Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Transman : দেশত এই প্ৰথম ! লিঙ্গ পৰিবৰ্তনৰ পাছত সন্তান জন্ম দিছে যুৱকে , সংগীয়ে কৰিলে ফটো শ্বেয়াৰ

    Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ

    Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান

    Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে

    Taliban : তালিবান আক্ৰমণৰ টাৰ্গেত মুম্বাই ! এনআইএ বিভাগত ভাবুকিৰ ই -মেইল

    Former Minister late Anjan Dutt’s Property Seized:সাৰদা কেলেংকাৰী সন্দৰ্ভত কঠোৰ স্থিতি এনফৰ্চমেণ্ট ডিৰেক্টৰেট

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News Assam

Tmc Training Camp:গুৱাহাটীত অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক পৰ্য্যায়ৰ নেতৃত্ব প্ৰশিক্ষণ শিৱিৰ

publisher by publisher
December 18, 2022
in India, Assam, News
Reading Time: 2 mins read
0
Tmc Training Camp:গুৱাহাটীত অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক পৰ্য্যায়ৰ নেতৃত্ব প্ৰশিক্ষণ শিৱিৰ
2
SHARES
17
VIEWS
ShareShareShareShare

Tmc Training Camp:

ADVERTISEMENT

ৰাজ্যত বৰ্তমান সক্ৰিয়ভাৱে অব্যাহত আছে তৃণমূল কংগ্ৰেছৰ বিভিন্ন কাৰ্য্যসূচী। দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় দলটোৰ ৰাজ্যিক পৰ্যায়ৰ নেতৃত্ব সকলৰ এক প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠান।

RelatedPosts

Chief Minister’s Intimate Talk: তাজ বিভান্টাত এন চি চি আৰু এন এছ এছৰ কেডেটৰে মুখ্যমন্ত্ৰীৰ অন্তৰংগ আলাপ

G20 Meet Begins At Guwahati:ৰেডিছন ব্লু’ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Dispur : মহানগৰীৰ দিছপুৰ বিধায়ক কলনিৰ সমীপত অঘটন !

ৰাজ্যিক সভাপতি ৰিপুণ বৰাই সভাপতিত্ব কৰা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পশ্চিম বংগ চৰকাৰৰ কেবিনেট মন্ত্ৰী মানস ৰঞ্জন ভূনিয়া, ৰাজ্যসভাৰ সাংসদ ক্ৰমে ডেৰেক অ’ব্ৰেইন আৰু সুস্মিতা দেৱ।

WhatsApp Image 2022 12 18 at 16.37.18 2আনহাতে দলটোৰ ৰাজ্যিক পৰ্যায়ৰ শীৰ্ষ তিনি গৰাকী নেতা ক্ৰমে এন. আই চৌধুৰী, শ্যামল চৰকাৰ আৰু গোপী দাস মঞ্চত উপৱিষ্ট থাকি অনুষ্ঠানৰ শোভা বৃদ্ধি কৰে।

তৃণমূল যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সুদীপ্ত শৰ্মাৰ তৃণমূল কংগ্ৰেছ গীতেৰে আৰম্ভণি হোৱা অনুষ্ঠানটোৰ সভাপতিত্ব কৰে দলটোৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই।

অসমৰ প্ৰতিখন জিলাৰ সভাপতি, দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰা শিৱিৰটোত কেন্দ্ৰীয় নেতা কেইগৰাকীয়ে তৃণমূল কংগ্ৰেছ দলৰ ইতিহাস, আৰম্ভণিৰ বিষয়ে বৰ্ণনা কৰাৰ লগতে দলটোৰ সৈতে জড়িত আন বিভিন্ন বিষয় আলোচনা কৰি কৰ্মী সকলৰ সৈতে মত বিনিময় কৰে।

উদ্বোধনী ভাষণত দলটোৰ ৰাজ্যিক সভাপতি গৰাকীয়ে দলৰ কৰ্মী সকলক সম্বোধন কৰি কয় যে বৰ্তমান অসমৰ ৰাইজ বিজেপি দলৰ কৰ্ম কাণ্ডত অতিকৈ অতিষ্ঠ হৈ পৰিছে আৰু ইয়াৰ প্ৰত্যাহ্বান কেৱল তৃণমূল কংগ্ৰেছে জনাব পাৰিব।
অনুষ্ঠানৰ আঁত ধৰে দলটোৰ মিডিয়া প্ৰধান দিলীপ শৰ্মাই।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: GuwahatiManash Ranjan BhuniaRipun BoraTMCTraining CampWb Minister
publisher

publisher

Related Posts

Transman : দেশত এই প্ৰথম ! লিঙ্গ পৰিবৰ্তনৰ পাছত সন্তান জন্ম দিছে যুৱকে , সংগীয়ে কৰিলে ফটো শ্বেয়াৰ
India

February 4, 2023
Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ
Assam

Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ

February 4, 2023
Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান
Assam

Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান

February 4, 2023
Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে
International

Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে

February 4, 2023
Taliban : তালিবান আক্ৰমণৰ টাৰ্গেত মুম্বাই ! এনআইএ বিভাগত ভাবুকিৰ ই -মেইল
India

Taliban : তালিবান আক্ৰমণৰ টাৰ্গেত মুম্বাই ! এনআইএ বিভাগত ভাবুকিৰ ই -মেইল

February 4, 2023
Former Minister late Anjan Dutt’s Property Seized:সাৰদা কেলেংকাৰী সন্দৰ্ভত কঠোৰ স্থিতি এনফৰ্চমেণ্ট ডিৰেক্টৰেট
Assam

Former Minister late Anjan Dutt’s Property Seized:সাৰদা কেলেংকাৰী সন্দৰ্ভত কঠোৰ স্থিতি এনফৰ্চমেণ্ট ডিৰেক্টৰেট

February 4, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: