Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Guwahati Pollution : ভয়ংকৰ প্ৰদূৰ্ষণৰ গ্ৰাসত মহানগৰী

    Turkey Earthquake : ভূমিকম্পত বিধ্বস্ত হোৱা তুৰস্কলৈ ভাৰতীয় সেনা

    Russia-Ukraine War : প্ৰাণঘাতী আক্ৰমণত মৃত্যু হেজাৰৰো অধিক ৰুছ সেনাৰ ! দাবী ইউক্ৰেইনৰ

    Kaziranga Murder Case :কাজিৰঙাত নৃশংস হত্যাকাণ্ড

    Youth 20 Inception Meeting : আই আই টি গুৱাহাটীত ৱাই-২০ দ্বিতীয় বৈঠকৰ যুৱ সমাৰোহত

    Chenga Mla Ashraful Hussain :বিপদত চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    Pathaan : বক্স অফিচত দ্রুতগতিত ৪০০ কোটি টকাৰ ব্যৱসায় কৰা প্রথম ছবিৰ স্বীকৃতি ‘পঠান’ক

    Pathaan in Pakistan : চেঞ্চৰ বোৰ্ডৰ তৰফৰ পৰা জাননী , পাকিস্তানত বন্ধ হ’ল ‘ পাঠান ‘

    3 Idiots : পুনৰ আহিব থ্রী ইডিয়ট!

    3 Idiots : পুনৰ আহিব থ্রী ইডিয়ট!

    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope : ৰাশিফল

    Horoscope : ৰাশিফল

    Thyroid : থাইৰয়ডৰত আক্ৰান্ত নহয়টো ? ভৰিৰ কোন কেইটা উপসৰ্গ দেখিলে হ’ব সাৱধান …

    Cought : এই সমূহ নিয়মমানি দুই মিনিটত বন্ধ কৰক কাঁহ !

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home India

Smriti Irani : পাঠানৰ ‘বেছৰম’ বিতর্কৰ মাজতেই গেৰুৱা ছুইমিংছুটত স্মৃতিৰ ছবি ভাইৰেল কৰিলে তৃণমূল নেতাই

publisher by publisher
December 16, 2022
in Entertainment, India, News, Politics
Reading Time: 1 min read
0
Smriti Irani : পাঠানৰ ‘বেছৰম’ বিতর্কৰ মাজতেই গেৰুৱা ছুইমিংছুটত স্মৃতিৰ ছবি ভাইৰেল কৰিলে তৃণমূল নেতাই
2
SHARES
15
VIEWS
ShareShareShareShare

Smriti Irani :

শ্বাহৰুখ খান আৰু দীপিকা পাডুক’নৰ আগন্তুক ছবি ‘পাঠান’-ৰ প্রথম গীতৰ ভিডিঅ’ মুক্তি পোৱাৰ পাছতেই আৰম্ভ হৈছে বিতর্ক । ‘বেছৰম ৰং’-ত দীপিকা পাডুক’নক শ্বাহৰুখ খানৰ স’তে ঘনিষ্ঠ অৱস্থাত দেখি গৰিহণাত মুখৰ হয় কিছুসংখ্যক ৰাজনৈতিক নেতা ।

ADVERTISEMENT

এইবাৰ সেই বিতর্কৰ প্ৰভাৱ পৰিল টুইটাৰতো । কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰানিৰ ১৯৯৮ত ‘মিছ ইণ্ডিয়া’ প্রতিযোগিতাৰ এটা ভিডিঅ’ ক্লিপ লৈ বিজেপিক কটাক্ষ কৰিলৈ তৃণমূলে । সামাজিক মাধ্যমত বিতণ্ডাত জড়িত হ’ল দুই দলৰ নেতৃত্ব ।

RelatedPosts

BJP Press Meet : অজিত ভূঞা আটাইতকৈ দূৰ্নীতিগ্ৰস্থ সাংসদ : ৰাজ্যিক বিজেপি

Pathaan : ৭০০ কোটিৰ ব্যৱসায় সম্পন্ন , লক্ষ্য এতিয়া ১০০০ কোটিৰ ক্লাবৰ

Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

বৃহস্পতিবাৰে কলকাতা আন্তর্জাতিক চলচ্চিত্র উৎসৱত সংগীত শিল্পী অৰিজিৎ সিঙৰ এটা ভিডিঅ’ টুইট কৰিছিল বিজেপিৰ আইটি চেলৰ প্রধান অমিত মালবীয়‌ই । এই ভিডিঅ’ত মুখ্যমন্ত্রী মমতা বন্দ্যোপাধ্যায়ৰ অনুৰোধত গীতৰ দুটা কলি গাইছিল অৰিজিতে । সেইটো শ্বাহৰুখ অভিনীত ‘দিলৱালে’ ছবিৰ গীত — ‘ৰং দে তু মোহে গেৰুৱা ।’

