গুলীৰে থকাসৰকা হয় আৰু ঠাইতে ঢলি পৰে।

ইফালে, থানা চৌহদত আকস্মিক ভাবে ধাৰাষাৰ গুলীৰ শব্দ হোৱাত এক আতংকময় পৰিবেশৰ সৃষ্টি হয় আৰু লগে লগে কৰ্তব্যৰত আৰক্ষী বিষয়া, আৰক্ষী জোৱান বাহিৰলৈ ওলাই আহে।

থানা চৌহদৰ মুল প্ৰৱেশ দ্বাৰৰ মাটিত তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি ৰৈছিল আৰক্ষী জোৱান গকুল বসুমতাৰীৰ নিথৰ দেহ আৰু কাষতে “ইনচাৰ্ছ” ৰাইফল হাতত লৈ থিয় হৈ আছিল দীপক কাকতি।

হাতত আগ্নেয়াস্ত্ৰ থকাৰ বাবে দীপকৰ ওচৰলৈ কোনো আগবাঢ়ি অহা নাছিল। অৱশ্যে পাছত দীপক কাকতিয়ে “খতম কৰি দিলো” বুলি কৈ সোণাৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে৷

উল্লেখ্য যে, এই গুলীবৰ্ষণত গকুল বসুমতাৰীৰ মুৰৰ লাওখোলা উৰি যোৱাৰ লগতে মুখ, ডিঙি, বাউসী আদিত গুলী সোমায়। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে তিনিটা গুলীৰ কাৰ্টুজ উদ্ধাৰ কৰে।

নিহত গকুল বসুমতাৰীৰ ঘৰ নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বৰদল গাঁৱত। আনহাতে, দীপক কাকতিৰ ঘৰ বাইহাটা চাৰিআলিত। ইতিমধ্যে হত্যাকাৰী দীপক কাকতিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

তথ্য অনুসৰি, নৱম আৰক্ষী বেটেলিয়ানৰ জোৱান গকুল বসুমতাৰী আৰু দীপক কাকতিৰ মাজত বিগত তিনি-চাৰি দিনৰ পৰা তুমুল বাকবিতণ্ডাৰ নগতে হতাহতি পৰ্যন্ত ঘটনা সংঘটিত হৈছিল  ৷ চৰাইদেউ উপায়ুক্ত কাৰ্যালয় ভৱনৰ ওপৰ মহলাত মোতায়েম কৰা আৰক্ষী বেটেলিয়ানৰ দুই জোৱান আছিল গকুল আৰু দীপক।

কিছুদিন পূৰ্বে দীপক কাকতি আৰু এজন জোৱানৰ মাজত হোৱা কাজিয়া ভাঙিবলৈ আহিছিল গকুল বসুমতাৰী আৰু এটি পৰিস্থিতিত গকুলে দীপকক দুটাকৈ প্ৰচণ্ড গোৰ শোধাইছিল। এই ঘটনা সাধাৰণ কাজিয়া বুলি ভাবিয়েই সতীৰ্থ সকলে বিশেষ চিন্তা কৰা নাছিল।

ইফালে, এই ঘটনাৰে পোতক তুলিবলৈ দীপক কাকতিয়ে সুবিধা বিচাৰি আছিল আৰু আজি এই সুবিধা লৈ সতীৰ্থক নিৰ্বিচাৰে গুলী চলাই হত্যা কৰে।

মনকৰিবলগীয়া যে, গুলী চালনা কৰাৰ সময়ত দীপক কাকতি সুৰাসক্ত হৈ আছিল। অৰ্থাৎ থানাৰ মুল প্ৰৱেশদ্বাৰত চন্তৰীৰ দায়িত্ব পালন কৰাৰ সময়ত দীপক কাকতিয়ে সুৰাপান কৰিছিল। চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰাৰ সময়তো সুৰাপান কৰাতো ধৰা পৰে।

উল্লেখযোগ্য যে দীপক কাকতিয়ে ইয়াৰ পূৰ্বে টেঙাপুখুৰী থানাত নিয়োজিত হৈ থকাৰ সময়তো সতীৰ্থ জোৱান এজনক গুলীয়াবলৈ উদ্যত হৈছিল আৰু উক্ত ঘটনাৰ পাছতে তাৎক্ষণিক ভাবে সোণাৰিলৈ বদলি কৰা হৈছিল দীপক কাকতিক।

তেতিয়াই দীপক কাকতিক অনুশাসন মূলক ব্যৱস্থা ৰূপে “ৰিজাৰ্ভ ক্লজ” কৰা হলে আজিৰ এনে ঘটনা হবলৈ নেপালেহেতেন বুলিও আৰক্ষী জোৱানৰ মাজত সৰব আলোচনা চলিছে।

হত্যাকাৰী আৰক্ষী জোৱান দীপক কাকতিক আজি দুপৰীয়া আদালতলৈ নিয়াৰ সময়ত গকুল বসুমতাৰীয়ে তেওঁক মাৰপিট কৰা বুলি ব্যক্ত কৰাৰ লগতে আজিৰ ঘটনাৰ বাবে অনুতপ্ত বুলিও সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DeathFiringPolice StationSonari
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d