रंग दे तू मोहे गेरुआ…… pic.twitter.com/KSNmA9wp6h

— 𝐑𝐢𝐣𝐮 𝐃𝐮𝐭𝐭𝐚 (@DrRijuDutta_TMC) December 16, 2022

অমিতৰ ‘গেৰুৱা কটাক্ষ’ বুজিব পাৰি এই টুইটৰ কমেন্টত স্মৃতি ইৰানিৰ এটা ভিডিঅ’ প’ষ্ট কৰিলে তৃণমূল নেতা ৰিজু দত্ত‌ই । ভিডিঅ’টো ১৯৯৮ৰ । মিছ ইণ্ডিয়া প্রতিযোগিতাত অংশ লোৱা ইৰানিক দেখা গৈছে গেৰুৱা সাঁতুৰ পোছাকত । টুইটাৰত কেপছনত তৃণমূল নেতাগৰাকীয়ে লিখে, ‘‘ৰং দে তু মোহে গেৰুৱা ।’’

এই ভিডিঅ’ প’ষ্টৰ পৰিপ্রেক্ষিতত তীব্র প্রতিক্রিয়া জনাইছে বিজেপি সাংসদ লকেট চট্টোপাধ্যায়ে । তৃণমূল নেতাক মহিলাবিদ্বেষী বুলি কটাক্ষ কৰে তেওঁ ।

Shame on Mamata Banerjee for appointing such misogynist men as TMC’s national spokesperson. He has no respect for women and the choices they make in life. They resent successful women and their rise. Men like him are responsible for rising crime against women. https://t.co/56WntLxKgb

— Locket Chatterjee (@me_locket) December 16, 2022

চট্টোপাধ্যায়ে টুইটাৰত লিখে, ‘‘এই ধৰণৰ অসামাজিক পুৰুষসকলক ৰাষ্ট্ৰীয় মুখপাত্র হিচাপে নিয়োগ কৰাৰ বাবে তৃণমূলক ধিক্কাৰ । এওঁলোকে নাৰীক সন্মান কৰিব নোৱাৰে । ব্যক্তিগত জীৱনো এওঁলোকৰ পছন্দ এনেকোৱাই । এওঁলোকে কোনো সফল মহিলা আৰু তেওঁলোকৰ উত্থানক কটাক্ষ কৰে ।’’

ইয়াৰ প্রতিক্রিয়াত পুনৰ তৃণমূলৰ দত্ত‌ই লিখে, ‘‘গেৰুৱা ৰং কোনো দলৰ পৈতৃক সম্পত্তি নয় ।’’ অভিনেত্রী-সাংসদক উদ্দেশ্যি তেওঁ এইটোও লিখে, ‘‘যেতি‌য়া দীপিকা পাডুক’ননে গেৰুৱা ৰঙৰ পোছাক (বিকিনি) পৰিধান কৰে, তেতিয়া আপোনালোকৰ প্ৰতিক্ৰিয়া আৰম্ভ হয় । আৰু স্মৃতি ইৰানিয়ে কৰিলে আপোনালোক অন্ধ হৈ যায় । ভণ্ড !’’

প্রসংগত, পাঠান ছবিৰ ‘বেছৰম’ গীতত দীপিকাৰ ছবি মধ্যপ্রদেশৰ গৃহমন্ত্রী তথা বিজেপি নেতা নৰোত্তম মিশ্রৰ দাবী, ‘বয়া উদ্দেশ্য’ লৈ এই গীতৰ ভিডিঅ’ শ্বুট কৰা হৈছে ।

তেওঁৰ দাবী, এই গীতৰ দৃশ্য ‘কুৰুচিকৰ আৰু অশ্লীল’ । ছবিৰ পৰা এই গীতৰ দৃশ্য আঁতৰাই নিদিলে মধ্যপ্রদেশত ‘পাঠান’ৰ প্রদর্শন নহ’ব বুলিও মন্তব্য কৰিছে তেওঁ ।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: BJPBOLLYWOODDeepika PadukonePathanSmriti IraniTMC
publisher

publisher

Related Posts

Guwahati Pollution : ভয়ংকৰ প্ৰদূৰ্ষণৰ গ্ৰাসত মহানগৰী
Assam

February 8, 2023
Turkey Earthquake : ভূমিকম্পত বিধ্বস্ত হোৱা তুৰস্কলৈ ভাৰতীয় সেনা
International

Turkey Earthquake : ভূমিকম্পত বিধ্বস্ত হোৱা তুৰস্কলৈ ভাৰতীয় সেনা

February 8, 2023
Russia-Ukraine War : প্ৰাণঘাতী আক্ৰমণত মৃত্যু হেজাৰৰো অধিক ৰুছ সেনাৰ ! দাবী ইউক্ৰেইনৰ
International

Russia-Ukraine War : প্ৰাণঘাতী আক্ৰমণত মৃত্যু হেজাৰৰো অধিক ৰুছ সেনাৰ ! দাবী ইউক্ৰেইনৰ

February 8, 2023
Kaziranga Murder Case :কাজিৰঙাত নৃশংস হত্যাকাণ্ড
Assam

Kaziranga Murder Case :কাজিৰঙাত নৃশংস হত্যাকাণ্ড

February 8, 2023
Youth 20 Inception Meeting : আই আই টি গুৱাহাটীত ৱাই-২০ দ্বিতীয় বৈঠকৰ যুৱ সমাৰোহত
Assam

Youth 20 Inception Meeting : আই আই টি গুৱাহাটীত ৱাই-২০ দ্বিতীয় বৈঠকৰ যুৱ সমাৰোহত

February 8, 2023
Chenga Mla Ashraful Hussain :বিপদত চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইন !
Assam

Chenga Mla Ashraful Hussain :বিপদত চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইন !

February 8, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: